Heroin Seized in Rupahihat:দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:ৰূপহীহাট আৰক্ষীৰ জালত হে’ৰইন সহ আটক কংগ্ৰেছ নেতা ৰাব্বুল ইছলাম ওৰফে ৰাজু ৷
ADVERTISEMENT
শুকুৰবাৰে নিশা ৰূপহীহাট আৰক্ষীয়ে বিশেষ সূত্ৰৰ পমখেদি ৰূপহীৰ অৰ্তকিতে অভিযান চলাই কংগ্ৰেছ নেতাৰজনৰ পৰা উদ্ধাৰ কৰে নিষিদ্ধ হেৰ’ইন ৷ ইউনিয়ন বেংকৰ চিএছপিৰো স্বত্বাধিকাৰী ৰাব্বুল ইছলামক ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা চলাইছে৷































