Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জুবিন দিৱসৰ দ্বিতীয় দিনাও জুবিনক্ষেত্ৰত ব্যাপক জনসমাগম

    সংগিনীৰ সন্ধানত অনাহাৰে চাৰি হেজাৰ কিলোমিটাৰ অতিক্রম

    অসমত ৰেপিড ৰে’লৰ পৰিকল্পনা

    অসমত ৰেপিড ৰে’লৰ পৰিকল্পনা

    Supreme court:আশ্রয় শিবিৰত মৃত্যুমুখত পৰা ৬৪০ জনৰ মাথোঁ ২০ জনৰহে মৰণোত্তৰ পৰীক্ষা

    Zuben Garg Tribute:ন্যায়ৰ প্ৰাৰ্থনা-বেদনাৰ চকুলো একাকাৰ

    Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

এতিয়াৰে পৰা ঔষধৰ দোকানতো বাধ্যতামূলক হ’ব CCTV? কেন্দ্ৰৰ নতুন প্ৰস্তাৱ

publisher by publisher
September 17, 2026
in India, News
Reading Time: 1 min read
0
এতিয়াৰে পৰা ঔষধৰ দোকানতো বাধ্যতামূলক হ’ব CCTV? কেন্দ্ৰৰ নতুন প্ৰস্তাৱ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

সাৱধান! আশ্চৰ্যকৰভাৱে শান্ত হৈছে আটলান্টিক

জুবিন দিৱসৰ দ্বিতীয় দিনাও জুবিনক্ষেত্ৰত ব্যাপক জনসমাগম

সংগিনীৰ সন্ধানত অনাহাৰে চাৰি হেজাৰ কিলোমিটাৰ অতিক্রম

CCTV: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ঔষধৰ দোকানৰ পৰা আৰম্ভ কৰি ডাঙৰ ফাৰ্মেচীলৈকে—সকলোতে এতিয়া লাগিব পাৰে CCTV! ফাৰ্মেচী আৰু অনুজ্ঞাপত্ৰপ্ৰাপ্ত দোকানত যাতে কেৱল চিকিৎসকৰ প্ৰেছক্ৰিপশ্যন অনুসৰিহে ঔষধ বিক্ৰী কৰা হয়, সেয়া নিশ্চিত কৰাৰ লক্ষ্যৰে এই নতুন নিয়ম অনাৰ প্ৰস্তাৱ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। ইয়াৰ বাবে Drugs Rules, 1945 সংশোধনৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে।

ADVERTISEMENT

যোৱা আঠ ছেপ্টেম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা এখন খচৰা নিৰ্দেশ জাৰি কৰা হয়। তাত কোৱা হৈছে যে পঞ্জীয়নভুক্ত চিকিৎসকৰ প্ৰেছক্ৰিপশ্যনত দিয়া ঔষধ পাইকাৰী বিক্ৰীৰ বাহিৰে অন্য ধৰণে যোগান বা বিক্ৰী কৰিব লাগিলে, সেই অনুজ্ঞাপত্ৰপ্ৰাপ্ত দোকান বা প্ৰতিষ্ঠানত CCTV নজৰদাৰী ব্যৱস্থা থকাটো বাধ্যতামূলক হ’ব।

লগতে কমেও তিনিমাহৰ CCTV ফুটেজ সংৰক্ষণ কৰিব লাগিব। এনে ব্যৱস্থাৰেই প্ৰস্তাৱ দিয়া হৈছে। ড্ৰাগছ কনছালটেটিভ কমিটি আৰু ড্ৰাগছ টেকনিকেল এডভাইজৰী ব’ৰ্ডৰ সদস্যসকলে এই প্ৰস্তাৱটো পৰ্যালোচনা কৰিছে।

চৰকাৰৰ বক্তব্য অনুসৰি, এই পদক্ষেপৰ জৰিয়তে ঔষধৰ দোকানত প্ৰেছক্ৰিপশ্যনভিত্তিক ঔষধৰ অনুমতিবিহীন বিক্ৰী নিয়ন্ত্ৰণ কৰিব পৰা যাব। ইয়াৰ ফলত ঔষধ বিক্ৰীৰ নিৰ্ভৰযোগ্যতাও বৃদ্ধি পাব।

কি কোৱা হৈছে প্ৰস্তাৱনাত?

