Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেতৃত্ব অবিহনেও যুৱ প্ৰজন্মৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি ঘোষণা CJPৰ

    যন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীৰ উদ্দেশ্যে দিল্লী আৰক্ষীৰ মুকলি পত্ৰ

    দেশৰ যুৱ প্ৰজন্মক ভয় কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে, দাবী অভিজিৎ দীপকেৰ

    দিল্লী বিমানবন্দৰত অৱতৰণৰ পাছতে আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

    ভাৰতীয়মূলৰ দক্ষিণ আফ্ৰিকাৰ ন্যায়াধীশলৈ শান্তিৰ ন’বেল বঁটা

    দিল্লীত CJPৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ পূৰ্বেই ইউটিউবাৰ ধ্ৰুৱ ৰাঠীক আটক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

অচিৰে এক লাখ কৰ্মচাৰীক ছাটাই কৰিব ফক্সৱাগনে

আর্থিক বাস্তৱতাৰ স'তে চাকৰিয়ালৰ সংখ্যাৰ সামঞ্জস্য ধৰি ৰখাৰ লক্ষ্য

publisher by publisher
September 5, 2026
in International, News
Reading Time: 1 min read
0
অচিৰে এক লাখ কৰ্মচাৰীক ছাটাই কৰিব ফক্সৱাগনে
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

কুঁহিয়াৰৰ খেতিৰ শ্রমিকৰূপে দক্ষিণ আফ্রিকালৈ নিছিল ককাক-আইতাকক

নেতৃত্ব অবিহনেও যুৱ প্ৰজন্মৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি ঘোষণা CJPৰ

যন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীৰ উদ্দেশ্যে দিল্লী আৰক্ষীৰ মুকলি পত্ৰ

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : এজন নহয় দুজন নহয়, এক লক্ষ কৰ্মচাৰীক ছাটাই কৰাৰ সিদ্ধান্ত লৈছে জার্মান গাড়ী নির্মাতা প্রতিষ্ঠান ফক্সৱাগনে। সম্প্রতি বজাৰত তিষ্ঠি থকাৰ ক্ষেত্ৰত প্রতিষ্ঠানটো তীব্র প্রত্যাহ্বানৰ সম্মুখীন হৈছে।

ADVERTISEMENT

এনে প্রত্যাহ্বান সৃষ্টি কৰিছে ট্রাম্পৰ শুল্ক আৰোপ, বজাৰত বৈদ্যুতিক বাহনৰ চাহিদাৰ হাস বৃদ্ধি আদিয়ে। এই ক্ষেত্ৰত প্রতিষ্ঠানটোৰ সন্মুখত সৰ্ববৃহৎ প্রত্যাহ্বানৰ সৃষ্টি কৰিছে চীনৰ গাড়ী নির্মাতা প্রতিষ্ঠানসমূহে ঘৰুৱা আৰু আন্তর্জাতিক বজাৰক গ্রাস কৰি আনিছে।

এনে পৰিস্থিতিত ফক্সৱাগনে অচিৰে এক লক্ষ কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত লৈছে। অর্থনৈতিক বাস্তৱতাৰ স’তে কৰ্মচাৰীৰ সংখ্যা সামঞ্জস্যপূৰ্ণ কৰি ৰখাৰ উদ্দেশ্যে এই সিদ্ধান্ত লোৱা হৈছে বুলি প্রতিষ্ঠানটোৱে প্ৰকাশ কৰিছে।

প্রতিষ্ঠানটোৱে সদৰী কৰা মতে পূৰ্বে ৫০ হেজাৰ কৰ্মচাৰীক ছাটাইৰ সিদ্ধান্ত লোৱা হৈছিল। ইয়াকে লৈ প্রতিষ্ঠানটোৰ অভ্যন্তৰত আলোচনাও চলি আছিল। কিন্তু মূৰকত প্রতিষ্ঠানটোৱে আৰু ৫০ হেজাৰ অৰ্থাৎ মুঠ এক লাখ কৰ্মচাৰীক ছাটাইৰ সিদ্ধান্ত গ্রহণ কৰে। এই সিদ্ধান্ত প্রতিষ্ঠানটোৰ আটাইকেইটা ব্ৰেণ্ডৰে সন্মতিত গৃহীত হৈছে।

