Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

    বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা

    জ্ঞানেশৰ মুখা খুলিল সর্বোচ্চ ন্যায়ালয়ত

    গাদী হেৰুওৱাটো নিশ্চিত হ’ল হৰদ্বীপ পুৰীসহ দুই মন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

publisher by publisher
October 2, 2026
in International, News
Reading Time: 1 min read
0
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

প্ৰশ্নকাকত চুৰি আৰু ফাদিলৰ অভিযোগ, নিলম্বিত বিজনীৰ ভাংনামাৰী হাইস্কুলৰ প্ৰধান শিক্ষক

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন: গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা তথ্য স্পষ্ট, বিভ্ৰান্তিকৰ দাবী নাকচ

আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

VladimirPutin: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সম্পৰ্ক সদায়েই বন্ধুত্বপূৰ্ণ। বিগত কেইবছৰমানত দুয়োগৰাকী নেতাৰ মাজৰ ঘনিষ্ঠতা অধিক বৃদ্ধি পাইছে। এইবাৰ সেই ‘বন্ধু’ ভাৰতে গ্ৰহণ কৰা নিৰপেক্ষ স্থিতিক লৈ মুখ খুলিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে। প্ৰশংসাৰে ওপচাই দিলে মোদীক।

ADVERTISEMENT

ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত ভাৰতে সদায় নিৰপেক্ষ স্থিতি গ্ৰহণ কৰি আহিছে। মস্কোৰ স’তে ঘনিষ্ঠতা বৃদ্ধি পালেও সংঘাতৰ প্ৰশ্নত নতুন দিল্লীয়ে কেতিয়াও কোনো এটা পক্ষক সমৰ্থন জনোৱা নাই। ভাৰতৰ এই স্থিতিক ৰাছিয়াই সন্মান কৰে বুলি স্পষ্ট কৰিলে পুটিনে। একে সময়তে শান্তি স্থাপনৰ ক্ষেত্ৰত মোদীৰ প্ৰচেষ্টা আৰু চিন্তাধাৰা যথেষ্ট গ্ৰহণযোগ্য বুলিও তেওঁ মন্তব্য কৰে।

মস্কোত ভালদাই ফ’ৰাম অৱ ইণ্টাৰনেশ্যনেল ৰাছিয়া এক্সপাৰ্টৰ মঞ্চত ভাষণ দি পুটিনে মোদীৰ প্ৰসংগ উত্থাপন কৰে। তেওঁ কয়, “নৰেন্দ্ৰ মোদী সেই ৰাষ্ট্ৰনেতাসকলৰ মাজৰ এজন, যাৰ স’তে আমাৰ অতি ভাল আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে, মোৰ স’তে ব্যক্তিগতভাৱেও সুসম্পৰ্ক আছে। তথাপি তেওঁ বাৰে বাৰে ইউক্ৰেইনৰ স’তে সংঘাত বন্ধ কৰাৰ বিষয়ত কথা কয় আৰু এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে।”

পুটিনে লগতে কয়, “সকলো পক্ষৰ বাবে গ্ৰহণযোগ্য সমাধানৰ পথ বিচৰাৰ ক্ষেত্ৰত মোদীৰ গভীৰ আগ্ৰহ আছে। এই বিষয়ত তেওঁৰ চিন্তাধাৰাও যথেষ্ট ভাল। স্বাভাৱিকভাৱেই তেওঁ নিৰপেক্ষ স্থিতি গ্ৰহণ কৰে আৰু সংঘাত বন্ধ কৰাৰ চেষ্টা কৰে। মোৰ এনে লাগে যে এই কথা স্পষ্টকৈ কোৱাটো মোৰ কৰ্তব্য। আমি মোদীৰ ওচৰত তেওঁৰ চিন্তাধাৰাৰ বাবে কৃতজ্ঞ।”

উল্লেখ্য যে, ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ইউক্ৰেইনৰ স’তে ৰাছিয়া নতুনকৈ যুদ্ধত জড়িত হোৱাৰ পাছত পশ্চিমীয়া দেশসমূহে মস্কোৰ ওপৰত বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰিছিল। সেই সময়ত ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ পৰিমাণ বৃদ্ধি কৰিছিল। আমেৰিকাই এই বিষয়ত বাৰে বাৰে অসন্তুষ্টি প্ৰকাশ কৰিছিল।

আমেৰিকাৰ দাবী আছিল, ভাৰতে তেল ক্ৰয় কৰাৰ বাবেই ৰাছিয়াই ইউক্ৰেইনৰ স’তে যুদ্ধ অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। তেওঁলোকৰ অভিযোগ আছিল, পৰোক্ষভাৱে নতুন দিল্লীয়েই যুদ্ধৰ ৰসদ যোগান ধৰিছে। এই অভিযোগ উত্থাপন কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰতো উচ্চ হাৰত শুল্ক আৰোপ কৰিছিল।

কিন্তু মোদী চৰকাৰে বাৰে বাৰে নিজৰ স্থিতি স্পষ্ট কৰি আহিছে। কোৱা হৈছে যে ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ মূল্যৰ কথা মনত ৰাখিয়েই ভাৰতে বাণিজ্যিক নীতি নিৰ্ধাৰণ কৰে। আগন্তুক দিনতো এই নীতি অব্যাহত থাকিব বুলি কোৱা হৈছে।

যুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা মোদী আৰু পুটিনৰ মাজত কেইবাবাৰো বৈঠক অনুষ্ঠিত হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিৰ সৈতেও সাক্ষাৎ কৰিছিল। প্ৰতিবাৰেই আলোচনা আৰু কূটনৈতিক বাৰ্তালাপৰ জৰিয়তে সমস্যা সমাধানৰ আহ্বান জনাই আহিছে তেওঁ।

কিছুদিন পূৰ্বে ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পুটিন ভাৰতলৈ আহিছিল। তেওঁৰ সৈতে অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকতো মোদীয়ে যুদ্ধ বন্ধ কৰাৰ পক্ষত মত প্ৰকাশ কৰিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

প্ৰশ্নকাকত চুৰি আৰু ফাদিলৰ অভিযোগ, নিলম্বিত বিজনীৰ ভাংনামাৰী হাইস্কুলৰ প্ৰধান শিক্ষক
Assam

October 6, 2026
স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন: গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা তথ্য স্পষ্ট, বিভ্ৰান্তিকৰ দাবী নাকচ
Assam

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন: গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা তথ্য স্পষ্ট, বিভ্ৰান্তিকৰ দাবী নাকচ

October 6, 2026
আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ
International

আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

October 6, 2026
বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?
News

বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

October 6, 2026
একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে
News

একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

October 6, 2026
আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা
International

আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা

October 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d