Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্ৰথমটো জুবিন দিৱসতেই ইতিহাস, নিশালৈকে জুবিনক্ষেত্ৰত নকমিল অনুৰাগীৰ সোঁত

    জুবিনবিহীন এটা বছৰ, এতিয়াও অনুৰাগীৰ মনত জীৱন্ত ‘জুবিন দা’

    জুবিন গাৰ্গৰ পৰাই শিকিছো প্রেম-ভালপোৱা, ইয়াত সকলো এটা পক্ষ

    জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

    মুঠ শুল্ক ১১২ শতাংশ হ’বগৈ! প্রত্যাহ্বানৰ মুখত ভাৰতীয় অর্থনীতি

    জুবিনে বিচৰা অসমেই উজলিল সমাধিত

    জুবিনে বিচৰা অসমেই উজলিল সমাধিত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰিং ৰোডৰ বাবে আমচাং বন্যপ্রাণী অভয়াৰণ্যৰ কে’বা লক্ষ গছ কাটিব

publisher by publisher
February 8, 2026
in Assam, News
Reading Time: 1 min read
0
ৰিং ৰোডৰ বাবে আমচাং বন্যপ্রাণী অভয়াৰণ্যৰ কে’বা লক্ষ গছ কাটিব
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

জুবিনৰ ফটোৰ কাষত দুটা বগা পাৰ, সামাজিক মাধ্যমত ভাইৰেল বিশেষ দৃশ্য

সোণ ক্রয় কৰোতে এই কথালৈ দৃষ্টি দিয়েনে?

জুবিন দিৱসৰ দিনাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, ‘জয় জুবিন দা’ ধ্বনিত মুখৰ জুবিনক্ষেত্ৰ

ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীৰ হাঁওফাঁও স্বৰূপ আমচাং বন্যপ্রাণী অভয়াৰণ্যৰ গছ আঁতৰাই ৰিং ৰোড নিৰ্মাণৰ বাবে ভূমি মোকলোৱা তথা ৰূপান্তৰৰ এক হঠকাৰী আঁচনি ৰাজ্য চৰকাৰে গ্ৰহণ কৰাৰ তথ্য পোহৰলৈ আহিছে।

ADVERTISEMENT

অথচ একেখন চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত গছ ৰোপণৰ নামত বিগত সময়ত ৰাজকোষৰ বিপুল ধন ব্যয় কৰিছে। তদুপৰি গোলকীয় উষ্ণতা বৃদ্ধি, জলবায়ু পৰিৱৰ্তনৰ অশুভ প্ৰভাৱ পৰাৰ আশংকাও বৃদ্ধি পোৱাৰ সময়তে ৰাজ্য চৰকাৰে বনাঞ্চলখন ধ্বংস কৰাৰ আঁচনি কাৰ্যকৰী কৰিবলৈ লৈছে।

এই ধ্বংস কাৰ্য সম্পাদনৰ বাবে গুৱাহাটীৰ বন্য প্ৰাণী সংমণ্ডলৰ বশিষ্ঠস্থিত মাণ্ডলিক বন বিষয়া (ডিএফঅ’)সম্প্ৰতি বনাঞ্চলখনৰ গছ আঁতৰোৱাৰ বাবে ঠিকা দিবলৈ বন বিভাগৰ ঠিকাদাৰৰ পৰা ই-নিবিদা বিচাৰি বিজ্ঞাপন প্রকাশ কৰিছে।

এই নিবিদাৰ প্রাক্কলন মূল্য হৈছে ৬৫,১৫,১৬৫ টকা। এই নিবিদা জাননীত ৰিং ৰোড নিৰ্মাণৰ স্বাৰ্থত বন্যপ্রাণী অভয়াৰণ্যখনৰ গছ-বন আঁতৰ কৰিবলৈ ঠিকা দিয়া হ’ব বুলি স্পষ্টভাবে উল্লেখ আছে। জাননীখনত এই কথাও উল্লেখ আছে যে গছ আঁতৰোৱাৰ কাম আবণ্টনৰ পৰা ৯০ দিনৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব লাগিব।

