Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    নিমিষা হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ

    ৮৬ বছৰত মৃত্যু ব্ৰিটিছৰ জনপ্ৰিয় লেখক তথা প্ৰাক্তন ট’ৰী নেতা জেফ্ৰি আৰ্চাৰৰ

    Nagaon Bye Election Polling Day:নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি ভোট গ্ৰহণ পৰ্ব পুৱাৰে পৰা আৰম্ভ

    ১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ

    জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

৮৬ বছৰত মৃত্যু ব্ৰিটিছৰ জনপ্ৰিয় লেখক তথা প্ৰাক্তন ট’ৰী নেতা জেফ্ৰি আৰ্চাৰৰ

publisher by publisher
October 6, 2026
in International, News
Reading Time: 1 min read
0
৮৬ বছৰত মৃত্যু ব্ৰিটিছৰ জনপ্ৰিয় লেখক তথা প্ৰাক্তন ট’ৰী নেতা জেফ্ৰি আৰ্চাৰৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

JeffreyArcherDeath : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ব্ৰিটিছৰ বেষ্টচেলাৰ ঔপন্যাসিক তথা প্ৰাক্তন ট’ৰী ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত মৃত্যু। সোমবাৰে তেওঁৰ প্ৰকাশক হাৰ্পাৰকলিন্সে এই কথা প্ৰকাশ কৰে।

ADVERTISEMENT

দশকজোৰা আন্তঃৰাষ্ট্ৰীয় সাহিত্যিক কেৰিয়াৰত ১১৯খন দেশত ৩০ কোটিতকৈ অধিক কিতাপ বিক্ৰী হৈছিল আৰ্চাৰৰ। ১৯৭৬ চনত প্ৰকাশিত তেওঁৰ প্ৰথম গ্ৰন্থ ‘Not a Penny More, Not a Penny Less’ আৰু ১৯৭৯ চনৰ জনপ্ৰিয় ‘Kane & Abel’ৰ দৰে দ্ৰুতগতিৰ থ্ৰিলাৰৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত আছিল।তথ্য অনুসৰি তেওঁৰ অন্তিম গ্ৰন্থ ‘Adam and Eve’ মঙলবাৰে প্ৰকাশ পোৱাৰ কথা।

১৪ বছৰ পাঁচ মাহ ধৰি ‘Sunday Times’ৰ বেষ্টচেলাৰ তালিকাত আৰু পাঁচ বছৰ ছয় মাহ ধৰি ‘New York Times’ৰ বেষ্টচেলাৰ তালিকাত স্থান লাভ কৰিছিল আৰ্চাৰে। কল্পকাহিনী, চুটিগল্প আৰু অ-কল্পকাহিনী—তিনিওটা শাখাতে ‘Sunday Times’ৰ ১ নম্বৰ বেষ্টচেলাৰ হোৱা একমাত্ৰ লেখকো আছিল তেওঁ।

হাৰ্পাৰকলিন্সে এক বিবৃতিত কয়, “তেওঁৰ পাঠকসকল তেওঁৰ বাবে সকলো আছিল আৰু মাত্ৰ কালি তেওঁ লণ্ডনৰ লেইচেষ্টাৰ স্কোৱেৰ থিয়েটাৰত সম্পূৰ্ণ আসন পূৰ্ণ হোৱা এক অনুষ্ঠানত শ শ অনুৰাগীক সাক্ষাৎ কৰি কিতাপত স্বাক্ষৰ কৰিছিল।”

হাৰ্পাৰকলিন্সৰ মতে, লিখাৰ মাজৰ সময়ছোৱাত হঠাতে আৰু শান্তিপূৰ্ণভাৱে মৃত্যু হয় লেখকগৰাকীৰ। শেহতীয়া ৰেডিঅ’ অনুষ্ঠানসমূহত তেওঁ সক্ৰিয়ভাৱে গ্ৰন্থখনৰ প্ৰচাৰ চলাই আছিল। এই সপ্তাহৰ শেষত অনুষ্ঠিত হ’বলগীয়া চেল্টেনহাম সাহিত্য মহোৎসৱতো তেওঁ উপস্থিত থাকি অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল।

হাৰ্পাৰকলিন্সৰ ইউ কেৰ মুখ্য কাৰ্যবাহী তথা আৰ্চাৰৰ দীৰ্ঘদিনীয়া সম্পাদক কেট এলটনে কয়, “প্ৰজন্মৰ পাছত প্ৰজন্মৰ পাঠকক আনন্দ দিয়া এগৰাকী লেখক তথা এগৰাকী প্ৰকৃত বন্ধুক হেৰুৱাই আমি সকলোৱে গভীৰভাৱে শোকাহত।”

আৰ্চাৰৰ অন্তিম গ্ৰন্থক লৈ তেওঁৰ স’তে হোৱা কথোপকথনৰ কথা উল্লেখ কৰি এলটনে কয়, “যেতিয়া তেওঁ ‘Adam and Eve’ লিখিবলৈ আৰম্ভ কৰিছিল, তেতিয়াই মোক কৈছিল যে এইখনেই তেওঁৰ অন্তিম উপন্যাস হ’ব। গ্ৰন্থখনৰ ব্যাপকতা লৈ তেওঁ অত্যন্ত উৎসাহিত আছিল আৰু কৈছিল যে যদি তেওঁ এইখন সফলভাৱে সম্পূৰ্ণ কৰিব পাৰে, তেন্তে আগতে লিখা যিকোনো গ্ৰন্থৰ সমকক্ষ হ’ব। সেই ভিত্তিত তেওঁ ভৱিষ্যতে আন কোনো উপন্যাস লিখাৰ কথা কল্পনাই কৰিব পৰা নাছিল।”

