Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

    ১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

    দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ

    মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?

    দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ

    চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

publisher by publisher
September 13, 2026
in Assam, News
Reading Time: 1 min read
0
১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে
0
SHARES
3
VIEWS
ShareShareShareShare

RelatedPosts

মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

দিনটোৰ ৰাশিফল

Dainik Agradoot Today’s Edition: 13 Sept 2026

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ঋণ গ্রহণত অসম চৰকাৰ যেন অঘোষিত নিগনি দৌৰত অৱতীৰ্ণ হৈছে। বণ্ড বিক্ৰীৰ জৰিয়তে নিৰন্তৰ ঋণ গ্রহণ কৰি আহিছে চৰকাৰখনে। ইয়াৰ পৰিণাম স্বৰূপে গঠনৰ পৰা এতিয়ালৈকে অর্থাৎ পাঁচ মাহত আঠবাৰ ঋণ গ্রহণ কৰিছে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে।

ADVERTISEMENT

শেষবাৰৰ বাবে চৰকাৰখনে যোৱা পহিলা ছেপ্টেম্বৰত এহেজাৰ কোটি টকা ঋণ লয়। ইয়াকে ধৰি বৰ্তমানৰ চৰকাৰখনে যোৱা দিনকেইটাত ৭,৭৫০ কোটি টকা ঋণ লয়। ইয়াৰ পাছত এইবাৰ পুনৰ ১৪ শ কোটি টকা ঋণ ল’বলৈ চৰকাৰখন সাজু হৈছে।

অহা ১৫ ছেপ্টেম্বৰত দুখন পৃথক নিলাম জাননীৰ জৰিয়তে এই ঋণ লোৱা হ’ব। ইয়াৰে এখনত ছয়শ কোটি টকা আৰু আনখনত সাতশ কোটি টকা ঋণ গ্রহণ কৰা হ’ব। ছয়শ কোটি টকা ঋণ ৭.৬৬ শতাংশ সুতৰ হাৰত লোৱা হ’ব। ইয়াৰ বিপৰীতে সাতশ কোটি টকাৰ সুতৰ হাৰ নিলামৰ সময়ত নিৰ্ধাৰণ কৰা হ’ব।

উল্লেখ্য যে চৰকাৰ গঠনৰ একেবাৰে প্ৰাৰম্ভিক অৱস্থাত যোৱা ১২ মে’ত চৰকাৰখনে প্রথম এহেজাৰ কোটি টকা ঋণ লৈছিল। তাৰ পাছত ২৬ মে’ত ৭৫০ কোটি টকা, ১৬ জুনত এহেজাৰ কোটি টকা, ৩০ জুনত এহেজাৰ কোটি টকা আৰু ২১ জুলাইত এহেজাৰ কোটি টকা ঋণ গ্রহণ কৰে।

ইয়াৰ পাছত পুনৰ এহেজাৰ কোটি টকা ঋণ লয় যোৱা চাৰি আগষ্টত। তাৰ পাছত ১৮ আগষ্টতো এহেজাৰ কোটি আৰু পহিলা ছেপ্টেম্বৰত এহেজাৰ কোটি টকা ঋণ গ্রহণ কৰে।

এনেদৰে উপর্যুপৰি ঋণ গ্রহণে ৰাজ্যবাসীৰ মূৰৰ ওপৰত জনমূৰি ঋণৰ পৰিমাণ বৃদ্ধি কৰিছে; কিন্তু ইয়াৰ প্ৰতি কোনো ভ্রূক্ষেপ নাই চৰকাৰখনৰ। বৰঞ্চ বিতর্ক সৃষ্টি হ’লেই উন্নয়নমূলক কামৰ বাবেহে ঋণ গ্রহণ কৰাৰ দাবী চৰকাৰে কৰি আহিছে। কিন্তু প্রকৃততে উন্নয়নমূলক আৰু উৎপাদনশীল উদ্দেশ্যত ঋণৰ ধন কিমান ব্যৱহাৰ হৈছে সেয়া আন এক প্রশ্ন হৈ ৰৈছে।

প্রসংগক্রমে উল্লেখ্য যে বিত্ত বিভাগৰ চলিত বিত্তীয় বৰ্ষৰ প্ৰস্তাৱ অনুসৰি চৰকাৰৰ মুঠ ৰাজহ প্রাপ্তিৰ ৯.৪৪ শতাংশ ধন ঋণৰ সুত প্রদানত ব্যয় হ’ব। ইপিনে, অসম চৰকাৰৰ বৰ্তমানলৈ ঋণৰ পৰিমাণ বৃদ্ধি হৈছে ২,১১,৫৫০.৪০ কোটি টকালৈ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,
Assam

মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

September 13, 2026
দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ
India

দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ

September 13, 2026
মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?
India

মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?

September 13, 2026
দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ
India

দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ

September 12, 2026
চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ
India

চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

September 12, 2026
তেজপুৰৰ মাজগাঁও জ্যোতি আগৰৱলা পথৰ কালভার্টহীন পথৰ বাবে সমস্যাৰ সৃষ্টি

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d