গতিকে অভয়াৰণ্যখনৰ লাখ লাখ গছ কাটি পেলোৱাটো একপ্ৰকাৰ নিশ্চিত হৈছে।আনহাতে, চৰকাৰৰ হঠকাৰী কাৰ্যক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে। এক বিবৃতিত কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই অভিযোগ উত্থাপন কৰে যে ৰাজ্যিক বন বিভাগে আমচাং অভয়াৰণ্যৰ প্ৰায় ৭.১২ হেক্টৰ অৰ্থাৎ প্রায় ৫৩ বিঘা ভূমি অৰণ্য দখল কৰিবলৈ নিবিদা আহ্বান কৰিছে।

বিষয়টো সন্দর্ভত কৃষক মুক্তি সংগ্ৰামৰ নেতাজনে লগতে কয়, ‘ৰিং ৰোড নিৰ্মাণৰ নামত ধ্বংস কৰিবলৈ ওলোৱা এই অভয়াৰণ্য হাতী, বাঘৰ লগতে বহু আপুৰুগীয়া জীৱ-জন্তুৰ বাসস্থান। ধ্বংস কৰিলেহে উন্নয়ন সাধন কৰিব পাৰি বুলি চৰকাৰে প্ৰদান কৰিবলৈ বিচৰা ধাৰণা আমি মানিব নোৱাৰো। বান-গৰাখহনীয়াত ভূমিহীন হোৱা বহু খিলঞ্জীয়া পৰিয়ালে ২০১৭-১৮ বৰ্ষৰ সময়ছোৱাত এই অভয়াৰণ্যৰ কাষে কাষে নিজৰ ঘৰ সাজিছিল। অভয়াৰণ্যৰ ভূমি দখলৰ নাম দি উচ্ছেদৰ নামত এইসকল খিলঞ্জীয়া পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি মুকলি আকাশৰ তলত থাকিবলৈ বাধ্য কৰোৱা হ’ল। সেই একেখন চৰকাৰে এতিয়া ৰিং ৰোড নিৰ্মাণৰ বাবে আমচাং অভয়াৰণ্যৰ শ শ জোপা গছ ধ্বংস কৰিবলৈ নিবিদা আহ্বান কৰিছে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

জুবিনৰ ফটোৰ কাষত দুটা বগা পাৰ, সামাজিক মাধ্যমত ভাইৰেল বিশেষ দৃশ্য
Assam

September 20, 2026
সোণ ক্রয় কৰোতে এই কথালৈ দৃষ্টি দিয়েনে?
India

সোণ ক্রয় কৰোতে এই কথালৈ দৃষ্টি দিয়েনে?

September 20, 2026
জুবিন দিৱসৰ দিনাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, ‘জয় জুবিন দা’ ধ্বনিত মুখৰ জুবিনক্ষেত্ৰ
Assam

জুবিন দিৱসৰ দিনাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, ‘জয় জুবিন দা’ ধ্বনিত মুখৰ জুবিনক্ষেত্ৰ

September 20, 2026
প্ৰথমটো জুবিন দিৱসতেই ইতিহাস, নিশালৈকে জুবিনক্ষেত্ৰত নকমিল অনুৰাগীৰ সোঁত
Assam

প্ৰথমটো জুবিন দিৱসতেই ইতিহাস, নিশালৈকে জুবিনক্ষেত্ৰত নকমিল অনুৰাগীৰ সোঁত

September 20, 2026
জুবিনবিহীন এটা বছৰ, এতিয়াও অনুৰাগীৰ মনত জীৱন্ত ‘জুবিন দা’
Assam

জুবিনবিহীন এটা বছৰ, এতিয়াও অনুৰাগীৰ মনত জীৱন্ত ‘জুবিন দা’

September 20, 2026
Assam

জুবিন গাৰ্গৰ পৰাই শিকিছো প্রেম-ভালপোৱা, ইয়াত সকলো এটা পক্ষ

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d