Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

২২ সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ শ্ৰেণী পৰিৱৰ্তন

publisher by publisher
September 10, 2026
in Assam, News
Reading Time: 1 min read
0
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

দিনটোৰ ৰাশিফল

ধুবুৰীত শিল্পী সঞ্জীৱ বসাকৰ ব্যতিক্ৰমী প্ৰয়াস

শেৱালি ফুলৰো আছে ঔষধি গুণ

ForestLand: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: সেউজ ভূমি সৃষ্টিৰ বাবে বেদখলী বনাঞ্চল উচ্ছেদ অভিযান অব্যাহত ৰখা অসম চৰকাৰে নিশাৰ ভিতৰতে শ শ হেক্টৰ ভূমিৰ শ্ৰেণীৰ পৰিৱৰ্তন সম্পন্ন কৰিলে। শেহতীয়াকৈ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদবে জাৰি কৰা এক জাননী অনুসৰি, অসম চৰকাৰে ২২খন সংৰক্ষিত বনাঞ্চল ২৩৯ হেক্টৰ ভূমিত ৩৯টা প্রকল্প ৰূপায়ণৰ বাবে অনুমোদন দিছে।

ADVERTISEMENT

ইয়াৰ বাবে অসম চৰকাৰে উক্ত সংৰক্ষিত বনাঞ্চলসমূহৰ ভূমিৰ শ্ৰেণী পৰিৱৰ্তনৰ বাবে কেন্দ্ৰৰ ওচৰত প্রস্তাৱ দাখিল কৰিছিল। কেন্দ্রীয় চৰকাৰৰ সম্প্ৰতি একেটা বিভাগে ইয়াত অনুমোদন জনাইছে। এই শ্ৰেণী পৰিৱৰ্তনৰ ফলত সংৰক্ষিত বনাঞ্চলৰ উক্ত বৃহৎ ভূমিত তেল আৰু প্ৰাকৃতিক গেছৰ অনুসন্ধান, প্রাকৃতিক গেছ পৰিবাহী নল সংস্থাপন, পথ নির্মাণ, আৰক্ষী বেটেলিয়নৰ শিবিৰ নিৰ্মাণ, শক্তি উৎপাদন কেন্দ্র স্থাপন আদিকে ধৰি বিভিন্ন প্রকল্প ৰূপায়ণ কৰা হ’ব।

জাননীখনত উল্লেখ কৰা অনুসৰি, যিকেইখন সংৰক্ষিত বনাঞ্চলৰ ভূমি এনে কামৰ বাবে ব্যৱহাৰত অনুমোদন দিয়া হৈছে সেইকেইখন হ’ল দৈয়াং সংৰক্ষিত বনাঞ্চল, ডিফু সংৰক্ষিত বনাঞ্চল, নামবৰ দক্ষিণ সংৰক্ষিত বনাঞ্চল, তেতিলিয়াগুৰি সংৰক্ষিত বনাঞ্চল, সোৱণশিৰি সংৰক্ষিত বনাঞ্চল, ভৈৰৱকুণ্ড সংৰক্ষিত বনাঞ্চল, চিতলমাৰী সংৰক্ষিত বনাঞ্চল, ছিলা সংৰক্ষিত বনাঞ্চল, আপাৰ দিহিং সংৰক্ষিত বনাঞ্চল (পূৱ খণ্ড), আপাৰ দিহিং সংৰক্ষিত বনাঞ্চল (পশ্চিম খণ্ড), ইনাৰলাইন সংৰক্ষিত বনাঞ্চল, গেলেকী সংৰক্ষিত বনাঞ্চল, শদিয়া স্টেছন সংৰক্ষিত বনাঞ্চল (উত্তৰ খণ্ড), গালি সংৰক্ষিত বনাঞ্চল, তিলভূম সংৰক্ষিত বনাঞ্চল, দিছৈভেলী সংৰক্ষিত বনাঞ্চল, মেছাকি সংৰক্ষিত বনাঞ্চল, বুঢ়ীদিহিং সংৰক্ষিত বনাঞ্চল, দুৱাৰমাৰা সংৰক্ষিত বনাঞ্চল, আমচাং বন্যপ্রাণী অভয়াৰণ্য, ৰঙা সংৰক্ষিত বনাঞ্চল, দিৰৈ সংৰক্ষিত বনাঞ্চল, বৰাইল বন্যপ্রাণী অভয়াৰণ্য (পূৱ খণ্ড) আৰু নামবৰ দক্ষিণ সংৰক্ষিত বনাঞ্চল। জাননীখনত উল্লেখ কৰা হৈছে যে দৈয়াং সংৰক্ষিত বনাঞ্চলৰ ভূমি তেল আৰু প্ৰাকৃতিক গেছ খননৰ বাবে শ্রেণী পৰিৱৰ্তন কৰা হৈছে।

