Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati Murder Case Update:মহানগৰীৰ বেলতলা বশিষ্ঠপুৰৰ পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু সন্দৰ্ভত উপ-আৰক্ষী আয়ুক্ত টাবুৰাম পেগুৰ মন্তব্য

    BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

    সাত বছৰত কেশসজ্জা-মেকআপত ব্যয় চাৰি কোটি ৪৯ লাখ টকা

    Heinous murder in Rangia:ৰাজ্যত আৰু এক জঘন্য হত্যাকাণ্ড

    BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

    Cattle seized in Mangaldoi:ব্ৰহ্মপুত্ৰৰে গোধন অবৈধ সৰবৰাহ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

কৰ্ণাটকৰ ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণক লৈ দেশজুৰি আলোড়ন

publisher by publisher
September 14, 2026
in India, News
Reading Time: 1 min read
0
কৰ্ণাটকৰ ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণক লৈ দেশজুৰি আলোড়ন
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

মুছলপুৰ অসামৰিক চিকিৎসালয়ত ভেঁকোভাওনাত পৰিণত অক্সিজেন প্লান্ট

Guwahati Murder Case Update:মহানগৰীৰ বেলতলা বশিষ্ঠপুৰৰ পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু সন্দৰ্ভত উপ-আৰক্ষী আয়ুক্ত টাবুৰাম পেগুৰ মন্তব্য

বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

Karnataka: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: সম্প্ৰতি কর্ণাটকত চলি থকা নির্বাচন আয়োগৰ ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণ (এছআইআৰ) ক লৈ দেশজুৰি আলোড়ন হৈছে। কাৰণ এই গভীৰ পুনৰীক্ষণত আধাৰখ্যাত বিশিষ্ট প্রযুক্তিবিদ নন্দন নিলেকানিসহ বহু বিখ্যাত ব্যক্তিলৈ জাননী জাৰি হোৱাৰ তথ্য পোহৰলৈ আহিছে।

ADVERTISEMENT

আনকি এনে জাননী ভাৰতৰত্ন প্ৰাপক অধ্যাপক চিএনআৰ ৰাওলৈও জাৰি হোৱা বুলিও ব্যাপক চর্চা হৈছে। অৱশ্যে ৰাৱে এনে জাননী পোৱা বুলি চর্চা শুদ্ধ নহয় বুলি নির্বাচন আয়োগে দাবী কৰিছে। আনহাতে, একাংশৰ মতে যদিহে এনে প্রসিদ্ধ ব্যক্তিয়েই জাননী লাভ কৰিবলগীয়া হৈছে তেন্তে সাধাৰণ তথা দৰিদ্ৰ লোকৰ ক্ষেত্ৰত এছআইআৰে কেনে সমস্যাৰ সৃষ্টি কৰিছে সেয়া সহজে অনুমেয়।

উল্লেখ্য যে দেশৰ প্ৰযুক্তি খণ্ডৰ এক উল্লেখনীয় নাম হ’ল নিলেকানি। তেওঁ বিখ্যাত ইনফ’ছিছ প্রতিষ্ঠানৰ সহ-প্রতিষ্ঠাপক হোৱাৰ উপৰি দেশৰ আধাৰ কাৰ্ড ব্যৱস্থাৰ মূল মস্তিষ্ক হ’ল নিলেকানি। বাংগালুৰু নিৱাসী নিলেকানিৰ উপৰি এছআইআৰৰ জাননী পোৱা আন বিখ্যাত ব্যক্তিসকলৰ অন্যতম উদ্যোগপতিদ্বয় নিতীন কামাথ আৰু নিখিল কামাথ।

বিষয়টোৱে সামাজিক মাধ্যমত ব্যাপক চর্চা অৰ্জন কৰিছে। সূত্ৰৰ মতে, অন্তিম এছআইআৰত নিলেকানিক ‘আনমেপড’ উল্লেখ আছিল। আনহাতে কামাথ ভ্রাতৃদ্বয়ৰ পিতৃ-মাতৃৰ কোনো এগৰাকীৰ নামৰ অমিল আছে। এই জাননীৰ জৰিয়তে এইসকল প্রখ্যাত ব্যক্তিকো শুনানিত উপস্থিত থাকিবলৈ কোৱা হৈছে। অৱশ্যে এই সন্দৰ্ভত বাংগালুৰুৰ জিলা নির্বাচন বিষয়া মহেশ্বৰ ৰাৱে বিষয়টোত আশ্চর্য প্ৰকাশ কৰি বিষয়টো পৰীক্ষা কৰাৰ আশ্বাস দিছে।

