Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জুবিন দিৱসৰ দ্বিতীয় দিনাও জুবিনক্ষেত্ৰত ব্যাপক জনসমাগম

    সংগিনীৰ সন্ধানত অনাহাৰে চাৰি হেজাৰ কিলোমিটাৰ অতিক্রম

    অসমত ৰেপিড ৰে’লৰ পৰিকল্পনা

    অসমত ৰেপিড ৰে’লৰ পৰিকল্পনা

    Supreme court:আশ্রয় শিবিৰত মৃত্যুমুখত পৰা ৬৪০ জনৰ মাথোঁ ২০ জনৰহে মৰণোত্তৰ পৰীক্ষা

    Zuben Garg Tribute:ন্যায়ৰ প্ৰাৰ্থনা-বেদনাৰ চকুলো একাকাৰ

    Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!

publisher by publisher
September 17, 2026
in International, News
Reading Time: 1 min read
0
৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

সাৱধান! আশ্চৰ্যকৰভাৱে শান্ত হৈছে আটলান্টিক

জুবিন দিৱসৰ দ্বিতীয় দিনাও জুবিনক্ষেত্ৰত ব্যাপক জনসমাগম

সংগিনীৰ সন্ধানত অনাহাৰে চাৰি হেজাৰ কিলোমিটাৰ অতিক্রম

UnitedKingdom : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: বিভাজিত হোৱাৰ দিশত অগ্ৰসৰ হৈছে ব্রিটেইন। ৭৯ বছৰ পূৰ্বে ১৯৪৭ত ভাৰতক বিভাজিত কৰা ব্রিটেইনৰ পৰা আঁতৰিবলৈ বিচাৰি সম্প্ৰতি ঐক্যবদ্ধ হৈছে বেলছ, স্কটলেণ্ড আৰু উত্তৰ আয়াৰলেণ্ড। যদি সেয়াই হয় তেন্তে ব্রিটেইন বুলিবলৈ কেৱল ইংলণ্ডহে থাকিব।

ADVERTISEMENT

উল্লেখ্য যে পূর্বেও স্কটলেণ্ড, বেলছ আৰু উত্তৰ আয়াৰলেণ্ডে ব্রিটেইনৰ পৰা আঁতৰি যোৱাৰ দাবী উত্থাপন কৰিছিল যদিও এই দাবী ঐক্যবদ্ধভাবে উত্থাপন হোৱা নাছিল। গতিকে বিষয়টোরে বিশেষ গুৰুত্ব আৰোপ কৰা নাছিল। ইয়াৰ বিপৰীতে শেহতীয়াভাবে বেলছ, স্কটলেণ্ড আৰু উত্তৰ আয়াৰলেণ্ডে ঐক্যবদ্ধভাৱে ব্রিটেইনৰ পৰা আঁতৰি যোৱাৰ দাবী উত্থাপন কৰিছে।

যদি এই দাবী বাস্তৱত পৰিণত হয় তেন্তে ১৯৪৭ত ব্রিটিছ সংসদে যিদৰে ৰেডক্লিভ সীমা নিৰ্ধাৰণ কৰি ভাৰতক ভাৰত আৰু পাকিস্তান দুখন দেশত পৰিণত কৰিছিল তেনে ঘটনা ব্রিটেইনৰ ক্ষেত্রত সংঘটিত হ’ব। ইংলণ্ড নেতৃত্বাধীন সংযুক্ত যুক্তৰাজ্যত ব্ৰিটিছসকলৰ আধিপত্য অধিক।

এই ব্ৰিটিছ আধিপত্যৰ বিৰুদ্ধে শেহতীয়াভাৱে সক্রিয় হৈছে স্কটলেণ্ড, বেলছ আৰু উত্তৰ আয়াৰলেণ্ডৰ জাতীয়তাবাদ। অলপতে এই জাতীয়তাবাদীসকলৰ নেতৃত্বই ঐক্যবদ্ধভাৱে নিজৰ ভৱিষ্যৎ নির্ধাৰণৰ অধিকাৰৰ সপক্ষে সৰৱ হৈছে। ইয়াকে লৈ স্কটলেণ্ড, বেলছ আৰু উত্তৰ আয়াৰলেণ্ডৰ জাতীয়তাবাদী শিবিৰৰ মাজত বুজাবুজিও সম্পন্ন হৈছে। ফলত সংযুক্ত যুক্তৰাজ্যৰ ভৱিষ্যতক লৈ আন্তর্জাতিক মঞ্চত নতুনকৈ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে।

