Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই

    তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

    ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

কোনো শাৰীৰিক কষ্ট নকৰাকৈ মাহিলি চাৰে আঠ লাখ উপাৰ্জন চীনা যুৱকৰ

publisher by publisher
August 22, 2026
in Lifestyle
Reading Time: 1 min read
0
পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : পৰ্বতৰ প্রতি বহুতৰে আকর্ষণ আছে। বহু মানুহেই পাহাৰীয়া অঞ্চলত ফুৰিবলৈ যায় বা পৰ্বতাৰোহণ কৰিবলৈ যায়। অথচ পর্বতত শুই-বহি কটাই চাকৰি কৰাৰ কথা কোনেও কল্পনা কৰিব নোৱাৰে। তাকো কেৱল মেঘ চাই থাকিব লাগে।

ADVERTISEMENT

সম্প্ৰতি পৰ্বতৰ ওপৰত বহি মেঘ চাই চাই মাহিলি শকত অংকৰ দৰমহা লৈ আছে চীনৰ এজন যুৱকে। এই কামৰ বাবে ২৩ বছৰীয়া যুৱকজনে মাহিলি লাভকৰে প্ৰায় চাৰে আঠ লাখ টকা।

তেওঁৰ কামটোও বহু অদ্ভুত। কাম বুলিবলৈ প্রতিদিনে পুৱা শোৱাৰ পৰা উঠি পাহাৰীয়া মেঘৰ বিচৰণ প্ৰত্যক্ষ কৰিব লাগে। লগতে প্ৰকৃতিৰ কাৰ্যকলাপ কেমেৰাবন্দী কৰাই সেই যুৱকজনৰ চাকৰি। আচলতে চীনৰ হেনান প্ৰদেশৰ বিখ্যাত লাওজুন পাহাৰ পৰ্যটকৰ অন্যতম প্রিয় স্থান।

দুহেজাৰ বছৰৰো অধিক পুৰণি এই ঐতিহাসিক পাহাৰীয়া অঞ্চলটো ‘মেঘৰ সমুদ্র’ নামেৰে পৰিচিত। কিয়নো পাহাৰৰ ওপৰৰ পৰা কিছু তলত মেঘৰ তৰপবোৰ ঠিক বগা সাগৰৰ দৰে লাগে। সম্প্রতি পাহাৰৰ এই সৌন্দর্য বিশ্ব মঞ্চত তুলি ধৰিবলৈকে এক ভিন্নধর্মী উদ্যোগ লয় স্থানীয় পর্যটন কর্তৃপক্ষই।

সৃষ্টি কৰা হয় ‘ক্লাউডস্কেপ অবজার্ভাৰ’ বা ‘মেঘ পৰিদৰ্শক’ নামৰ এটা নতুন পদ। সামাজিক মাধ্যমত এই চাকৰিৰ খবৰ প্ৰকাশ পোৱাৰ লগে লগে হুলস্থুল লাগে। মাত্র এসপ্তাহৰ ভিতৰতে চাৰে চিনি হেজাৰ আবেদন জমা হয়। কঠোৰ প্রতিযোগিতাৰ অন্তত কপাল ফুলে ২৩ বছৰীয়া ভুগাৰ লী ছিচেনে।

তেওঁ ১৬ জুলাইৰ পৰা ১৫ আগষ্ট পর্যন্ত পাহাৰৰ চূড়াত থকাৰ সুযোগ পায়। তেওঁৰ কামটো আছিল নিতৌ সলনি হৈ থকা মেঘ, কুঁৱলি আৰু সূর্যোদয়ৰ দৃশ্য কেমেৰাবন্দী কৰা। লগতে পর্যটন কেন্দ্ৰৰ নিজস্ব সামাজিক মাধ্যমৰ ছাইটত সেইবোৰ ভিডিঅ’ প’ষ্ট কৰা।

শুনিবলৈ স্বপ্নৰ দৰে লাগিলেও কামটো কিন্তু একেবাৰে সহজ নাছিল। কিয়নো মেঘতো আৰু কেতিয়াও নির্দিষ্ট সময় মানি নাহে। সেয়ে লীয়ে পুৱা পাঁচ বজাৰ পৰা কেমেৰা হাতত লৈ সাজু হৈ থাকিব লাগিছিল। নিখুঁত ভিডিঅ’ আৰু ফটো সংগ্ৰহৰ বাবে তেওঁ ড্র’ন চলাবলৈকো শিকিবলগীয়া হৈছিল।

আনকি ভিডিঅ’ এডিটিঙৰ কামো শিকিছিল। মেঘ দেখা নোপোৱা পর্যন্ত সময়খিনি উদ্বেগৰে অতিবাহিত হৈছিল। অৱশ্যে সকলো অতিক্ৰম কৰি এমাহতে তেওঁ লাভকৰিলে চীনৰ ৬০ হেজাৰ ইউয়ান, ভাৰতীয় মুদ্রাত প্রায় আঠ লাখ ৫০ হেজাৰ টকা।

অভিজ্ঞ পর্যটন বিষয়াসকলৰ মতে, পাহাৰক সেই যুৱকজনে এজন কবিৰ দৃষ্টিৰে সন্ধান কৰিছিল। চাইছে মেঘৰ নিজস্ব জগতখন। এই চোৱাৰ কামতে তেওঁ সফল হৈছে। কামৰ শেষত লীয়েও জনায় যে সময়খিনি যেন দেউকাত ভৰ দি উৰি গুচি গ’ল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #China #DreamJob #CloudWatcher #MountainLife #LaoshanMountain #Henan #TravelJobs #UniqueJob #ViralNews #InterestingFacts #Tourism #NatureLovers #SocialMediaJob #ChinaNews #TrendingNews
publisher

publisher

Related Posts

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

September 21, 2026
চিনেমা চালেই বৃদ্ধি পাব আয়ুস!
Lifestyle

চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

September 20, 2026
মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়
Lifestyle

মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

September 18, 2026
বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!
Lifestyle

বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

September 14, 2026
গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ
Lifestyle

গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

September 14, 2026
ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ
Lifestyle

ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

September 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d