দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: চিনঠং মণ্ডল কংগ্ৰেছ সমিটি উদ্যোগত আযোজিত সভাত বিজেপি;এপিএইচএলচি আৰু কাৰ্বি চাত্ৰ সংস্থা আৰু আৰ এচএচ সক্ৰিয় কৰ্মী সঁহ দুই শতাধিক কৰ্মী কংগ্ৰেছ দলৰ আনুষ্ঠানিকভাৱে যোগদান৷
ADVERTISEMENT
উপস্থিত জিলা কংগ্ৰেছ সমিটি সভাপতি আগোষ্টিন ইংহি সঁহ সাধাৰণ সম্পাদক আলম ৰংপী আদি মহিলা কংগ্ৰেছ সভানেত্ৰী চানাম তিমুং পী আৰু জিলা কংগ্ৰেছ সমিটি শীৰ্ষ নেতা নেত্ৰী সকলে অংশ গ্ৰহণ কৰে৷































