Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ধিং খগেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ

    হুথি-ছৌদি সংঘাতৰ প্ৰভাৱ!ছৌদিৰ চাৰিটা বিমানবন্দৰলৈ ইণ্ডিগ’ৰ বিমান সেৱা বাতিল

    দিল্লীকো চেৰ পেলাই প্ৰদূষণত শীৰ্ষত মুম্বাই!

    মধ্যৱৰ্তী নিৰ্বাচনৰ পিছতে ইৰানত পুনৰ বৃহৎ আক্ৰমণ চলাব পাৰে আমেৰিকাই! ট্ৰাম্পৰ হুংকাৰ

    এল নিনোৰ প্ৰভাৱত তেলেংগানাত তীব্ৰ জলসংকট, ৩১৫টা মণ্ডলত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ পৰিকল্পনা চৰকাৰৰ

    ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

মধ্যৱৰ্তী নিৰ্বাচনৰ পিছতে ইৰানত পুনৰ বৃহৎ আক্ৰমণ চলাব পাৰে আমেৰিকাই! ট্ৰাম্পৰ হুংকাৰ

publisher by publisher
October 24, 2026
in International, News
Reading Time: 1 min read
0
মধ্যৱৰ্তী নিৰ্বাচনৰ পিছতে ইৰানত পুনৰ বৃহৎ আক্ৰমণ চলাব পাৰে আমেৰিকাই! ট্ৰাম্পৰ হুংকাৰ
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ধিং খগেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ

হুথি-ছৌদি সংঘাতৰ প্ৰভাৱ!ছৌদিৰ চাৰিটা বিমানবন্দৰলৈ ইণ্ডিগ’ৰ বিমান সেৱা বাতিল

দিল্লীকো চেৰ পেলাই প্ৰদূষণত শীৰ্ষত মুম্বাই!

USMidtermElections : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্কঃ নৱেম্বৰ মাহত আমেৰিকাত মধ্যৱৰ্তী নিৰ্বাচন। ভোটগ্ৰহণ শেষ হ’লেই ইৰানত পুনৰ বৃহৎ আক্ৰমণ চলাব পাৰে আমেৰিকাই। শুকুৰবাৰে তেনে হুংকাৰ দিয়া দেখা গ’ল মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক। ইয়াৰ পূৰ্বে শুনিবলৈ পোৱা গৈছিল যে এইবাৰ সমুদ্ৰৰ তলত চকু ৰাখিছে তেহৰানে।

ADVERTISEMENT

আমেৰিকা বা ইজৰাইলে পুনৰ আক্ৰমণ চলালে সমুদ্ৰৰ তলত আক্ৰমণ কৰি ইণ্টাৰনেট কেৱল ধ্বংস কৰিব ইৰানে। এই ৰণহুংকাৰৰ পিছতে প্ৰত্যুত্তৰ দিলে ট্ৰাম্পে! তেওঁ জনালে, তেনে হ’লে আৰু অধিক বৃহৎ আক্ৰমণৰ সন্মুখীন হ’ব লাগিব ইৰান।

শুকুৰবাৰে ফ্লৰিডাৰ এখন সভাত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক কোৱা শুনা গ’ল, “হয়তো এইবাৰ আমি আৰু অধিক ভয়াৱহ আক্ৰমণ চলাবলৈ আগবাঢ়িছোঁ।” একে সময়তে তেওঁ কয়, “যদি তেওঁলোক বুদ্ধিমান হ’লহেঁতেন, তেন্তে হয়তো ক’লেহেঁতেন, আহক, কামৰ কথালৈ অহা যাওক। কিন্তু মোৰ ধাৰণা, তেওঁলোকে তেনে নকৰে, কাৰণ সম্ভৱতঃ তেওঁলোক বুদ্ধিমান নহয়।”

