Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দেশ-ৰাজ্যৰ বাবে অধিক খ্যাতি কঢ়িয়াই অনাৰ লক্ষ্য ৰাখিছো

    কানাডাৰ কবি-লেখিকা অনুবাদক এন কাৰ্ছনলৈ সাহিত্যৰ ন’বেল বঁটা

    পুনৰ এহেজাৰ কোটি ঋণ ল’বলৈ সাজু অসম চৰকাৰ : সুত কিমান?

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বেংগালুৰুত CJPৰ প্ৰতিবাদ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    অন্ধ্ৰপ্ৰদেশৰ অধিকাংশ জিলা খৰাঙৰ কবলত, ২১ জিলাৰ ৩৮৮টা মণ্ডলত খৰাং

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

জনসংখ্যা স্থিতিশীল ৰখাৰ বাবে প্রয়োজনতকৈ হ্রাস পালে প্ৰজননৰ হাৰ

publisher by publisher
October 9, 2026
in India, News
Reading Time: 1 min read
0
জনসংখ্যা স্থিতিশীল ৰখাৰ বাবে প্রয়োজনতকৈ হ্রাস পালে প্ৰজননৰ হাৰ
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

এইবাৰ শীততো পুৰিব পৃথিৱী!

পাঁচবাৰকৈ আবেদন কৰিও শিল্পী পেন্সনৰ পৰা বঞ্চিত ধমধমাৰ গৌৰীকান্ত বড়ো

আহিনৰ কুঁৱলীৰ মাজত ম’হৰ গাখীৰ সংগ্ৰহত ব্যস্ত ম’হপালক

IndiaPopulation : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ভাৰতত উদ্বেকজনক হাৰত হ্রাস পাইছে প্ৰজননৰ হাৰ। ফলত শিশু বা কম বয়সীয়া লোকৰ তুলনাত বৃদ্ধি পাইছে বয়স্ক লোকৰ সংখ্যা। এই ধাৰা অব্যাহত থাকিলে আনকি ১৬ বছৰৰ ভিতৰতে দেশত সর্বাধিক হ’ব অতি বয়স্ক লোকৰ সংখ্যা। এই উদ্বেগজনক তথ্য প্রকাশ কৰিছে আন্তৰ্জাতিক গৱেষক সংস্থা মুডীজে।

ADVERTISEMENT

সংস্থাটোৰ মতে, জনসংখ্যা স্থিতিশীল ৰখাৰ বাবে প্রয়োজনীয় প্ৰজননৰ হাৰ ভাৰতত শেহতীয়াভাৱে বহুগুণে হ্রাস পাইছে। ফলত কম বয়সীয়া লোকতকৈ বয়স্ক ব্যক্তিৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। এয়া মুঠেও সুখৰ বতৰা নহয়।

কাৰণ কৰ্মক্ষম লোকৰ সংখ্যা হ্রাস পাবলৈ ধৰিছে। ইয়াৰ বিপৰীতে অৱসৰ গ্ৰহণ কৰা ব্যক্তিৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। গতিকে পেঞ্চন, চিকিৎসা ব্যৱস্থা আদিৰ বাবদ ব্যয়ৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে। উল্লেখ্য যে নৰেন্দ্ৰ মোদী চৰকাৰে ২০৪৭লৈ বিকশিত ভাৰতৰ অৰ্থাৎ উন্নত দেশত দেশক পৰিণত কৰোৱাৰ সপোন দেখুৱাই আহিছে।

এনে অৱস্থাতে মুডীজে দেশৰ জনগাঁথনিলৈ কেনে পৰিৱৰ্ত আহিছে তাৰ উদ্বেগজনক তথ্য প্রকাশ কৰিছে। সংস্থাটোৰ শেহতীয়া প্রতিবেদন অনুসৰি ইতিমধ্যে ২০২৪তে ভাৰতে ‘বয়স্ক জনসমষ্টি বিশিষ্ট’ (এজিং) দেশৰ তালিকাত প্ৰৱেশ কৰিছে।

সংস্থাটোৱে লগতে আঙুলিয়াই দিছে যে ২০৪৯ৰ ভিতৰত ভাৰত ‘বয়স্ক’ আৰু ২০৬৫ৰ ভিতৰত অতি বয়স্ক জনসমষ্টিৰ দেশত পৰিণত হ’ব। অর্থাৎ মাথোঁ ১৬ বছৰৰ ভিতৰতে দেশ বয়স্কৰ পৰা অতি বয়স্ক জনসমষ্টি লোকৰ দেশত পৰিণত হ’ব। অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশতো বয়স্ক লোকৰ ব্যক্তিৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।

আনকি আমেৰিকা যুক্তৰাষ্ট্ৰকো বয়স্কৰ পৰা অতি বয়স্ক জনসমষ্টিৰ দেশত পৰিণত হ’বলৈ মাথোঁ ১৯ বছৰহে প্রয়োজন হ’ব বুলি মুডীজে পূর্বানুমান কৰিছে। একেদৰে এই ক্ষেত্ৰত ইণ্ডোনেছিয়াক ২৯ বছৰৰ প্ৰয়োজন হ’ব।

ভাৰতৰ ক্ষেত্রত সংস্থাটোৱে কৈছে যে দেশ উন্নত তথা ধনী দেশত পৰিণত হোৱাৰ পূৰ্বে বয়স্ক জনসমষ্টিৰ দেশতহে পৰিণত হ’ব। যি ঘটনা ইউৰোপ আৰু জাপানৰ ক্ষেত্ৰত বিপৰীত হৈছে। অর্থাৎ এই দেশ-মহাদেশসমূহ উন্নত হোৱাৰ পাছতহে বয়স্ক জনসমষ্টিৰ দেশত পৰিণত হৈছে।

