Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত পথত বিৰোধী সাংসদ, ৰাহুলৰ স’তে মিছিলত অভিষেক

    যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    নিমিষা হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ

    ৮৬ বছৰত মৃত্যু ব্ৰিটিছৰ জনপ্ৰিয় লেখক তথা প্ৰাক্তন ট’ৰী নেতা জেফ্ৰি আৰ্চাৰৰ

    Nagaon Bye Election Polling Day:নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি ভোট গ্ৰহণ পৰ্ব পুৱাৰে পৰা আৰম্ভ

    ১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত

সংশোধন কৰা হ’ল বিজ্ঞপ্তি

publisher by publisher
October 6, 2026
in India, News
Reading Time: 1 min read
0
যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available
ADVERTISEMENT

DelhiPolice: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : বিতৰ্কৰ মাজতে যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত দিল্লী আৰক্ষীৰ এগৰাকী বিষয়াৰ পদোন্নতি স্থগিত কৰা হৈছে। দিল্লী চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে বিষয়াগৰাকীৰ বিৰুদ্ধে চলি থকা তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত নতুন দায়িত্ব গ্ৰহণ কৰিব নিবিচাৰিছিল তেওঁ। সেয়ে দায়িত্বৰ পৰা অব্যাহতি বিচাৰি আবেদন কৰিছিল। ইয়াৰ পাছতে পদোন্নতি সম্পৰ্কীয় বিজ্ঞপ্তি সংশোধন কৰা হয়।

এছআইআৰ প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ আৰু দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত শুকুৰবাৰৰ পৰা দিল্লীৰ যন্তৰ মন্তৰ চৌহদত বিক্ষোভ আৰম্ভ হৈছিল। আৰক্ষীৰ বাধা আৰু গ্ৰেপ্তাৰৰ পাছতো শনিবাৰ, দেওবাৰ আৰু সোমবাৰলৈ এই বিক্ষোভ অব্যাহত থাকে।

শনিবাৰে বিক্ষোভৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা তিনিগৰাকী মহিলা সাংবাদিকে দিল্লী আৰক্ষীৰ কেবাগৰাকীও বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে। অভিযুক্তসকলৰ ভিতৰত অন্যতম দিল্লী আৰক্ষীৰ সহকাৰী আয়ুক্ত (এচিপি) বিবেক ভগত।

সোমবাৰে দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা বিজ্ঞপ্তিত জনোৱা হৈছিল যে পদোন্নতি লাভ কৰি বিবেকে অতিৰিক্ত উপ-আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিব। বিবেকৰ লগতে আন ১১গৰাকী বিষয়াৰো পদোন্নতি হৈছিল।

সংশোধিত বিজ্ঞপ্তিত কোৱা হৈছে যে বিবেকক বাদ দি বাকী ১১গৰাকী বিষয়াৰ পদোন্নতি কৰা হৈছে। কিন্তু বিবেকৰ আবেদনৰ ভিত্তিত তেওঁৰ পদোন্নতি সম্পৰ্কীয় সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হৈছে।

দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি, বিবেকসহ ১২গৰাকী বিষয়াৰ পদোন্নতি সম্পৰ্কীয় সিদ্ধান্ত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হোৱাৰ বহু আগতেই গ্ৰহণ কৰা হৈছিল। বিজ্ঞপ্তিখনত স্বাক্ষৰ আছিল দিল্লীৰ গৃহ বিভাগৰ সহকাৰী সচিবৰ। ইয়াৰ পাছত বিজ্ঞপ্তিখন দিল্লীৰ আৰক্ষী আয়ুক্তলৈ প্ৰেৰণ কৰা হয়।

দিল্লী চৰকাৰৰ এটা সূত্ৰৰ মতে, এই ১২গৰাকী বিষয়াৰ পদোন্নতি এটা অস্থায়ী ব্যৱস্থা। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে উক্ত পদসমূহত স্থায়ী নিযুক্তি দিলে নতুন বিষয়াসকলে দায়িত্ব গ্ৰহণ কৰিব। এই পদোন্নতিৰ ফলত আৰক্ষী বিষয়াসকলৰ দৰমহা বৃদ্ধি নহয় বুলিও জনোৱা হৈছে।

বিবেকসহ যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে থানাত অভিযোগ দাখিল কৰা হৈছে। ‘স্বচ্ছ আৰু নিৰপেক্ষ তদন্ত’ৰ স্বাৰ্থত দিল্লী আৰক্ষীয়ে অভিযোগটো ক্ৰাইম ব্ৰাঞ্চ বা অপৰাধদমন শাখালৈ প্ৰেৰণ কৰিছে। বিৰোধী দল, সংগঠন আৰু একাংশ সাংবাদিকে বিবেকৰ বিৰুদ্ধে এফআইআৰ পঞ্জীয়নৰ দাবীত অটল হৈ থাকিলেও এতিয়ালৈকে আৰক্ষীয়ে তেনে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। ইয়াৰ মাজতে সোমবাৰে বিবেকৰ পদোন্নতি হৈছিল।