Drugs Rules, 1945-ৰ ৬৫ নং ধাৰা সংশোধনৰ প্ৰস্তাৱ দিয়া হৈছে। নতুন নিয়ম অনুসৰি, অনুজ্ঞাপত্ৰপ্ৰাপ্ত দোকানত প্ৰেছক্ৰিপশ্যনভিত্তিক ঔষধ বিক্ৰীৰ ক্ষেত্ৰত CCTV নজৰদাৰী বাধ্যতামূলকভাৱে ৰাখিব লাগিব। CCTV এনেদৰে সক্ৰিয় কৰি ৰাখিব লাগিব, যাতে কোনো ঔষধ বিক্ৰী বা যোগান ধৰা হৈছিল নে নাই, পৰৱৰ্তী সময়ত সেয়া পৰীক্ষা কৰিব পৰা যায়।

লগতে CCTVৰ ৰেকৰ্ডিং কমেও তিনিমাহ সংৰক্ষণ কৰিব লাগিব। অৱশ্যে প্ৰস্তাৱিত CCTV ব্যৱস্থাৰ নিয়মৰ পৰা পাইকাৰী ঔষধ বিক্ৰেতাসকলক বাদ ৰখা হৈছে।

প্ৰস্তাৱটো চূড়ান্ত হ’লে প্ৰেছক্ৰিপশ্যনৰ ভিত্তিত ঔষধ বিক্ৰী বা যোগান ধৰাৰ এক তথ্য-নথি সৃষ্টি হ’ব। ফলত নিয়ম ভংগৰ অভিযোগ উঠিলে বিষয়টো পৰীক্ষা কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে সংশ্লিষ্ট ঔষধৰ বিক্ৰীৰ তথ্য পৰীক্ষা কৰাৰ ক্ষেত্ৰত নিয়ন্ত্ৰক সংস্থাসমূহৰ হাতত আন এটা ব্যৱস্থা থাকিব।

এই প্ৰস্তাৱ এনে সময়ত আহিছে, যেতিয়া Schedule H, H1 আৰু X -ৰ অন্তৰ্ভুক্ত ঔষধৰ ক্ষেত্ৰত ইতিমধ্যে বিভিন্ন বিধিনিষেধ আছে। Drugs Rules অনুসৰি, এই ঔষধসমূহৰ ক্ষেত্ৰত চিকিৎসকৰ প্ৰেছক্ৰিপশ্যন সম্পৰ্কীয় নিৰ্দিষ্ট নিয়ম মানিব লাগে।

অৱশ্যে প্ৰস্তাৱিত CCTVৰ নিয়ম কেৱল Schedule H, H1 আৰু X-ৰ অন্তৰ্ভুক্ত ঔষধৰ ক্ষেত্ৰতে প্ৰযোজ্য হ’ব বুলি কোৱা হোৱা নাই।

প্ৰেছক্ৰিপশ্যনভিত্তিক ঔষধৰ ক্ষেত্ৰত নিয়ন্ত্ৰক সংস্থাসমূহৰ নজৰদাৰী বৃদ্ধি পোৱাৰ সময়তে এই প্ৰস্তাৱ আহিছে। বিশেষকৈ কাহৰ ঔষধ আৰু ছিৰাপৰ ক্ষেত্ৰত শেহতীয়াকৈ নিয়ন্ত্ৰণ অধিক কঠোৰ কৰাৰ দিশত গুৰুত্ব দিয়া হৈছে।