একেদৰে ডিফু সংৰক্ষিত বনাঞ্চলৰ ভূমিতো তেলৰ খনন চলোৱা হ’ব। নামবৰ দক্ষিণ সংৰক্ষিত বনাঞ্চলতো তেলৰ খনন কৰা হ’ব। ইপিনে, দৈয়াং সংৰক্ষিত বনাঞ্চলৰ মাজেৰে পাৰ হৈ যাব দেৰগাঁও-ডিমাপুৰ প্ৰাকৃতিক গেছ পৰিবাহী পাইপলাইন। কামৰূপ ইষ্ট ডিভিজনৰ অধীনৰ তেতিলিয়াগুৰি সংৰক্ষিত বনাঞ্চলৰ ভূমিত ১৩২ কেভি সোণাপুৰ-বাগজাপ ট্রেন্সমিছন লাইন সংস্থাপন কৰা হ’ব।

অৰুণাচলৰ নামনি সোৱণশিৰিৰ বৃহৎ জলবিদ্যুৎ প্রকল্পতো বিদ্যুৎ উৎপাদন আৰম্ভ হৈছে। সেই বি্যুৎ পৰিবহণৰ বাবে অসমৰ সোৱণশিৰি সংৰক্ষিত বনাঞ্চলৰ বৃহৎ পৰিমাণৰ ভূমিৰ মাজেৰে যাব বিদ্যুৎ সংবহন তাঁৰ। ইয়াৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ চাৰিআলিলৈ এনে তাঁৰ সংস্থাপনৰ বাবেই সংৰক্ষিত বনাঞ্চলৰ ভূমিক সাধাৰণ শ্ৰেণীৰ ভূমিলৈ পৰিৱৰ্তন কৰা হৈছে।

ইপিনে, গোৱালপাৰাৰ চিতলমাৰী সংৰক্ষিত বনাঞ্চলৰ ৫.২৩ হেক্টৰ ভূমি চিতলমাৰী শিলৰ কুঁৱেৰীৰ বাবে শ্রেণী পৰিৱৰ্তন কৰা হৈছে। হাইড্ৰ’কাৰ্বনৰ পৰীক্ষাৰ বাবে আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলৰ বৃহৎ পৰিমাণৰ ভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হৈছে। অইল মেক্স এনার্জী প্রাইভেট লিমিটেড নামৰ এটা বৃহৎ কোম্পানীৰ হকে বনাঞ্চলখনৰ বৃহৎ পৰিমাণৰ ভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হৈছে।

আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলৰ পশ্চিম খণ্ডৰ ভূমিৰ শ্ৰেণীৰ পৰিৱৰ্তন কৰাৰ উদ্দেশ্য হ’ল তেল আৰু গেছ পৰিবাহী নল ভূমিৰ তলেৰে সংস্থাপন কৰা। ইপিনে, হাইলাকান্দি ডিভিজনৰ ইনাৰলাইন সংৰক্ষিত বনাঞ্চলৰ ১১.৫ হেক্টৰ ভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হৈছে ডামাচেৰাত স্থাপন কৰিবলগীয়া দ্বিতীয় কমাণ্ড’ বেটেলিয়নৰ শিবিৰ স্থাপনৰ বাবে। একেদৰে গেলেকী সংৰক্ষিত বনাঞ্চলৰ ২৮ হেক্টৰ ভূমিৰো শ্ৰেণী পৰিৱৰ্তন কৰা হৈছে কমাণ্ড’ বেটেলিয়নৰ শিবিৰ স্থাপনৰ বাবে।

