Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

    Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

    Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে

    Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ব্যক্তিগত জীৱনৰ জটিলতাই টলাব পৰা নাছিল যি দুর্লভ প্রতিভাক

publisher by publisher
April 13, 2026
in India, News
Reading Time: 1 min read
0
ব্যক্তিগত জীৱনৰ জটিলতাই টলাব পৰা নাছিল যি দুর্লভ প্রতিভাক
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

বার্মিংহামত আশা ভোঁচলেৰ ৰেস্তোৰাঁত চিকেন টিক্কাৰ সােৱাদ ল’লে হলিউড তাৰকা টম ক্রুজে

শ্বাস-প্রশ্বাস থমকিলে মানুহৰ মৃত্যু হয়। তেওঁৰ বাবে সংগীতেই আছিল উশাহ-নিশাহ। সংগীত চৰ্চাৰ মাজেৰে তেওঁ নিজকে উদ্যাপন কৰিছিল। এইগৰাকী শিল্পী আশা ভোছলেই ৯০ বছৰ বয়সতো মঞ্চত একেৰাহে তিনি ঘণ্টা সংগীত পৰিবেশনৰ শক্তি ধাৰণ কৰিছিল।

ADVERTISEMENT

দেওবাৰে কায়িক জীৱনত শ্বাস-প্রশ্বাস ৰুদ্ধ হ’লেও তেওঁৰ সংগীত অমৰ হৈ ৰ’ল। আশা ভোছলেৰ ব্যক্তিগত জীৱনৰ সাফল্য যিমান ৰঙীন, ততোধিক এন্ধাৰে আৱৰা আছিল ব্যক্তিগত জীৱন। মাত্র ১৬ বছৰ বয়সত ব্যক্তিগত সচিব গণপতৰাও ভোছলেৰ প্ৰেমত পৰিছিল তেওঁ। দুয়োৰে মাজত বয়সৰ পার্থক্য আছিল ২০ বছৰৰ।

এই সম্পৰ্কক আশাৰ পৰিয়ালে মানি লোৱা নাছিল আৰু পৰিশেষত পৰিয়ালৰ অমতত ১৯৪৯৩ তেওঁ গণপতৰাওৰ স’তে বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পাছত পিতৃগৃহৰ স’তে তেওঁৰ সম্পৰ্কৰ ফাট মেলিবলৈ ধৰে। স্বামীয়েও বিচৰা নাছিল যে আশাই পিতৃগৃহৰ স’তে সম্পৰ্ক ৰক্ষা কৰক। ইপিনে, জ্যেষ্ঠ ভগ্নী লতা মংগেশকাৰৰ স’তেও বিবাদ আছিল তেওঁৰ।

এক সাক্ষাৎকাৰত তেওঁ কৈছিল, ‘লতা বাইদেউৱে মোৰ স’তে বহুদিন কথা কোৱা নাই। মই প্ৰেম কৰি বিয়া কৰিছিলো। কিন্তু সেয়া সুখৰ নাছিল। মোৰ শহুৰৰ ঘৰখন অতি ৰক্ষণশীল আছিল। এগৰাকী গায়িকাক বোৱাৰী হিচাপে তেওঁলোকৰ কোনেও মানি ল’ব পৰা নাছিল।’

শহুৰৰ ঘৰত অধিকাংশ সময় মানসিক নির্যাতনৰ স্বীকাৰ হোৱা বুলিও তেওঁ কৈছিল। চর্চা অনুসৰি স্বামীয়েও তেওঁৰ স’তে অতি দুর্ব্যৱহাৰ কৰিছিল। তেওঁৰ সিদ্ধান্ত জাপি দিছিল আশা ভোছলেৰ ওপৰত। বহুবাৰ স্বামীৰ দ্বাৰা নিৰ্যাতনৰ চিকাৰ হোৱা বুলিও সাক্ষাৎকাৰত কৈছে আশা ভোছলেই।

কিংবদন্তি শিল্পীৰ দাবী অনুসৰি দ্বিতীয় সন্তানৰ জন্মৰ পাছত পৰিস্থিতি কিছুদিনৰ বাবে স্বাভাৱিক হ’লেও তেওঁৰ জীৱন অন্ধকাৰ গহ্বৰলৈ গতি কৰিছিল।

আশা ভোছলে তেতিয়া চাৰি মাহৰ অন্তঃসত্ত্বা। ইতিমধ্যে আছে কন্যা সন্তান বর্ষা ভোছলে আৰু পুত্র হেমন্ত ভোছলে। একে সময়তে কেৰিয়াৰৰ চৰম ব্যস্ততাও। এই সকলো মিলি তেওঁ তীব্র চাপত ভুগিছিল। আশাৰ জীৱনীমূলক গ্রন্থ ‘আশা ভোছলে: এ লাইভ ইন মিউজিক’ত উল্লেখ আছে যে অন্তঃসত্ত্বা অৱস্থাত টোপনিৰ দৰব সেৱন কৰি তেওঁ আত্মহত্যাৰো চেষ্টা কৰিছিল।

