Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ

    জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!

    সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?

    দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ

    সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত

    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ

publisher by publisher
October 5, 2026
in India, News
Reading Time: 1 min read
0
১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদক আৰু অধিক তীব্ৰ কৰি তুলিবলৈ শনিবাৰে (১০ অক্টোবৰ) যন্তৰ মন্তৰত বিক্ষোভ কাৰ্যসূচীৰ আহ্বান জনাইছে ককৰোচ জনতা পাৰ্টি (চিজেপি)-য়ে। এই কাৰ্যসূচীৰ পূৰ্বেই দলটোৰ শীৰ্ষস্থানীয় নেতাসকলক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে চিজেপিয়ে। অৱশ্যে কেন্দ্ৰীয় চৰকাৰে এনে কোনো পৰিকল্পনা কৰি থাকিলে সেয়া ভুল হ’ব বুলি দাবী কৰিছে চিজেপিৰ নেতাসকলে।

ADVERTISEMENT

দেওবাৰে নিশা সামাজিকমাধ্যমত এটা পোষ্ট কৰে চিজেপি নেতা সৌৰভ দাসে। তাত তেওঁ লিখে,“চৰকাৰে অভিজিৎ (চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে), আশুতোষ (ৰাংকা), মোক আৰু ককৰোচ জনতা পাৰ্টিৰ আন নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ পৰিকল্পনা কৰিছে।”

একে সময়তে তেওঁ লিখে, “চৰকাৰে যদি ভাবে যে তেওঁলোকৰ এনে স্বৈৰাচাৰী পদক্ষেপে কাম কৰিব, তেন্তে তেওঁলোকে ভুল কৰিছে। যুৱ প্ৰজন্ম জাগি উঠিছে। সকলোৰে প্ৰতি আমাৰ আহ্বান, নিজৰ অধিকাৰ আৰু ভৱিষ্যতৰ বাবে যুঁজ দিয়ক। সেয়া আমাৰ স’তেও কৰিব পাৰে, আমাৰ স’তে নোহোৱাকৈও কৰিব পাৰে।”কেন্দ্ৰক সতৰ্ক কৰি সৌৰভে জনায় যে তেওঁলোকে কাৰাগাৰলৈ যাবলৈ সাজু।

সৌৰভৰ এই পোষ্টৰ পাছতে সামাজিকমাধ্যমত এটা পোষ্ট কৰে চিজেপি প্ৰধান দীপকে। কেন্দ্ৰীয় গৃহমন্ত্ৰীক কটাক্ষ কৰি তেওঁ লিখে,“কিমানজনক গ্ৰেপ্তাৰ কৰিব, অমিত শ্বাহ? ১০ অক্টোবৰ (যন্তৰ মন্তৰত) সমগ্ৰ দেশ আহিব।”

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগকে ধৰি একাধিক দাবীত শুকুৰবাৰে গান্ধী জয়ন্তীৰ দিনা মুম্বাইৰ শিৱাজী পাৰ্কত সমবেত হৈছিল ককৰোচসকল। তেওঁলোকৰ আহ্বানত হেজাৰ হেজাৰ লোকৰ সমাগম হৈছিল।

ভোটাৰ তালিকাৰ নিবিড় সংশোধন (এছআইআৰ)-ৰ নামত ব্যাপকভাৱে ভোটাৰৰ নাম বাদ দিয়া আৰু অনিয়মৰ প্ৰতিবাদ জনায় তেওঁলোকে। তাৰ পৰাই নিশা ‘দিল্লী চলো’ৰ আহ্বান জনায় দীপকে।

সমাজিক মাধ্যমত তেওঁ লিখে, “জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে সমগ্ৰ দেশৰ ককৰোচ বাহিনীয়ে সমদল কৰি দিল্লীলৈ যাব আৰু অহা ১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভ প্ৰদৰ্শন কৰিব। দিল্লী আৰক্ষীয়ে যদি আমাক বাধা দিয়াৰ চেষ্টা কৰে, য’ত আমাক ৰখাব, সেই স্থানেই আমাৰ যন্তৰ মন্তৰ হৈ পৰিব।”

ইয়াৰ পূৰ্বে নিটৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত দিল্লীত আন্দোলন কৰিছিল চিজেপিয়ে। যন্তৰ মন্তৰত তেওঁলোকৰ কাৰ্যসূচীক সমৰ্থন জনাই অনশন কৰিছিল লাডাখৰ পৰিৱেশকৰ্মী সোণম ৱাংচুকেও।

সেই সময়ত যোৱা ২০ জুলাইত আন্দোলনকাৰীসকলে যন্তৰ মন্তৰৰ পৰা সংসদ ভৱন অভিমুখে যাত্ৰাৰ আহ্বান জনাইছিল। অভিযোগ অনুসৰি, বিক্ষুব্ধ ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীয়ে লাঠীচালনা কৰিছিল।

উল্লেখ্য যে,এছআইআৰৰ ফলত ভোটাৰ তালিকাৰ পৰা বহু ভোটাৰৰ নাম বাদ পৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছৰে পৰা দীৰ্ঘদিন ধৰি এই প্ৰক্ৰিয়াৰ বিৰুদ্ধে সৰৱ হৈ আহিছে বিৰোধীসকল।

অভিযোগ অনুসৰি, বৈধ ভোটাৰৰ নাম বাদ দি এনেদৰে বিজেপিক সুবিধা কৰি দিছে খোদ নিৰ্বাচন আয়োগে। এনে পৰিস্থিতিৰ মাজতে কিছুদিন পূৰ্বে ইংৰাজী দৈনিক ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’-এ এক অনুসন্ধানমূলক প্ৰতিবেদন প্ৰকাশ কৰে।

প্ৰতিবেদনটোত দাবী কৰা হয় যে এছআইআৰ চলি থকাৰ সময়ত আন দুগৰাকী নিৰ্বাচন আয়ুক্তক উপেক্ষা কৰি জ্ঞানেশে অকলে এটাৰ পাছত এটাকৈ সিদ্ধান্ত গ্ৰহণ কৰি গৈছিল। যোৱা ১০ মাহত তেওঁৰ সিদ্ধান্তৰ বিৰুদ্ধে আন দুগৰাকী নিৰ্বাচন আয়ুক্ত সুখবিন্দৰ সিং সঁধু আৰু বিবেক যোশীয়ে ১৪ বাৰ লিখিত আপত্তি দিছিল। কিন্তু তেওঁলোকৰ আপত্তিক গুৰুত্ব দিয়া হোৱা নাছিল বুলি অভিযোগ।

এই ধৰণৰ অভিযোগ অস্বীকাৰ কৰিছে নিৰ্বাচন আয়োগে। কিন্তু তাৰ পাছৰে পৰা বিক্ষোভে তীব্ৰ ৰূপ ধাৰণ কৰিছে। জ্ঞানেশৰ পদত্যাগৰ দাবীও অধিক জোৰদাৰ হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #CockroachJantaParty #CJP #GyaneshKumar #SIR #JantarMantar #DelhiProtest #ElectionCommission #VoterList #ElectionReform #AbhijitDipke #SauravDas #DainikAgradoot
publisher

publisher

Related Posts

জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!
India

জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!

October 5, 2026
সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?
India

সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?

October 5, 2026
দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ
India

দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ

October 5, 2026
সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত
News

সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত

October 5, 2026
পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ
News

পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

October 5, 2026
নামঘৰত ৰাইজৰ শ্ৰমদান: জনপ্রতিনিধিৰ বিৰুদ্ধে ক্ষোভ
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d