Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

স্বাস্থ্যকৰ যেন লাগিলেও ফ্রীজত থকা এই তিনিটা খাদ্যই নীৰৱে

আপোনাৰ হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰে

publisher by publisher
April 2, 2026
in Lifestyle
Reading Time: 1 min read
0
স্বাস্থ্যকৰ যেন লাগিলেও ফ্রীজত থকা এই তিনিটা খাদ্যই নীৰৱে
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

সকলো খাদ্য ফ্ৰিজত নহয়: ভুল সংৰক্ষণতে নষ্ট হ’ব পাৰে স্বাদ আৰু গুণগত মান

Refrigerator Smell Remover : ফ্ৰিজৰ পৰা বাহিৰ হোৱা দুৰ্গন্ধ কেনেকৈ নিৰাময় কৰিব ? জানক আৰু পঢ়ক –

আমি সাধাৰণতে ধৰি লওঁ যে ফলমূল,শাক-পাচলি বা প্রাকৃতিক খাদ্যবোৰ শৰীৰৰ বাবে সহজাতভাবে ভাল। কিন্তু হহৃদৰোগ বিশেষজ্ঞৰ মতে বাস্তর সদায় ইমান সহজ নহয়। নির্দিষ্ট পৰিস্থিতিত ফ্রীজত ৰখা কিছুমান চিনাকি ‘স্বাস্থ্যকৰ’ খাদ্য প্রকৃততে হৃদযন্ত্রৰ বাবে ক্ষতিকাৰক বুলি প্রমাণিত হ’ব পাৰে।

ADVERTISEMENT

বিশেষকৈ হৃদৰোগত আক্রান্ত ব্যক্তি বা নিয়মীয়াকৈ নির্দিষ্ট ঔষধ গ্রহণ কৰা ব্যক্তিৰ বাবে এই আশংকা অধিক বিশেষজ্ঞসকলৰ মতে খাদ্যসমূহ নিজেই সহজাতভাবে বেয়া নহয়। কোনো ব্যক্তিব শাৰীৰিক অৱস্থা, বৃক্কৰ কার্যক্ষমতা বা নিৰ্ধাৰিত ঔষধৰ স’তে খাদ্যব উপাদানসমূহৰ সংঘর্ষ হ’লে সমস্যাৰ সৃষ্টি হয়।

এনে ক্ষেত্রত খাদ্যই শৰীৰৰ ভিতৰত বিৰূপ প্রতিক্রিয়াৰ সূচনা কৰিব পাৰে। এনে তিনিবিধ খাদ্য হ’ল-

(১) কল: কল এবিধ ব্যতিক্রমী পুষ্টিকৰ ফল, পটাছিয়ামযুক্ত- এবিধ পুষ্টিকৰ উপাদান সাধাৰণতে শৰীৰৰ বাবে উপকাৰী। কিন্তু বৃক্কৰ সমস্যা থকা ব্যক্তি বা হৃদযন্ত্ৰৰ কিছুমান বিশেষ ঔষধ গ্রহণ কৰা ব্যক্তিৰ বাবে শৰীৰৰ ভিতৰত পটাছিয়াম জমা হ’ব পাৰে। ইয়াৰ ফলত তেজত পটাছিয়ামৰ মাত্রা বিপজ্জনকভাবে উচ্চ মাত্রালৈ বৃদ্ধি পাব পাৰে, যাৰ ফলত হৃদযন্ত্রন ছন্দত ব্যাঘাত জন্মিব পাৰে। ফলস্বৰূপে চিকিৎসকে অত্যধিক পৰিমাণৰ ফল খোৱাৰ আগতে সাৱধানতাৰ পৰামর্শ দিয়ে।

(২) আঙুৰঃ আঙুৰত ভিটামিন চি আৰু এন্টিঅক্সিডেণ্টৰ উৎস। কিন্তু এই ফলবিধে কিছুমান ঔষধৰ লগত বিৰূপ ক্রিয়া কৰিব পাৰে। বিশেষকৈ গ্রেপফ্রুট-আঙুৰৰ ঘনিষ্ঠ আত্মীয়- সেবনে হৃদৰোগ বা প্রতিষ্ঠাপনৰ পাছৰ যত্নৰ বাবে প্ৰেছক্রিপছন কৰা ঔষধৰ কাৰ্যকাৰিতা সলনি কৰিব পাৰে। ইয়াৰ ফলত ঔষধৰ বিপজ্জনকভারে অধিক ঘনত্ব শৰীৰত জমা হ’ব পাৰে, যাৰ ফলত স্বাস্থ্যজনিত বিপদৰ সৃষ্টি হ’ব পাৰে।

(৩) পালেং শাক: পালেং শাক পুষ্টিকৰ উপাদানৰে ভৰপূৰ, ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ, ভিটামিন আৰু খনিজ পদার্থ থাকে। কিন্তু ইয়াত পটাছিয়াম আৰু ভিটামিন-কেও বিশেষভাবে বেছি থাকে। তেজ পাতল কৰা ঔষধ গ্রহণ কৰা ব্যক্তিৰ বাবে পালেং শাক সেবনে তেওঁলোকৰ ঔষধৰ ফলপ্রসূতা হ্রাস কৰিব পাৰে। সেয়েহে চিকিৎসকে পৰামর্শ দিয়ে যে পালেং শাক খোৱাটো অনুমোদিত হ’লেও হঠাতে ইয়াক বৃহৎ পৰিমাণে খোৱাৰ পৰা বিৰত থাকিব লাগে, ইয়াক পৰিমিতভাবে সেৱন কৰাটোৱেই উত্তম। চিকিৎসা পেছাদাৰীসকলৰ মতে কোনো খাদ্যই সম্পূর্ণরূপে ভাল বা বেয়া নহয়। ব্যক্তিব শাৰীৰিক আৰু বৰ্তমানৰ চিকিৎসাজনিত অৱস্থা, নিৰ্ধাৰিত ঔষধৰ ওপৰত নিৰ্ভৰ কৰি যিকোনো খাদ্যৰ প্রভাব ভিন্ন হ’ব পাৰে। গতিকে হৃদৰোগত আক্রান্ত ব্যক্তি বা দীর্ঘদিনীয়া ঔষধ গ্রহণ কৰা ব্যক্তিয়ে খাদ্যৰ নির্দিষ্ট বাছনি কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: FridgeVegitable
publisher

publisher

Related Posts

সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে
Lifestyle

September 6, 2026
পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী
Lifestyle

পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

September 4, 2026
ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ
Lifestyle

ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

September 4, 2026
হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক
Lifestyle

হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

September 4, 2026
সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে
Lifestyle

সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

September 3, 2026
ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?
Lifestyle

ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

August 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d