ৰাজনৈতিক কেৰিয়াৰ আৰু বিতৰ্ক

বিবিচিৰ মতে, ১৯৪০ চনৰ ১৫ এপ্ৰিলত উত্তৰ লণ্ডনত জন্মগ্ৰহণ কৰা আৰ্চাৰ অতি কম বয়সতে ছামাৰছেটৰ ৱেষ্টন-ছুপাৰ-মেৰত স্থানান্তৰিত হৈছিল।

১৯৬৯ চনত লিংকনশ্বায়াৰৰ লাউথ সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয় আৰ্চাৰ। পাঁচ বছৰ সাংসদ হিচাপে দায়িত্ব পালন কৰাৰ পাছত ১৯৮০ৰ দশকৰ মাজভাগত তেতিয়াৰ ব্ৰিটিছ প্ৰধানমন্ত্ৰী মাৰ্গাৰেট থেচাৰৰ অধীনত কনজাৰ্ভেটিভ পাৰ্টিৰ উপ-সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে বুলি বিবিচিয়ে প্ৰকাশ কৰিছে।

অৱশ্যে তেওঁৰ কেৰিয়াৰ এটা গুৰুতৰ ৰাজহুৱা বিতৰ্কৰ সৈতেও জড়িত আছিল। ১৯৮৭ চনত এগৰাকী যৌনকৰ্মীক লৈ উত্থাপিত অভিযোগৰ বিৰুদ্ধে ‘Daily Star’ৰ বিৰুদ্ধে গোচৰ তৰি আৰ্চাৰে ৫ লাখ পাউণ্ড ক্ষতিপূৰণ লাভ কৰিছিল। ১৯৯৯ চনত লণ্ডনৰ মেয়ৰ পদৰ বাবে কনজাৰ্ভেটিভ পাৰ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত বিষয়টো পুনৰ চৰ্চালৈ আহে।

এজন প্ৰাক্তন সহযোগীয়ে আৰ্চাৰে প্ৰমাণ জাল কৰিছিল বুলি অভিযোগ উত্থাপন কৰাৰ পাছত তেওঁ মিছা সাক্ষ্য দিয়া আৰু ন্যায়ৰ প্ৰক্ৰিয়াত বাধা দিয়াৰ অপৰাধত দোষী সাব্যস্ত হয়। তেওঁক চাৰি বছৰৰ কাৰাদণ্ড বিহা হৈছিল। অৱশেষত তেওঁ দুবছৰ কাৰাবাস খাটে। কাৰাগাৰত কটোৱা এই অভিজ্ঞতাই তেওঁৰ ‘A Prison Diary’ গ্ৰন্থখন লিখাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগায়।

মূল মানহানিৰ গোচৰটোৱে বিশেষ চৰ্চা লাভ কৰিছিল ন্যায়াধীশ বাৰ্নাৰ্ড ক’লফিল্ডে জুৰীৰ সন্মুখত আৰ্চাৰৰ পত্নী মেৰীক লৈ কৰা মন্তব্যৰ বাবেও।

ক’লফিল্ডে জুৰীক কৈছিল, “সাক্ষ্যদানৰ বাবে মেৰী আৰ্চাৰক সাক্ষীৰ কাঠগড়াত থিয় হৈ থকা কথা মনত ৰাখিব।” তেওঁ মেৰীৰ সৌন্দৰ্য আৰু ব্যক্তিত্ব সন্দৰ্ভতো জুৰীৰ সন্মুখত মন্তব্য কৰিছিল।

আৰ্চাৰক উদ্দেশ্যি ন্যায়াধীশগৰাকীয়ে তেওঁৰ যৌন জীৱন সন্দৰ্ভতো মন্তব্য কৰিছিল।

২০০৩ চনত কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পাছত আৰ্চাৰ পুনৰ হাউছ অৱ লৰ্ডছলৈ উভতি যায়। ২০২৪ চনত অৱসৰ গ্ৰহণ পৰ্যন্ত তেওঁ হাউছ অৱ লৰ্ডছত সেৱা আগবঢ়ায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #JeffreyArcher #JeffreyArcherDeath #BritishNovelist #BestSellingAuthor #KaneAndAbel #AdamAndEve #HarperCollins #BritishPolitics #ConservativeParty #Literature #DainikAgradoot
publisher

publisher

Related Posts

যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত
India

যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত

October 6, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

নিমিষা হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ

October 6, 2026
Nagaon Bye Election Polling Day:নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি ভোট গ্ৰহণ পৰ্ব পুৱাৰে পৰা আৰম্ভ
Assam

Nagaon Bye Election Polling Day:নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি ভোট গ্ৰহণ পৰ্ব পুৱাৰে পৰা আৰম্ভ

October 6, 2026
১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ
India

১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ

October 5, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!
India

জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!

October 5, 2026
সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d