ৱেলছ, স্কটলেণ্ড আৰু উত্তৰ আয়াৰলেণ্ডৰ জাতীয়তাবাদী শিবিৰৰ মাজত হোৱা চুক্তিত কোৱা হৈছে যে ব্রিটিছ সংসদৰ সময় শেষ হৈ আহিছে। গতিকে আগন্তুক দিনত যুক্তৰাজ্যৰ সাংবিধানিক পৰিকাঠামোৰ বৃহৎ পৰিৱৰ্তনৰ সূচনা হ’ব পাৰে। উল্লেখ্য যে স্কটলেণ্ড, বেলছ আৰু উত্তৰ আয়াৰলেণ্ডৰ নিজা সংসদ আৰু চৰকাৰ আছে।

তৎসত্ত্বেও তেওঁলোক স্বাধীন বা সার্বভৌম ৰাষ্ট্ৰ নহয়। নিজা সংসদ থকা সত্ত্বেও একোখন দেশ সদৃশ এই তিনি প্রদেশৰ অনেক গুৰুত্বপূৰ্ণ ক্ষমতা ব্রিটিছ সংসদৰ হাতত আছে। গতিকে জাতীয়তাবাদী দলসমূহৰ দাবী হ’ল যে স্থানীয় লোকৰ দ্বাৰা নিৰ্বাচিত চৰকাৰসমূহৰ হাতত আৰু অধিক ক্ষমতা থকা উচিত।

যোৱা ১৪ ছেপ্টেম্বৰত স্কটলেণ্ড, বেলছ আৰু উত্তৰ আয়াৰলেণ্ডৰ নেতাসকলে সাংবিধানিক পৰিৱৰ্তনৰ দাবী উত্থাপন কৰে। নিজৰ নিজৰ ‘দেশ’ৰ ভৱিষ্যৎ নিৰ্ধাৰণৰ অধিকাৰক সমর্থন জনাই তেওঁলোকে এক বুজাবুজি চুক্তিও স্বাক্ষৰ কৰে।

কার্ডিফত অনুষ্ঠিত এক শীর্ষক সম্মিলনত স্কটলেণ্ডৰ ফার্স্ট মিনিষ্টাৰ জন ছুইনি, বেলছৰ নেত্রী ৰুন আপ বয়াৰ্থ আৰু উত্তৰ আয়াৰলেণ্ডৰ ফার্স্ট মিনিষ্টাৰ মিচ্চেল অ’ নীলে উক্ত চুক্তিত স্বাক্ষৰ কৰে। উল্লেখ্য যে স্কটিছ নেচনেল পার্টি, বেলছৰ প্লেড কামৰি আৰু আইৰিছ ঐক্যপন্থী ছিন ফেইনৰ দৰে দলসমূহে যুক্তৰাজ্যৰ পৰা বিচ্ছিন্ন হ’বলৈ বিচাৰিছে।

অৱশ্যে বিচ্ছিন্নতাৰ চৰ্ত সকলোৰে সুকীয়া আৰু বিচ্ছিন্ন হোৱাৰ সময়ো সুকীয়াকৈ নিৰ্ধাৰণ কৰিছে। তৎসত্ত্বেও এইবাৰ প্ৰথমবাৰৰ বাবে স্কটলেণ্ড, রেলছ আৰু উত্তৰ আয়াৰলেণ্ডত স্বাধীনতাপন্থী বা জাতীয়তাবাদী দল শাসনত আছে। গতিকে তিনিও ‘দেশ’-এ ঐক্যবদ্ধভাবে বিচ্ছিন্ন হোৱাৰ দাবী উত্থাপন কৰিছে। এই দাবীয়ে এক বৃহত্তৰ সাংবিধানিক আন্দোলনৰ ৰূপ লোৱাৰ সম্ভাৱনা প্রকট হৈছে।

উল্লেখ্য যে এই বিদ্রোহী তিনি দেশৰ অন্যতম স্কটলেণ্ডৰ স্বাধীনতাৰ দাবী সকলোতকৈ পুৰণা আৰু শক্তিশালী। ২০১৪ত স্কটলেণ্ডত স্বাধীনতাৰ পক্ষে গণভোট হৈছিল। অৱশ্যে এই গণভোটত ৫৫.৩ শতাংশ লোকে যুক্তৰাজ্যৰ স’তে থকাৰ পক্ষে মতদান কৰাৰ বিপৰীতে ৪৪.৭শতাংশই স্বাধীনতাৰ সপক্ষে ভোটদান কৰিছিল।

