Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nagaon Fire:জ্বলাই দিলে অতিৰিক্ত শ্ৰেণীকোঠা, ডেক্স-বেঞ্চৰ ক্ষতিসাধন

বেবেজীয়া আৰক্ষীক লিখিত অভিযোগ দাখিল 

publisher by publisher
January 15, 2026
in Assam
Reading Time: 1 min read
0
Nagaon Fire:জ্বলাই দিলে অতিৰিক্ত শ্ৰেণীকোঠা, ডেক্স-বেঞ্চৰ ক্ষতিসাধন
1
SHARES
14
VIEWS
ShareShareShareShare

Nagaon Fire :

নগাঁও জিলাৰ খাগৰিজান শিক্ষাখণ্ডৰ অন্তৰ্গত মাহৰিআটী প্ৰাথমিক বিদ্যালয়ত উৰুকাৰ নিশা একাংশ দুৰ্বৃত্তই তাণ্ডৱ চলোৱাৰ খবৰ পোৱা গৈছে । সুৰাসক্ত একাংশ লোকে বিদ্যালয়খনৰ চৌহদত প্ৰৱেশ কৰি ধ্বংসলীলা চলোৱাৰ লগতে এটা অতিৰিক্ত শ্ৰেণীকোঠাৰ আঠখনকৈ বেৰ চুৰ কৰি কাষৰে এজোপা গছৰ তলত জ্বলাই দিয়ে । কেৱল ইয়াতে ক্ষান্ত নাথাকি দুৰ্বৃত্তৰ দলটোৱে কেইবাখনো ডেক্স-বেঞ্চৰো ক্ষতিসাধন কৰে । যিটো কোঠাত বিদ্যালয় কৰ্তৃপক্ষই পাঠদান সম্পন্ন কৰি অহাৰ উপৰিও মধ্যাহ্ন ভোজন আৰু সহ পাঠ্যক্ৰমিক কেতবোৰ বিষয়ৰ পাঠদান কাৰ্যসূচীও সম্পন্ন কৰি আহিছিল ।

ADVERTISEMENT

WhatsApp Image 2026 01 15 at 1.57.04 PM 1উল্লেখ্য যে, সীমান্ত ভৰালী নামৰ এগৰাকী দক্ষ আৰু গতিশীল শিক্ষকে বিদ্যালয়খনৰ প্ৰধানৰ দায়িত্ব লোৱাৰে পিছৰে পৰা এক ন-ৰূপত উজলি উঠিছিল শিক্ষানুষ্ঠানখন । বিদ্যালয়খনত ক্ৰমান্বয়ে বাঢ়িছিল ছাত্ৰী-ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা । চৰকাৰী শিক্ষানুষ্ঠানখনৰ এনে আশাব্যঞ্জক খবৰে অঞ্চলবাসীক উৎফুল্লিত কৰি তোলাৰ সময়তে উৰুকাৰ নিশা সংঘটিত হ’ল এই দুষ্কাৰ্য ।

RelatedPosts

Heroin Seize in Juria:নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ জালত হে’ৰইন সহ দুই সৰবৰাহকাৰী

NAGAON:নগাঁৱৰ বৰজহাৰ সমাজকৰ্মী প্ৰবীন মজুমদাৰৰ দেহাৱসান

Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

WhatsApp Image 2026 01 15 at 1.57.04 PMমাহৰিআটীৰ দৰে এক সম্ভ্ৰান্ত গাঁৱত সংঘটিত এই ঘটনাই এতিয়া স্তম্ভিত কৰি তুলিছে বৃহত্তৰ বেবেজীয়া অঞ্চলৰ ৰাইজক । ইতিমধ্যে এই ঘটনা সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই বেবেজীয়া আৰক্ষী পহৰা চকীত লিখিত অভিযোগ দাখিল কৰিছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে যদিও বাতৰি যুগুতোৱাৰ পৰলৈকে ঘটনাৰ সৈতে জড়িতৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই I

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BebejiaFireMahariati LP SchoolNagaon
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
তীব্র গতিত খহিবলৈ ধৰিছে ব্ৰহ্মপুত্ৰসহ বিশ্বৰ ৪০ নৈৰ অৱবাহিকা

অসমক শিখণ্ডী কৰি অৰুণাচলত জল বোমা
Assam

অসমক শিখণ্ডী কৰি অৰুণাচলত জল বোমা

April 23, 2026
খেল’ ইণ্ডিয়া ট্ৰাইবেল গেমছত পদকপ্ৰাপ্ত ৰেষ্টলাৰৰ বুধবাৰে নগাঁৱত অভিনন্দন অনুষ্ঠানৰ আয়োজন

April 22, 2026
GMCH ৰ পৰা সন্ধানহীন কৰ্কট ৰোগী!
News

GMCH ৰ পৰা সন্ধানহীন কৰ্কট ৰোগী!

April 22, 2026
ৰাজ্যত বতৰে ল’ব সংহাৰী ৰূপ , ১৯খন জিলাত ‘ইয়েল’ এলাৰ্ট

April 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d