তেওঁৰ কথাতে, জীৱনত তেওঁ এনে অসহনীয় যন্ত্ৰণাৰ মাজেৰে গতি কৰিছিল যে জীয়াই থকাৰ শেষ ইচ্ছাকণো হেৰুৱাইছিল। নিজকে শেষ কৰিবলৈ এবটল টোপনিৰ দৰব তেওঁ সেৱন কৰিছিল। পাছত হাস্পতালৰ বিছনাত চেতনা উভতি অহাত সিদ্ধান্ত লয় যে সন্তানৰ বাবে তেওঁ নতুন জীৱন আৰম্ভ কৰিব।

ইয়াৰ পাছতে অন্তঃসত্ত্বা অৱস্থাত স্বামীগৃহ ত্যাগ কৰি তেওঁ দুই সন্তানক লৈ নিজ গৃহলৈ উভতিছিল। নিজ গৃহতে তৃতীয় তথা কনিষ্ঠ পুত্র সন্তান আনন্দ ভোছলেৰ জন্ম হয়। তিনি সন্তান আৰু কেৰিয়াৰক সাবটি লৈ জীৱনক নতুন ৰূপত তেওঁ আৰম্ভকৰিছিল।

ইপিনে, ১৯৬০ত গণপতৰাওৰ স’তে বিবাহ বিচ্ছেদ ঘটে আশাৰ। অৱশ্যে জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগীৰে তেওঁ আগুৱাবলৈ ধৰে।

আশাৰ জীৱনলৈ আহিছিল আন এজন ব্যক্তিও আৰু তেৱেই হৈছে দ্বিতীয় স্বামী বলিউদৰ প্ৰখ্যাত সংগীত পৰিচালক ৰাহুল দেৱ বৰ্মন। সংগীত জগতত ৰাহুল-আশাৰ যুটি আছিল বহুল চর্চিত। চর্চা অনুসৰি পেছাগত কাৰণত পৰিচয় ঘটিলেও ৰাহুল আশাৰ প্ৰেমত পৰিছিল। অৱশেষত ১৯৮০ত দুয়োৰে বিবাহ হয়।

অৱশ্যে বিবাহৰ কিছু বছৰৰ পাছতে দুয়োৰে মাজত মতাদৰ্শৰ পাৰ্থক্যই দেখা দিয়ে। ব্যস্ততাৰ বাবেও দুই শিল্পীৰ মাজত ব্যৱধান বাঢ়িবলৈ ধৰে। অৱশ্যে পাৰস্পৰিক শ্ৰদ্ধা আৰু ভাল পোৱা বজাই ৰাখিছিল দুয়োৱে। ১৯৯৪৩ মৃত্যু হয় ৰাহুল দেৱ বৰ্মনৰ।

আন এক চর্চা অনুসৰি আশাৰ কন্যা বর্ষা মানসিক অৱসাদত ভুগিছিল। ২০০৮ত তেওঁ আত্মহত্যাৰ চেষ্টাও কৰিছিল। ২০১২ত দ্বিতীয়বাৰ তেওঁ নিজকে শেষ কৰিবলৈ চেষ্টা চলায় আৰু সেইবাৰ মৃত্যুৰ মুখৰ পৰা উভতিব নোৱাৰিলে। কন্যাৰ মৃত্যুৰ তিনি বছৰৰ ভিতৰতে কৰ্কট ৰোগত আক্রান্ত জ্যেষ্ঠ পুত্র হেমন্তও ইহসংসাৰ ত্যাগ কৰে।

২০২২ত বায়েক লতাৰ প্রয়াণতো আশা মানসিকভাৱে ভাগি পৰে।অৱশ্যে দুয়োৰে মাজত ‘ঈর্ষা’ আছিল নেকি বুলিও বহু পুৰণি চর্চা আছে।

কোকিলকণ্ঠী অসাধাৰণ সংগীত শিল্পী লতা মংগেশকাৰৰ ছাঁত পৰিচয় হেৰুওৱা নাছিল আশাই। তেওঁ নিজে কৈছে যে ‘লতা দিদি’য়ে সদায়ে তেওঁৰ কাষত থিয় দিছিল যি কথা তেওঁ আজীৱন কৃতজ্ঞতাৰে সোঁৱৰিব। অৱশ্যে নিজস্ব পৰিচয় গঢ়িবলৈ বিচাৰিছিল আশাই। দুয়োৰে মাজত প্রতিদ্বন্দ্বিতাৰ বহু পুৰণি চৰ্চাই বলিউদ জগতত মাজে মাজে ভুমুকি মাৰিলেও এক সাক্ষাৎকাৰত আশাই কয়, ‘মানুহে বহু কাহিনী কয় আৰু সমস্যাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে যদিও আমাৰ সম্পৰ্ক তেজ মঙহৰ। মোৰ মনত আছে বহু সময়ত আমি দুয়ো একেটা অনুষ্ঠানতে থাকো আৰু কিছুমানে মোক অৱজ্ঞা কৰে আৰু কেৱল লতা দিদিৰ স’তেহে কথা পাতে। যেন দেখুৱাব বিচাৰে যে তেওঁলোক লতা দিদিৰ কিমান বিশ্বস্ত! পাছত আমি দুয়ো কথাবোৰ আলোচনা কৰি ইমান যে হাঁহো।’