কিছুমান ঔষধৰ অপ্ৰয়োজনীয় বা ভুল ব্যৱহাৰ আৰু উপযুক্ত চিকিৎসকৰ পৰামৰ্শ অবিহনে বিক্ৰী বা যোগানক লৈ উদ্বেগ প্ৰকাশ কৰা হৈছে। সেইবাবেই চৰকাৰে নিৰ্দিষ্ট কিছুমান ঔষধৰ বিক্ৰী আৰু যোগানৰ ওপৰত নিয়ন্ত্ৰণ অধিক শক্তিশালী কৰাৰ দিশত আগবাঢ়িছে।

এই বিষয়টো শিশুৰ ক্ষেত্ৰতো বিশেষ গুৰুত্বপূৰ্ণ। কাৰণ শিশুৰ বাবে ঔষধ আৰু ঔষধৰ মাত্ৰা তেওঁলোকৰ বয়স আৰু শাৰীৰিক অৱস্থাৰ স’তে সামঞ্জস্যপূৰ্ণ হোৱাটো প্ৰয়োজনীয়। প্ৰস্তাৱিত ব্যৱস্থা কেৱল কাহৰ ছিৰাপৰ মাজতে সীমাবদ্ধ নহয়। প্ৰস্তাৱিত সংশোধনী অনুসৰি, প্ৰেছক্ৰিপশ্যনৰ ভিত্তিত বিক্ৰী হোৱা ঔষধৰ ক্ষেত্ৰতেই এই নিয়ম প্ৰযোজ্য হ’ব পাৰে।

এই প্ৰস্তাৱিত সংশোধনী সন্দৰ্ভত সাধাৰণ নাগৰিকৰ পৰা পৰামৰ্শ বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে। পৰামৰ্শ আৰু আপত্তি জনোৱাৰ সময়সীমা শেষ হোৱাৰ পাছত খচৰাটো পুনৰ পৰ্যালোচনা কৰা হ’ব। ইয়াৰ পাছত চৰকাৰে প্ৰস্তাৱটো চূড়ান্তভাৱে জাননী জাৰি কৰি কাৰ্যকৰী কৰা হ’ব নে নহয়, সেই সন্দৰ্ভত সিদ্ধান্ত ল’ব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

সাৱধান! আশ্চৰ্যকৰভাৱে শান্ত হৈছে আটলান্টিক
International

September 18, 2026
জুবিন দিৱসৰ দ্বিতীয় দিনাও জুবিনক্ষেত্ৰত ব্যাপক জনসমাগম
Assam

জুবিন দিৱসৰ দ্বিতীয় দিনাও জুবিনক্ষেত্ৰত ব্যাপক জনসমাগম

September 18, 2026
সংগিনীৰ সন্ধানত অনাহাৰে চাৰি হেজাৰ কিলোমিটাৰ অতিক্রম
International

সংগিনীৰ সন্ধানত অনাহাৰে চাৰি হেজাৰ কিলোমিটাৰ অতিক্রম

September 18, 2026
অসমত ৰেপিড ৰে’লৰ পৰিকল্পনা
Assam

অসমত ৰেপিড ৰে’লৰ পৰিকল্পনা

September 18, 2026
Supreme court:আশ্রয় শিবিৰত মৃত্যুমুখত পৰা ৬৪০ জনৰ মাথোঁ ২০ জনৰহে মৰণোত্তৰ পৰীক্ষা
Assam

Supreme court:আশ্রয় শিবিৰত মৃত্যুমুখত পৰা ৬৪০ জনৰ মাথোঁ ২০ জনৰহে মৰণোত্তৰ পৰীক্ষা

September 18, 2026
Zuben Garg Tribute:ন্যায়ৰ প্ৰাৰ্থনা-বেদনাৰ চকুলো একাকাৰ
Assam

Zuben Garg Tribute:ন্যায়ৰ প্ৰাৰ্থনা-বেদনাৰ চকুলো একাকাৰ

September 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d