উল্লেখ্য যে ফক্সৱাগন ১০ টা ব্ৰেণ্ডৰ সমন্বয়ৰে গঠিত। এই বৃহৎ কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিবলৈ লোৱা সম্পৰ্কত প্রতিষ্ঠানটোরে কয়, ‘অর্থনৈতিক বাস্তৱতাৰ স’তে তাল মিলাই এই কৰ্মচাৰীৰ সংখ্যা সুশৃংখল কৰি ৰখাটো অপৰিহাৰ্য হৈছে। আমাৰ ব্যৱস্থাপনা কর্তৃপক্ষ আৰু শ্রমিক ইউনিয়নে এই ক্ষেত্রত সহমত পোষণ কৰিছে।’

তদুপৰি কাৰখানাসমূহৰ বিকল্প ব্যৱহাৰৰো গুণাগঁথাও কৰিছে প্রতিষ্ঠানটোৱে। শ্রমিক আৰু অংশীদাৰৰ দুই পক্ষৰ প্ৰতিনিধিৰে গঠিত ফক্সৱাগনৰ তদাৰকী পৰিষদেও স্পৰ্শকাতৰ বিষয়সমূহত আলোচনাৰ পোষকতা কৰিছে।

এই সম্পর্কত প্রতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া অলিভাৰ ব্লুমে কয়, ‘তদাৰকী পৰিষদত উত্থাপিত কাৰ্যবাহী পৰিষদৰ ভৱিষ্যৎ পৰিকল্পনা সম্পৰ্কীয় বিষয় সর্বসম্মতিক্রমে গৃহীত হৈছে। ফক্সৱাগনৰ ভৱিষ্যতৰ স্বাৰ্থত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে।’

অৱশ্যে কৰ্মচাৰী ছাটাইৰ সিদ্ধান্তৰ বিৰুদ্ধে ফক্সৱাগনৰ শ্রমিক ইউনিয়ন সৰৱ হৈছে। সূত্রই জনোৱা মতে, শ্রমিকসকলে কর্তৃপক্ষৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰো সম্ভাৱনা আছে। উল্লেখ্য যে ১৯৬০ত আইনৰ জৰিয়তে ফক্সৱাগনৰ ব্যক্তিগতকৰণ হয়।

এই আইন অনুসৰি প্ৰতিষ্ঠানটোৰ কোনো কাৰখানা স্থানান্তৰ বা নির্মাণ সম্পর্কীয় বিষয় তদাৰকী পৰিষদৰ দুই-তৃতীয়াংশ সদস্যৰ অনুমোদন সাপেক্ষেহে গৃহীত হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

কুঁহিয়াৰৰ খেতিৰ শ্রমিকৰূপে দক্ষিণ আফ্রিকালৈ নিছিল ককাক-আইতাকক
India

October 10, 2026
নেতৃত্ব অবিহনেও যুৱ প্ৰজন্মৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি ঘোষণা CJPৰ
India

নেতৃত্ব অবিহনেও যুৱ প্ৰজন্মৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি ঘোষণা CJPৰ

October 10, 2026
যন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীৰ উদ্দেশ্যে দিল্লী আৰক্ষীৰ মুকলি পত্ৰ
India

যন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীৰ উদ্দেশ্যে দিল্লী আৰক্ষীৰ মুকলি পত্ৰ

October 10, 2026
দেশৰ যুৱ প্ৰজন্মক ভয় কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে, দাবী অভিজিৎ দীপকেৰ
India

দেশৰ যুৱ প্ৰজন্মক ভয় কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে, দাবী অভিজিৎ দীপকেৰ

October 10, 2026
দিল্লী বিমানবন্দৰত অৱতৰণৰ পাছতে আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা
India

দিল্লী বিমানবন্দৰত অৱতৰণৰ পাছতে আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026
ভাৰতীয়মূলৰ দক্ষিণ আফ্ৰিকাৰ ন্যায়াধীশলৈ শান্তিৰ ন’বেল বঁটা
International

ভাৰতীয়মূলৰ দক্ষিণ আফ্ৰিকাৰ ন্যায়াধীশলৈ শান্তিৰ ন’বেল বঁটা

October 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d