কিন্তু তাৰ পাছতে ব্ৰেকজিট হোৱাত লণ্ডনৰ হোৱা নাই। বহু সময়ত স্কটিছসকল স’তে স্কটিছ জাতীয়তাবাদীসকলৰ । মতপার্থক্য অধিক বৃদ্ধি পায়। কাৰণ স্কটলেণ্ডৰ এক বৃহৎ সংখ্যক লোকে ইউৰোপৰ স’তে ঘনিষ্ঠ সম্পৰ্ক বিচাৰে। ইয়াৰ বিপৰীতে যুক্তৰাজ্যই ইউৰোপীয় সংঘ ত্যাগ কৰিছে। ইয়াৰ অজুহাতত স্কটলেণ্ডে স্বাধীনতাৰ দাবী প্রবল কৰি তুলিছে। তদুপৰি স্কটিছ ।

জাতীয়তাবাদীসকলৰ অভিযোগ হ’ল যে ব্রিটিছ সংসদে তেওঁলোকৰ জনতাৰ আশা-আকাংক্ষা সঠিকভাৱে পূৰণ কৰিবলৈ সক্ষম ব্ৰিটিছ সংসদৰ দ্বাৰা উপেক্ষিত হৈ আহিছে। একে অনুভৱ ৱেলছবাসীৰো। তেওঁলোকৰ দাবী হ’ল যে কৰ ব্যৱস্থা, জনকল্যাণমূলক নীতি আৰু দেশৰ সামগ্রিক আর্থিক পৰিকল্পনাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহ নিয়ন্ত্রণ এতিয়াও ব্ৰিটিছ সংসদৰ হাততে আছে।

ফলত ৱেলছৰ নিজা চৰকাৰে বিচাৰিলেও দৰিদ্ৰতা হ্রাস, কর্ম সংস্থাপন আৰু বিনিয়োগ বৃদ্ধি ঘটাবলৈ সক্ষম হোৱা নাই। অৱশ্যে উত্তৰ আয়াৰলেণ্ডৰ পৰিস্থিতি সুকীয়া। উত্তৰ আয়াৰলেণ্ডে কেৱল স্বাধীনতা নহয়, পুনৰ আয়াৰলেণ্ডৰ স’তে সংযুক্ত হ’বলৈ বিচাৰিছে। উল্লেখ্য যে ১৯২০ৰ দশকত আয়াৰলেণ্ড বিভাজিত হোৱাৰ পাছত উত্তৰ আয়াৰলেণ্ড ব্রিটেইনৰ অংশ হয়।

অৱশ্যে ১৯৯৮ৰ ‘গুড ফ্রাইডে’ চুক্তি অনুসৰি ভৱিষ্যতে যদি সংখ্যাগৰিষ্ঠ লোকে আয়াৰলেণ্ডৰ স’তে সংযুক্ত হ’বলৈ বিচাৰে তেন্তে গণভোটৰ জৰিয়তে সেই সিদ্ধান্ত ল’ব পাৰিব। গতিকে যুক্তৰাজ্য আগন্তুক সময়ত বিভাজিত হোৱাৰ সম্ভাৱনা প্রবল হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

সাৱধান! আশ্চৰ্যকৰভাৱে শান্ত হৈছে আটলান্টিক
International

September 18, 2026
জুবিন দিৱসৰ দ্বিতীয় দিনাও জুবিনক্ষেত্ৰত ব্যাপক জনসমাগম
Assam

জুবিন দিৱসৰ দ্বিতীয় দিনাও জুবিনক্ষেত্ৰত ব্যাপক জনসমাগম

September 18, 2026
সংগিনীৰ সন্ধানত অনাহাৰে চাৰি হেজাৰ কিলোমিটাৰ অতিক্রম
International

সংগিনীৰ সন্ধানত অনাহাৰে চাৰি হেজাৰ কিলোমিটাৰ অতিক্রম

September 18, 2026
অসমত ৰেপিড ৰে’লৰ পৰিকল্পনা
Assam

অসমত ৰেপিড ৰে’লৰ পৰিকল্পনা

September 18, 2026
Supreme court:আশ্রয় শিবিৰত মৃত্যুমুখত পৰা ৬৪০ জনৰ মাথোঁ ২০ জনৰহে মৰণোত্তৰ পৰীক্ষা
Assam

Supreme court:আশ্রয় শিবিৰত মৃত্যুমুখত পৰা ৬৪০ জনৰ মাথোঁ ২০ জনৰহে মৰণোত্তৰ পৰীক্ষা

September 18, 2026
Zuben Garg Tribute:ন্যায়ৰ প্ৰাৰ্থনা-বেদনাৰ চকুলো একাকাৰ
Assam

Zuben Garg Tribute:ন্যায়ৰ প্ৰাৰ্থনা-বেদনাৰ চকুলো একাকাৰ

September 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d