Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Compassionate Ground:অনুকম্পামূলক নিযুক্তি (Compassionate Ground)ৰ পৰা বঞ্চিত প্রার্থীসকলৰ সংবাদমেল

publisher by publisher
January 16, 2026
in Assam
Reading Time: 1 min read
0
Compassionate Ground:অনুকম্পামূলক নিযুক্তি (Compassionate Ground)ৰ পৰা বঞ্চিত প্রার্থীসকলৰ সংবাদমেল
3
SHARES
30
VIEWS
ShareShareShareShare

Compassionate Ground:অনুকম্পামূলক নিযুক্তি (Compassionate Ground)ৰ পৰা বঞ্চিত প্রার্থীসকলৰ সংবাদমেল

ADVERTISEMENT

:অনুকম্পামূলক নিযুক্তি (Compassionate Ground)ৰ পৰা বঞ্চিতপ্ৰাৰ্থী সকলে শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেলত কেতবোৰ বিষয় সদৰি কৰে ৷ বঞ্চিত প্ৰাৰ্থী সকলৰ নেতৃত্ব লোৱা কে’বাজনো প্ৰাৰ্থীয়ে কয়, আমাৰ পৰিয়ালৰ উপার্জনক্ষম ব্যক্তি চৰকাৰী চাকৰিত থাকোতেই আকস্মিকভাৱে মৃত্যু বা স্থায়ী অক্ষমতাৰ সন্মুখীন হৈছিল I সেই মুহূর্তত আমাৰ পৰিয়ালসমূহ জীৱনৰ আটাইতকৈ ডাঙৰ সংকটৰ সন্মুখীন হৈছিল I চৰকাৰী নিয়ম অনুসৰি সেই সময়ত পৰিয়ালসমূহক সহায় কৰাৰ উদ্দেশ্যে অনুকম্পামূলক নিযুক্তিৰ ব্যৱস্থা কৰা হৈছিল, আৰু পূৰ্বতে বহু পৰিয়ালে এই ব্যৱস্থাৰ জৰিয়তে নতুন জীৱনৰ আশা পাইছিল I কিন্তু অত্যন্ত দুখৰ বিষয় এই যে, আমাৰ বহু আবেদন DLC-ত সঠিকভাৱে বিবেচিত হোৱাৰ পিছতো বছৰ বছৰ ধৰি SLC-পৰ্যায়ত অমীমাংসিত হৈ ৰৈছে I এই দীঘলীয়া সময়ছোৱাত আমি কেৱল অপেক্ষাই কৰি থাকিলোঁ I কোনো স্পষ্ট উত্তৰ নাপাই, কোনো পথ নেদেখি, শেষত আমি এটা আইনী মেৰপেচত সোমাই পৰিলোঁ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’লোঁ I গুৱাহাটী উচ্চ ন্যায়ালয়ে আগতে অনুকম্পামূলক নিযুক্তি পোৱা প্ৰাৰ্থীসকল আৰু 2017 চনৰ পিছত পূর্ণ পেঞ্চন পোৱা ক্ষেত্ৰসমূহ বিবেচনা কৰি আম বিষয়টোত থকা জটিলতা দূৰ কৰিবলৈ Abdul Kader Bokshi vs The State of Assam, Case No. WP(C)/342/2025, Date:03/04/2025 ৰ জৰিয়তে SLC-ত আমাৰ কেছসমূহ বিবেচনা কৰাৰ স্পষ্ট অনুমতি প্রদান কৰিছিল তথাপিও আজিলৈকে SLC-পৰ্যায়ত নিযুক্তিৰ ক্ষেত্ৰত কোনো দৃশ্যমান পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। এই দীঘলীয়া বিলম্বে আমাৰ পৰিয়ালসমূহক গভীৰ আর্থিক আৰু মানসিক সংকটত পেলাইছে। বহু প্রার্থীয়ে অপেক্ষা কৰোঁতে বয়স সীমা পাৰ কৰিছে। বহু পৰিয়ালে দুখ-কষ্ট, অনিশ্চয়তা আৰু অপমানৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে। কিছুমান পৰিয়ালৰ অৱস্থা এতিয়া এনে হৈছে যে-“কালি কি খাব, সন্তানক কেনেকৈ পঢ়াম”-এই প্রশ্নতেই দিন শেষ হয়। এই সুযোগতে আমি সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিনীত আৰু আবেগিক অনুৰোধ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ইতিমধ্যে প্রায় ১ লাখ ৭০ হাজাৰকৈ নিযুক্তি দি ৰাজ্যবাসীক সহায় কৰিছে, তাৰ বাবে আমি আপোনাক কৃতজ্ঞতা জনাওঁ।

RelatedPosts

Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

এতিয়া অনাথ, পিতৃ-মাতৃহীন আৰু দুখীয়া পৰিয়ালৰ প্ৰায় ১৫০-২০০ জন প্ৰাৰ্থীৰ দিশেও মানৱীয় দৃষ্টিৰে চাই, শীঘ্ৰে নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ আপোনাক অন্তৰৰ পৰা অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰতে আমাৰ শেষ ভৰসা।বছৰ বছৰ ধৰি অপেক্ষা কৰাটো কোনো দুখীয়া আৰু অনাথ পৰিয়ালৰ বাবে সহজ নহয়। আপোনাৰ এটা সদয় আৰু মানৱীয় সিদ্ধান্তেই বহু পৰিয়ালৰ জীৱনলৈ নতুন পোহৰ আনিব পাৰে। অনুকম্পামূলক নিযুক্তিৰ মূল উদ্দেশ্য অনুসৰি শীঘ্রে ন্যায় পাম বুলি আমি দৃঢ় আশাৰে ৰৈছোঁ। আমি আশা ৰাখিছোঁ যে অহা ১০ ফেব্ৰুৱাৰীত এই চৰকাৰখনে যিদৰে আন আন বিভাগত নিযুক্তি দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে, সেই একে দিনতে বা তাৰ সৈতে সংগতি ৰাখি আমাৰ নিযুক্তিৰ বিষয়তো ইতিবাচক আৰু মানৱীয় সিদ্ধান্ত লোৱা হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Compassionate Ground AppointmentGuwahatiPressmeet
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
বিজনীৰ পুৰণি বাছ আস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন 

উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা

April 25, 2026
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d