Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই

    তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

    ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Environment

Heat wave is terrible in Europe:উৎকট গৰমত সমগ্ৰ ইউৰোপত ভয়ংকৰ অৱস্থা : কমেও ৩৫ হেজাৰৰ মৃত্যু

জার্মানীত সর্বাধিক ১৪ হেজাৰৰ প্ৰাণহানি: জলবায়ু পৰিৱৰ্তনৰ মাৰাত্মক প্রকোপ

publisher by publisher
August 28, 2026
in Environment, International, weather, Weather
Reading Time: 1 min read
0
Heat wave is terrible in Europe:উৎকট গৰমত সমগ্ৰ ইউৰোপত ভয়ংকৰ অৱস্থা : কমেও ৩৫ হেজাৰৰ মৃত্যু
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই

তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

Heat wave is terrible in Europe:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:গৰমৰ পৰা সকাহৰ বাবে গ্রীষ্মকালত এছিয়াকে ধৰি বিশ্বৰ বিভিন্ন প্রান্তৰ লোকে ইউৰোপৰ বিভিন্ন দেশ ভ্রমণ কৰে। কিন্তু এনে দিন আৰু এতিয়া নাই। বিগত কিছু বছৰৰ পৰা ইউৰোপতো গ্রীষ্মকালত বৃদ্ধি পোৱা গৰমে এইবাৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আনকি উৎকট গৰমত এইবাৰ মহাদেশখনত হেজাৰ হেজাৰ লোকৰ মৃত্যু হৈছে। আনকি চলিত বছৰৰ গৰমত কেৱল জার্মানী, ফ্রান্স আৰু স্পেইনতে ২৫ হেজাৰজন দুই পৃষ্ঠাত চাওক লোকে প্রাণ হেৰুৱাইছে চলিত গৰমৰ দিনত সৰ্বাধিক মৃত্যু হৈছে জার্মানীত।

ADVERTISEMENT

যোৱা ছয় এপ্ৰিলৰ পৰা ন আগষ্টলৈ দেশখনত কেৱল গৰমৰ বাবে ১৪ হেজাৰ লোকৰ মৃত্যু হৈছে। এই তথ্য প্রকাশ কৰিছে ৰবাৰ্ট ক’চ ইনষ্টিটিউটে। উল্লেখ্য যে যোৱা জুনত জাৰ্মানীৰ ৪৪ টা বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি দেশখনত তাপমাত্রা ৪০ ডিগ্রী চেলচিয়াছৰো অধিক হয়। একে অৱস্থা বিৰাজ কৰে ফ্রান্স আৰু স্পেইনতো। ফলত যোৱা এপ্ৰিলৰ পৰা ২২ জুলাই পর্যন্ত দেশখনত গৰমৰ ফলত ৭,৩০০ লোকৰ প্ৰাণহানি ঘটে।

আনহাতে, স্পেইনত তাপমাত্রা ৪২ ডিগ্রী চেলচিয়াছ পর্যন্ত বৃদ্ধি পাইছে। এনে অসহনীয় পৰিৱেশত এই দেশসমূহৰ বিভিন্ন স্থানত হেজাৰ হেজাৰ লোকে প্ৰাণ হেৰুৱাব লগা হৈছে। উল্লেখ্য যে এটা স্বেচ্ছাসেবী সংগঠনৰ সমীক্ষা অনুসৰি ২০১৯ৰ পৰা ২০২৩ৰ সময়ছোৱাত ইউৰোপৰ কেতবোৰ চহৰত গ্ৰীষ্মকাল বিশ্বৰে সৰ্বাধিক দৈৰ্ঘ্যৰ হয়। ইউৰোপতো এনেদৰে গৰমৰ প্ৰকোপ বৃদ্ধিৰ আঁৰত জলবায়ু পৰিৱৰ্তন বুলি চর্চিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে
International

জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

September 21, 2026
নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা
International

নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

September 21, 2026
ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।
International

ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

September 20, 2026
এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক
International

এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক

September 20, 2026
সাৱধান! আশ্চৰ্যকৰভাৱে শান্ত হৈছে আটলান্টিক
International

সাৱধান! আশ্চৰ্যকৰভাৱে শান্ত হৈছে আটলান্টিক

September 18, 2026
সংগিনীৰ সন্ধানত অনাহাৰে চাৰি হেজাৰ কিলোমিটাৰ অতিক্রম
International

সংগিনীৰ সন্ধানত অনাহাৰে চাৰি হেজাৰ কিলোমিটাৰ অতিক্রম

September 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d