যৌন নিৰ্যাতনৰ অভিযোগক কেন্দ্ৰ কৰি দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানাৰ বাহিৰতো কেইবাগৰাকী লোকে বিক্ষোভ প্ৰদৰ্শন কৰে। দেওবাৰে নিশাও বিক্ষোভ অব্যাহত আছিল। থানাৰ বাহিৰত অৱস্থান ধৰ্মঘট চলি থাকে। সোমবাৰে পুৱা হঠাৎ দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ অভিযান আৰম্ভ কৰে। থানাৰ সন্মুখত সমবেত হোৱা বিক্ষোভকাৰী আৰু সাংবাদিকসকলৰ কেইবাগৰাকীকো আটক কৰি লৈ যোৱা হয়। অভিযোগ উত্থাপন কৰা সাংবাদিকগৰাকীকো ৰেহাই দিয়া নহ’ল।

দেওবাৰে অভিযুক্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে এফআইআৰ পঞ্জীয়নৰ দাবীত পাৰ্লামেণ্ট ষ্ট্ৰীট থানাৰ বাহিৰত বিক্ষোভ প্ৰদৰ্শন কৰে ককৰোচ জনতা পাৰ্টি (চিজেপি)-য়ে। চিজেপি নেতা সৌৰভ দাসে অভিযোগ কৰে যে অভিযোগকাৰিণী আৰু তেওঁৰ অধিবক্তাসকল লগত থকাৰ পাছতো আৰক্ষীয়ে কাৰো সৈতে কথা পাতিবলৈ নিবিচাৰিছে। ইয়াৰ পাছত এচিপিগৰাকীৰ বিৰুদ্ধে এফআইআৰ পঞ্জীয়নৰ আবেদন জনাই পাৰ্লামেণ্ট ষ্ট্ৰীট থানালৈ গৈ আৰক্ষীৰ সৈতে কথা পাতে চিজেপিৰ সৌৰভ আৰু চিপিএমৰ বৃন্দা কাৰাটে। ইয়াৰ পাছতো অভিযুক্ত এচিপিৰ বিৰুদ্ধে আৰক্ষীয়ে এফআইআৰ পঞ্জীয়ন কৰা নাই বুলি অভিযোগ উঠিছে। চিজেপিৰ অভিযোগ, আৰক্ষীয়ে অভিযুক্ত বিষয়াগৰাকীক ৰক্ষা কৰাৰ চেষ্টা কৰিছে।

এই ঘটনাক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ খোলা উচিত বুলি মন্তব্য কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। উল্লেখ্য, দিল্লী আৰক্ষী কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণাধীন। যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে এফআইআৰ পঞ্জীয়নৰ দাবীও জনাইছে ৰাহুলে। ৰাহুলৰ মতে, এয়া আৰক্ষীৰ ন্যূনতম দায়িত্ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #DelhiPolice #SexualHarassment #PoliceOfficer #VivekBhagat #DelhiProtest #SIR #GyaneshKumar #JantarMantar #CJP #RahulGandhi #AmitShah #DainikAgradoot
publisher

publisher

Related Posts

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত পথত বিৰোধী সাংসদ, ৰাহুলৰ স’তে মিছিলত অভিষেক
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত পথত বিৰোধী সাংসদ, ৰাহুলৰ স’তে মিছিলত অভিষেক

October 6, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

নিমিষা হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ

October 6, 2026
৮৬ বছৰত মৃত্যু ব্ৰিটিছৰ জনপ্ৰিয় লেখক তথা প্ৰাক্তন ট’ৰী নেতা জেফ্ৰি আৰ্চাৰৰ
International

৮৬ বছৰত মৃত্যু ব্ৰিটিছৰ জনপ্ৰিয় লেখক তথা প্ৰাক্তন ট’ৰী নেতা জেফ্ৰি আৰ্চাৰৰ

October 6, 2026
Nagaon Bye Election Polling Day:নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি ভোট গ্ৰহণ পৰ্ব পুৱাৰে পৰা আৰম্ভ
Assam

Nagaon Bye Election Polling Day:নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি ভোট গ্ৰহণ পৰ্ব পুৱাৰে পৰা আৰম্ভ

October 6, 2026
১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ
India

১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ

October 5, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d