উল্লেখ্য যে কেৱল বাংগালুৰুৰে বৃহৎ সংখ্যক ভোটাৰলৈ এছআইআৰৰ জাননী জাৰি কৰা হৈছে। অৱশ্যে পূৰ্বে কৰ্ণাটকৰ মুখ্য নির্বাচন বিষয়া ভি অম্বুকুমাৰে ঘোষণা কৰিছিল যে পূৰ্বৰ ভোটাৰ তালিকাত ত্রুটি-বিচ্যুতি থকা ভোটাৰসকললৈহে জাননী জাৰি কৰা হ’ব।

আনহাতে, বিজ্ঞানী চিএনআৰৰ বিষয়টো সম্পৰ্কত বাংগালুৰুৰ জিলা নির্বাচন বিষয়াই কয় যে প্রসিদ্ধ বিজ্ঞানীজনলৈ এছআইআৰৰ জাননী জাৰি কৰা সম্পৰ্কত তেওঁ অৱগত নহয়। অৱশ্যে ২০০২ৰ ভোটাৰ তালিকা আৰু বৰ্তমানৰ ভোটাৰ তালিকাৰ মাজত নামৰ বিসংগতি থকাৰ বাবেহে বিজ্ঞানীজনলৈ জাননী জাৰি কৰা হৈছিল বুলি সূত্রই প্রকাশ কৰে।

২০০২ৰ ভোটাৰ তালিকাত তেওঁৰ নাম ৰামা, এইছ নাগেশ আৰৰ পুত্ৰ বুলি উল্লেখ থকাৰ বিপৰীতে বৰ্তমানৰ ভোটাৰ তালিকাত তেওঁৰ নাম অধ্যাপক চিএনআৰ বাও, নাগেশ আৰ এইছৰ পুত্ৰ বুলি উল্লেখ আছে। ইতিমধ্যে বুথ পৰ্যায়ৰ বিষয়াই তথ্য প্রকাশ কৰি ৰাওৰ নাম চূড়ান্ত ভোটাৰ তালিকাত সন্নিবিষ্ট কৰিবলৈ পৰামর্শ আগবঢ়ালে বুলিও সূত্রই সদৰী কৰিছে।

ইপিনে, জনপ্রিয় অভিনেতা প্রকাশ ৰাজৰ নাম বাংগালুৰুৰ ভোটাৰ তালিকাৰ পৰা এছআইআৰৰ জৰিয়তে আঁতৰোৱা হ’ল বুলি উত্থাপন হোৱা অভিযোগো নির্বাচন আয়োগে খণ্ডন কৰিছে।

আয়োগে দাবী কৰা অনুসৰি অভিনেতাজনৰ নাম বাংগালুৰুৰ শান্তিনগৰ বিধানসভা সমষ্টিৰ প্রথম খণ্ডৰ ৯৭০ ক্রমিক নম্বৰত আছে।

উল্লেখ্য যে কৰ্ণাটকৰ সাম্প্রতিক এছআইআৰ প্ৰক্ৰিয়াত ৪৩.৮১ লাখ জাননী জাৰি কৰাৰ তথ্য পোহৰলৈ আহিছে। ইতিমধ্যে ইয়াৰ শুনানি যোৱা তিনি ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে। শুনানি গ্রহণ প্রক্রিয়া অহা ১২ অক্টোবৰলৈ চলি থাকিব। লক্ষ্যণীয়ভাবে বাংগালুৰু নগৰ সমষ্টিত সর্বাধিক ৯.৪৬ লাখ জাননী জাৰি হৈছে। ইয়াৰ পাছতে আছে বিবিএমপি উত্তৰ সমষ্টি (৬.১৩ লাখ)।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

মুছলপুৰ অসামৰিক চিকিৎসালয়ত ভেঁকোভাওনাত পৰিণত অক্সিজেন প্লান্ট
Assam

মুছলপুৰ অসামৰিক চিকিৎসালয়ত ভেঁকোভাওনাত পৰিণত অক্সিজেন প্লান্ট

September 14, 2026
Guwahati Murder Case Update:মহানগৰীৰ বেলতলা বশিষ্ঠপুৰৰ পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু সন্দৰ্ভত উপ-আৰক্ষী আয়ুক্ত টাবুৰাম পেগুৰ মন্তব্য
Assam

Guwahati Murder Case Update:মহানগৰীৰ বেলতলা বশিষ্ঠপুৰৰ পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু সন্দৰ্ভত উপ-আৰক্ষী আয়ুক্ত টাবুৰাম পেগুৰ মন্তব্য

September 14, 2026
BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং
International

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

September 14, 2026
সাত বছৰত কেশসজ্জা-মেকআপত ব্যয় চাৰি কোটি ৪৯ লাখ টকা
International

সাত বছৰত কেশসজ্জা-মেকআপত ব্যয় চাৰি কোটি ৪৯ লাখ টকা

September 14, 2026
Heinous murder in Rangia:ৰাজ্যত আৰু এক জঘন্য হত্যাকাণ্ড
Assam

Heinous murder in Rangia:ৰাজ্যত আৰু এক জঘন্য হত্যাকাণ্ড

September 14, 2026
BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d