উল্লেখ্য যে আন্তর্জাতিক সংস্থাৰ গৱেষণা অনুসৰি ১৯৫০ৰ পৰাই বিশ্বত প্ৰজননৰ হাৰ হ্রাস পাই আহিছে। তেতিয়া নাৰীৰ উৰ্বৰতাৰ হাৰ ৪.৯ শতাংশ আছিল যদিও সম্প্রতি ইয়াৰ পৰিমাণ ২.২তকৈ সামান্যহে অধিক হৈছে। ভাৰতত এই হাৰ ১.৯হে।

এই তথ্য প্রকাশ পাইছে প্ৰধানমন্ত্ৰীৰ আৰ্থিক উপদেষ্টা পৰিষদৰ সদস্য সঞ্জীৱ সন্যালৰ নেতৃত্বত এটা দলে কৰা গৱেষণাত। অৱশ্যে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ সৰ্বভাৰতীয় গড়তকৈ প্ৰজননৰ হাৰ অধিক। ৰাজ্য দুখনত এই হাৰ ১.৬। অৱশ্যে এই ক্ষেত্রত প্রশ্ন উত্থাপন হয় যে যদি ভাৰতত জন্মৰ হাৰ হ্রাস পাইছে তেন্তে দেশত জনসংখ্যা এতিয়াও কিয় ঊর্ধ্বমুখী হৈ আছে?

ইয়াৰ উত্তৰত গৱেষকসকলে কৈছে যে জনসংখ্যাৰ নিজস্ব গতি প্রকৃতি আছে। গৱেণষা অনুসৰি জন্মৰ হাৰ হ্ৰহ্রাস পালেও মানুহৰ গড় আয়ুস বৃদ্ধিৰ ফলত জনসংখ্যা বৃদ্ধিৰ ধাৰা অটুট আছে।

কিন্তু কম বয়সীয়া বা শিশুৰ তুলনাত বয়স্ক লোকৰ সংখ্যা বৃদ্ধি পাইছে। ফলত আৰু কিছু বছৰৰ ভিতৰতে দেশত কর্মক্ষম লোকৰ সংখ্যা উদ্বেগজনক হাৰত সম্ভাৱনা আছে। একেদৰে পৰিয়ালৰ সংখ্যা হ্রাস পাব। ফলত সা-সামগ্ৰীৰ চাহিদা হ্রাস পাব।

গতিকে নির্মাণ, যানবাহন আৰু স্কুল-কলেজ আদি সকলো ক্ষেত্রতে নেতিবাচক প্ৰভাৱ পৰিব। বিশেষজ্ঞসকলৰ মতে, দেশৰ আর্থিক বৃদ্ধি বজাই ৰখাৰ স্বাৰ্থত উৎপাদনশীলতাৰ ওপৰত অধিক নিৰ্ভৰ কৰা হ’ব। কিন্তু কর্মক্ষম লোকৰ সংখ্যা হ্রাস পাব। ফলত সা-সামগ্ৰীৰ চাহিদা হ্রাস পাব। এই সম্পৰ্কত ৰাষ্ট্ৰসংঘৰ প্ৰজনন আৰু জনসংখ্যা বিষয়ক সংস্থাই মত পোষণ কৰিছে যে ২০৫০ৰ ভিতৰত ভাৰতত বয়স্ক জনসমষ্টিৰ সংখ্যা ১৩৪ শতাংশ বৃদ্ধিৰ আশংকা আছে। একেদৰে ৮০ বা ততোধিক বয়সৰ লোকৰ সংখ্যা ২৭৯ শতাংশ বৃদ্ধি পাব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

এইবাৰ শীততো পুৰিব পৃথিৱী!
News

এইবাৰ শীততো পুৰিব পৃথিৱী!

October 9, 2026
পাঁচবাৰকৈ আবেদন কৰিও শিল্পী পেন্সনৰ পৰা বঞ্চিত ধমধমাৰ গৌৰীকান্ত বড়ো
Assam

পাঁচবাৰকৈ আবেদন কৰিও শিল্পী পেন্সনৰ পৰা বঞ্চিত ধমধমাৰ গৌৰীকান্ত বড়ো

October 9, 2026
আহিনৰ কুঁৱলীৰ মাজত ম’হৰ গাখীৰ সংগ্ৰহত ব্যস্ত ম’হপালক
Assam

আহিনৰ কুঁৱলীৰ মাজত ম’হৰ গাখীৰ সংগ্ৰহত ব্যস্ত ম’হপালক

October 9, 2026
দেশ-ৰাজ্যৰ বাবে অধিক খ্যাতি কঢ়িয়াই অনাৰ লক্ষ্য ৰাখিছো
Assam

দেশ-ৰাজ্যৰ বাবে অধিক খ্যাতি কঢ়িয়াই অনাৰ লক্ষ্য ৰাখিছো

October 9, 2026
কানাডাৰ কবি-লেখিকা অনুবাদক এন কাৰ্ছনলৈ সাহিত্যৰ ন’বেল বঁটা
International

কানাডাৰ কবি-লেখিকা অনুবাদক এন কাৰ্ছনলৈ সাহিত্যৰ ন’বেল বঁটা

October 9, 2026
পুনৰ এহেজাৰ কোটি ঋণ ল’বলৈ সাজু অসম চৰকাৰ : সুত কিমান?
Assam

পুনৰ এহেজাৰ কোটি ঋণ ল’বলৈ সাজু অসম চৰকাৰ : সুত কিমান?

October 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d