Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

    ১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

    দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ

    মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?

    দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ

    চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

ভাৰতৰ পতাকাযুক্ত জাহাজ আক্রান্ত, কথমপি প্ৰাণৰক্ষা ১৩ ভাৰতীয়ৰ

publisher by publisher
September 13, 2026
in International, News
Reading Time: 1 min read
0
ভাৰতৰ পতাকাযুক্ত জাহাজ আক্রান্ত, কথমপি প্ৰাণৰক্ষা ১৩ ভাৰতীয়ৰ
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

দিনটোৰ ৰাশিফল

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ইৰান সমর্থনপুষ্ট য়েমেনৰ হুথি বিদ্রোহীৰ আক্ৰমণৰ পৰা কথমপিহে প্ৰাণৰক্ষা পৰিল ১৩ ভাৰতীয় নাৱিকৰ। শেহতীয়াভারে প্রচণ্ড উত্থান ঘটা হুথি বিদ্রোহীয়ে সম্প্ৰতি বাব অল-মাণ্ডেব প্ৰণালীৰ গুৰুত্বপূৰ্ণ অংশ লোহিত সাগৰৰ পেৰিম দ্বীপ দখল কৰাৰ পাছত কালি এই জলপথৰে চলাচল কৰা বহু সংখ্যক জাহাজত ভয়াৱহ আক্রমণ সংঘটিত কৰে।

ADVERTISEMENT

এই আক্ৰমণত ভাৰতৰ পতাকাযুক্ত এখন জাহাজো আক্রান্ত হয়। ফলত ১৩ জন ভাৰতীয় নাৱিকৰ কথমপিহে প্ৰাণৰক্ষা পৰে। আক্ৰমণৰ কৱলত পৰা এই জাহাজসমূহে বাব অল-মাণ্ডেব অভিমুখে যাত্ৰা কৰি আছিল।

আনহাতে, ইন্ধনৰ সংকট যে অৱধাৰিত সেয়া সম্প্রতি সম্পূৰ্ণৰূপে স্পষ্ট হ’ল। হুথিৰ বৃহৎ উত্থানৰ ফলত এই আশংকা গভীৰ হৈছে। কাৰণ কালি বিদ্রোহী সংগঠনটোৱে লোহিত সাগৰৰ পেৰিম দ্বীপ দখল কৰে। ফলত মধ্যপ্রাচ্য তথা পশ্চিম এছিয়াৰ পৰা জাহাজ চলাচলৰ আৰু এটা পথ বন্ধ হৈছে।

ইয়াৰ পূৰ্বৰে পৰা যোৱা ২৮ ফেব্ৰুৱাৰীৰ পৰা হৰমুজ প্রণালী কাৰ্যতঃ বন্ধ হৈ আছে। যোৱা ২৮ ফেব্ৰুৱাৰীত ইৰান যুদ্ধৰ সূত্রপাত হোৱাৰ পাছত দেশখনে প্রণালীটো বন্ধ কৰি দিয়ে। সম্প্রতি মার্কিন বাহিনীয়েও প্রণালীটো বন্ধ কৰি ৰাখিছে। এনেদৰে মধ্যপ্রাচ্যৰ পৰা তেল অহাৰ দুটাকৈ জলপথ বন্ধ হৈ পৰাত বিশ্বত খাৰুৱা তেলৰ প্ৰচণ্ড নাটনিয়ে দেখা দিয়াৰ আশংকা প্ৰৱল হৈছে।

উল্লেখ্য যে মধ্যপ্রাচ্যৰ পৰা তিনিটা জলপথৰে খাৰুৱা তেল সৰবৰাহ হৈছিল। ইয়াৰে দুটা হ’ল হৰমুজ প্রণালী আৰু বাব অল-মাণ্ডেব প্রণালী। সম্প্রতি এই দুটা প্রণালী বন্ধ হৈছে। তৃতীয়টো প্রণালী হ’ল কৃত্রিমভাৱে তৈয়াৰী ছুৱেজ খাল।

উল্লেখ্য যে ছৌদি আৰবৰ পূব দিশৰ খনিসমূহৰ পৰা খাৰুৱা তেল পশ্চিমৰ লোহিত সাগৰৰ তীৰলৈ অনাৰ বাবে পাইপৰ ব্যৱস্থা আছে। এই তেল মূলতঃ দুখন চহৰ ক্ৰমে য়ানবু আৰু ৰাঘিবলৈ যায়। তাৰ পৰা জাহাজৰে ঘাইকৈ বাব অল-মাণ্ডেবৰে খাৰুৱা তেলৰ সৰবৰাহ কৰা হৈছিল।

সম্প্ৰতি হুথি বিদ্রোহীয়ে এই জলপথৰ গুৰুত্বপূৰ্ণ অংশ পেৰিম দ্বীপ দখল কৰাত ছৌদি আৰবো স্বাভাৱিকতে সংকটৰ সন্মুখীন হৈছে। বাব অল-মাণ্ডেব প্রণালী সকলোতকৈ সংকীর্ণ অংশটো পেৰিম দ্বীপৰ ওচৰত অৱস্থিত। গতিকে হুথি বিদ্রোহীৰ কৱললৈ পেৰিম দ্বীপ যোৱাৰ পাছত এই জলপথৰে জাহাজৰ চলাচল একপ্ৰকাৰ বন্ধ হৈছে।

উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে হুথি বিদ্রোহীয়ে য়েমেনৰ ম’চা চহৰো দখল কৰে। কেৱল সেয়াই নহয়, দুদিন পূর্বে সংগঠনটোৱে ছৌদি আৰবৰ পূব আৰু পশ্চিম অঞ্চলৰ তেলবাহী পাইপসমূহতো একাধিক আক্রমণ সংঘটিত কৰে। কৃত্রিম উপগ্রহে তোলা চিত্রত পাইপ লাইন অৱস্থিত স্থানৰ এশ কিলোমিটাৰ অঞ্চলজুৰি ঘন ক’লা ধোঁৱা নিৰ্গত হ’বলৈ দেখা গৈছিল।

ইয়াৰ পৰিপ্ৰেক্ষিতত কালিৰ পৰা ছৌদি আৰবে এই পাইপ লাইনসমূহৰে খাৰুৱা তেল সৰবৰাহ বন্ধ ৰাখিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,
Assam

মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

September 13, 2026
১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে
Assam

১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

September 13, 2026
দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ
India

দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ

September 13, 2026
মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?
India

মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?

September 13, 2026
দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ
India

দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ

September 12, 2026
চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ
India

চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

September 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d