উল্লেখ্য যে লতা আৰু আশাৰ সৰুগৰাকী ভগ্নী হৈছে উষা মংগেশকাৰ। লতা মংগেশকাৰে যদি ছবি জগতৰ নায়িকা ‘বিশুদ্ধ ভাৰতীয় নাৰী’ৰ চৰিত্ৰত কণ্ঠদান কৰিছিল তেন্তে আশাই পৰম্পৰাগত ধাৰণাৰ জপনা গৰকি ক্লাবত কেবাৰে নৃত্য পৰিবেশন কৰা ‘আইটেম গার্ল’ৰ ওঁঠত কণ্ঠ দিছিল। বলিউদত কোৱা হয় যে আশা ভোছলে নাথাকিলে নৃত্য পটীয়সী-অভিনেত্রী হেলেনৰ ওঁঠত নৃত্যৰ তালে তালে কোনে গালেহেঁতেন ‘অ হাছিনা জুলফৱালী’।

আশাই জানিছিল যে লতাতকৈ ভিন্নসুৰী গীত গাব লাগিব আৰু স্বকীয় পৰিচয় গঢ়িব লাগিব। এটা সাক্ষাৎকাৰত তেওঁ কৈছে, ‘মই ভাবিছিলো যে যদিহে মই দিদিৰ স’তে একে কণ্ঠৰে-সুৰৰে গীত গাঁও তেন্তে সংগীত জগতত দিদি থকালৈ মই কাম নাপাম। মই নিজস্ব নাম আৰু যশস্যা গঢ়িব নোৱাৰিম। মই নিজৰ গীতৰ শৈলী সলনি কৰিবলৈ আৰম্ভ কৰিলো।’

তেওঁ পুনৰ কৈছিল, ‘মই পশ্চিমীয়া সংগীত শিকিবলৈ ইংৰাজী ছবি চাবলৈ আৰম্ভ কৰিলো। তেওঁলোকে কিদৰে ইংৰাজী ভাষাত গীত গায় সেয়া পর্যবেক্ষণ কৰিলো। একে সময়তে মই কাৱালী, গজলো শিকিলো। বিভিন্ন গীতৰ শৈলীত কণ্ঠৰ ভিন্নতাও শিকিবলৈ ধৰিলো।’

অৱশ্যে লতা মংগেশকাৰৰ মৃত্যুৰ কিছু বছৰৰ পাছত তেওঁৰ সোঁৱৰণত আশাই কয়, ‘দিদিয়ে কৈছিল যে তেওঁৰ আশীৰ্বাদ সদায়ে মোৰ স’তে থাকিব। মা বাবা আৰু আমি সকলো তোমাৰ স’তে থাকিম, এইদৰে কৈছিল দিদিয়ে। এতিয়া তেওঁ গুচি গ’ল, মই কাৰ আশীৰ্বাদ বিচাৰিম, মোৰ সমস্যাবোৰ কাক ক’ম? আমি সকলো নিঠৰুৱা হ’লো।’ দুই ভগ্নীৰ মাজত প্রতিদ্বন্দ্বিতাৰ চৰ্চাক নস্যাৎ কৰি তেওঁ কৈছিল, ‘এইবোৰ একেবাৰে সঁচা নহয়।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Asha Bhosale
publisher

publisher

Related Posts

চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ
India

September 12, 2026
তেজপুৰৰ মাজগাঁও জ্যোতি আগৰৱলা পথৰ কালভার্টহীন পথৰ বাবে সমস্যাৰ সৃষ্টি
Assam

ৰহাত লোকনিৰ্মাণ বিভাগৰ পথৰ মাজত প্রকাণ্ড পুখুৰী : যমৰ যন্ত্রণা ভুগিছে ৰাইজে

জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰত কঁহুৱাৰ শুভ্র দালিচা

পাথৰৰ তলত লুকাই আছে লাখ লাখ টন বৰফ!
India

পাথৰৰ তলত লুকাই আছে লাখ লাখ টন বৰফ!

September 12, 2026
আপুনি ধাৰণ কৰা এআই অৱতাৰে পৰিৱেশৰ কিমান ক্ষতি কৰিলে জানেনে?

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d