ইয়াৰ পূৰ্বে জানিব পৰা গৈছিল যে আমেৰিকা আৰু ইজৰাইলে পুনৰ আক্ৰমণ চলালে এইবাৰ সমুদ্ৰৰ তলত আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰিছে ইৰানে। সঁচাকৈয়ে তেনে হ’লে ইণ্টাৰনেটৰ কেবল ধ্বংস হৈ যাব পাৰে। তেনে পৰিস্থিতিত মধ্যপ্ৰাচ্যৰ যোগাযোগ ব্যৱস্থা আৰু ইণ্টাৰনেট সেৱা সম্পূৰ্ণৰূপে ব্যাহত হ’ব পাৰে।

উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মন্তব্য কৰিছিল যে ইৰানৰ সৈতে আমেৰিকা-ইজৰাইলৰ যুদ্ধ অষ্টম মাহত ভৰি দিছে। এনে পৰিস্থিতিত ইৰানক প্ৰকৃততে কোনে পৰিচালনা কৰি আছে, সেয়া কোনেও নাজানে। ট্ৰাম্পে কৈছিল, “তেওঁলোকৰ নেতাসকল নাই, দ্বিতীয় শাৰীৰ নেতাসকলো নাই। আটাইতকৈ ডাঙৰ সমস্যা হ’ল, দেশখন প্ৰকৃততে কোনে চলাই আছে, সেয়া কোনেও নাজানে।” অৱশ্যে, এই দাবী খাৰিজ কৰিছে ইৰানে।

প্ৰকৃততে, বৰ্তমান যুদ্ধবিৰতি চলি থাকিলেও বাকযুদ্ধত কোনেও কাকো এ ইঞ্চি মাটিও এৰি দিবলৈ ৰাজী নহয়। মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ‘ফিনিছ দ্য জব’ মন্তব্যৰ প্ৰত্যুত্তৰত ইৰানৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে যোৱা সপ্তাহত মুখ খুলিছিল। কঠোৰ সুৰত তেওঁ কৈছিল, “পুনৰ ভাগ্য পৰীক্ষা কৰিব বিচাৰিলে আহক। আপোনালোকক আদৰিবলৈ আমি সাজু।”

ইয়াৰ উপৰি কঠোৰ ভাষাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিনকো লক্ষ্য কৰি লৈছিল আৰাঘচিয়ে। সেই হুংকাৰৰ পৰৱৰ্তী অধ্যায়তে এইবাৰ সমুদ্ৰৰ তলত আক্ৰমণৰ হুংকাৰ দিয়া দেখা গ’ল তেহৰানক। নিজৰ স্বভাৱসিদ্ধ ভংগীমাৰে প্ৰত্যুত্তৰ দি ট্ৰাম্পে বুজাই দিলে যে যুদ্ধবিৰতি সম্ভৱতঃ নিতান্তই সাময়িক ব্যৱস্থাহে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ধিং খগেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ
Assam

বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ধিং খগেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ

October 24, 2026
হুথি-ছৌদি সংঘাতৰ প্ৰভাৱ!ছৌদিৰ চাৰিটা বিমানবন্দৰলৈ ইণ্ডিগ’ৰ বিমান সেৱা বাতিল
International

হুথি-ছৌদি সংঘাতৰ প্ৰভাৱ!ছৌদিৰ চাৰিটা বিমানবন্দৰলৈ ইণ্ডিগ’ৰ বিমান সেৱা বাতিল

October 24, 2026
দিল্লীকো চেৰ পেলাই প্ৰদূষণত শীৰ্ষত মুম্বাই!
India

দিল্লীকো চেৰ পেলাই প্ৰদূষণত শীৰ্ষত মুম্বাই!

October 24, 2026
এল নিনোৰ প্ৰভাৱত তেলেংগানাত তীব্ৰ জলসংকট, ৩১৫টা মণ্ডলত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ পৰিকল্পনা চৰকাৰৰ
India

এল নিনোৰ প্ৰভাৱত তেলেংগানাত তীব্ৰ জলসংকট, ৩১৫টা মণ্ডলত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ পৰিকল্পনা চৰকাৰৰ

October 23, 2026
ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ
Assam

ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

October 23, 2026
৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ
Entertainment

৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

October 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d