শদিয়া ষ্টেছন সংৰক্ষিত বনাঞ্চলৰ ভূমিত স্থাপন হ’ব ৰ’য়িং-চাপাখোৱা ট্রেন্সমিছন লাইন। এনেদৰে ভিন ভিন উদ্দেশ্যে ইখনৰ পাছত সিখন সংৰক্ষিত বনাঞ্চলৰ বৃহৎ পৰিমাণৰ ভূমি বন ধ্বংসৰে সাধাৰণ শ্ৰেণী অথবা ঔদ্যোগিক ভূমিলৈ পৰিৱৰ্তন কৰা হৈছে। ইয়াৰে গৰিষ্ঠসংখ্যক পৰিৱৰ্তন বনাঞ্চলত চলিবলগীয়া তেল আৰু গেছৰ সন্ধানত কৰা হৈছে।

আমচাং বন্যপ্রাণী অভয়াৰণ্যৰ ভূমি বন ধ্বংসৰে গুৱাহাটী ৰিংৰোড প্ৰকল্পত ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। তদুপৰি বশিষ্ঠৰ পৰা যোৰাবাটলৈ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বহলীকৰণৰ বাবেও এই বনাঞ্চলখনৰ ভূমি সাধাৰণ শ্ৰেণীলৈ পৰিৱৰ্তন কৰা হৈছে। উল্লেখ্য যে এই পৰিৱৰ্তনৰ সিদ্ধান্তৰ ফলত কে’বা লাখ গছ কাটি পেলোৱা হ’ব।

একেদৰে কাছাৰ বন ডিভিজনৰ অধীনৰ বৰাইল বন্যপ্রাণী অভয়াৰণ্যৰ বৃহৎ পৰিমাণৰ ভূমি পাৱাৰগ্ৰীড কৰ্প’ৰেছনক আবণ্টন দিয়া হ’ব। সেই ভূমিত ১১টা বিদ্যুৎ পৰিবাহী বৃহৎ খুঁটা স্থাপন কৰা হ’ব। হাফলং-জিৰিবাম ট্রেন্সমিছন লাইন ইয়াৰ মাজেৰে পাৰ হৈ যাব।

জাননীখনত কৰা উল্লেখ অনুসৰি, নামবৰ সংৰক্ষিত বনাঞ্চলৰ বৃহৎ অংশত তেল আৰু গেছৰ সন্ধান চলোৱা হ’ব। সেই বাবে বনাঞ্চলখনৰ কে’বাটাও অংশৰ বনভূমি ধ্বংস কৰা হ’ব। উল্লেখ্য যে সংৰক্ষিত বনাঞ্চলৰ ভূমিক সাধাৰণ শ্ৰেণীলৈ পৰিৱৰ্তন কৰি তথা বন ধ্বংস কৰি তেলৰ সন্ধান কৰাৰ বিৰোধিতা বিভিন্ন মহলে দীর্ঘদিনৰ পৰা কৰি আহিছে।

অসমৰ বনাঞ্চলৰ ভূমিত আন্তঃৰাষ্ট্ৰীয় বিতর্কিত বৃহৎ গোষ্ঠীয়ে তেলৰ সন্ধান চলাব বিচৰাৰো অভিযোগ উত্থাপিত হৈ আহিছে। তাৰ মাজতে অসম চৰকাৰে অতি সন্তর্পণে সম্পন্ন কৰিলে বনাঞ্চলৰ ভূমিৰ বৃহৎ অংশৰ শ্ৰেণী পৰিৱৰ্তন কৰি তেলৰ সন্ধান চলোৱাৰ প্ৰক্ৰিয়া। এনেদৰে অসমত যি ভয়াৱহ হাৰত বনাঞ্চল ধ্বংসযজ্ঞ চলি আহিছে তাৰে এয়া আনুষ্ঠানিক শেহতীয়া সংযোজন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

ধুবুৰীত শিল্পী সঞ্জীৱ বসাকৰ ব্যতিক্ৰমী প্ৰয়াস
Assam

October 5, 2026
নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন
Assam

নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

October 4, 2026
মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ
Assam

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

October 4, 2026
পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল
Assam

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

October 4, 2026
CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ
India

CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

October 4, 2026
বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d