ADVERTISEMENT

Tag: Afghanistan

অন্ধকাৰ ভৱিষ্যতৰ শংকাত দেশ ত্যাগ কৰিলে আফগান মহিলা ফুটবল খেলুৱৈয়ে

তালিবান শাসনত ফুটবল খেলাতো বাদেই, নিজৰ প্রাণক লৈয়ে সংশয়ত আছিল আফগানিস্তানৰ মহিলা ফুটবল দলৰ সদস্যসকল । সেয়ে নিজক ৰক্ষা কৰিবলৈ ...

Read moreDetails

 বিমানকোঠ এৰাৰ পূর্বে ৭৩ বিশেষ হেলিকপ্টাৰ বিকল কৰি থৈ গ’ল

আমেৰিকাৰ সেনাই ২০ বছৰৰ পাছত আফগানিস্তান ত্যাগ কৰাৰ লগে লগে সামৰিক অস্ত্র-শস্ত্ৰৰ দিশত অধিক শক্তিশালী হৈ পৰিল তালিবান। সোমাবাৰে নিশা ...

Read moreDetails

কাবুলত এইবাৰ ৰকেট আক্ৰমণ ! লক্ষ্য আমেৰিকাৰ নাগৰিকসকল

আমেৰিকাৰ সন্দেহক সত্য প্ৰমাণিত কৰি পুনৰ বিস্ফোৰণ কাবুলত । বৃহস্পতিবাৰৰ যুটীয়া বোমা আক্ৰমণৰ পাছত শনিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে আগন্তুক ...

Read moreDetails

অস্থিৰ আফগানিস্তানৰ পৰা ভাৰতলৈ উভতিল আৰু ২৬০জন লোক ,জাৰি অপাৰেচন দেৱী শক্তি !

আফগানিস্তানৰ পৰিস্থিতি এতিয়াও অস্থিৰ । চৰকাৰ গঠনৰ এতিয়ালৈকে কোনো খবৰ নাই। পৰিস্থিতিৰ ওপৰত নিৰীক্ষণ ৰাখিছে ভাৰতে । ভাৰতে আফগানিস্তানৰ পৰা ...

Read moreDetails

মার্কিন ড্র’ন আক্ৰমণঃ আফগানিস্তানত আইএছআইএছৰ “পৰিকল্পনাকাৰী”ক লক্ষ্য

মার্কিন সামৰিক বাহিনীয়ে শুকুৰবাৰে কয় যে তেওঁলোকে কাবুল বিমানবন্দৰৰ মাৰাত্মক আত্মঘাতী বোমা আক্ৰমণৰ ঘটনা স্বীকাৰ কৰা ইছলামিক ষ্টেট-খোৰাছানৰ এটা "পৰিকল্পনাকাৰীৰ" ...

Read moreDetails

হত্যা কৰা নাই তালিবানে ,মাৰধৰ কৰিছে ,টুইট কৰি জনালে ‘মৃত’সাংবাদিকে

আফগানিস্তানত এজন টোলো নিউজ সাংবাদিকৰ মৃত্যুৰ দাবী। প্ৰথমে, আফগানিস্তানৰ ব্যক্তিগত বাতৰি চেনেল টোলো নিউজে টুইট কৰি জনাই যে তেওঁলোকৰ সাংবাদিক ...

Read moreDetails

আফগান নাগৰিকসকলৰ বাবে ই-ভিছা বাধ্যতামূলক কৰিলে ভাৰতে, বাতিল পূৰ্বৰ সকলো ভিছা

ই-ভিছাৰ অবিহনে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰিব আফগান নাগৰিকসকলে । এই কথা বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা হয় । চৰকাৰী ...

Read moreDetails

নিশাটোৰ ভিতৰতে ১০ গুণ পর্যন্ত মূল্যবৃদ্ধি হিজাব-বােৰ্খাৰ

আফগানিস্তানত এতিয়া আকাশলংঘী হৈছে হিজাব, বােৰ্খা, পাগুৰিৰ দাম। একাংশ স্থানত এতিয়া ব্যৱসায়ীয়ে বিপণী খুলি প্রায় ১০ গুণ অধিক মূল্যত বিক্ৰী ...

Read moreDetails

আফগানিস্তান সংকটৰ পৰিণতিত ৰপ্তানি বাণিজ্যত বিৰূপ প্ৰভাৱ

তালিবানৰ কাবুল দখলৰ পাছতে দিল্লীসহ ভাৰতৰ প্রায় সর্বত্র। শুকান ফলৰ বজাৰত মূল্যবৃদ্ধিয়ে নতুন অভিলেখ ৰচনা কৰিছে। একে সময়তে দেশৰ সতেজ ...

Read moreDetails

কাবুলৰ পৰা উভটা ৭৮জনৰ ভিতৰত ১৬জন ক’ভিড আক্ৰান্ত ,সকলোকে ৰখা হৈছে কোৱাৰেন্টাইনত

আফগানিস্তানৰ পৰা মঙলবাৰে ৭৮ জন লোক ভাৰতত উপস্থিত হয়। তেওঁলোকৰ ভিতৰত ১৬ জনৰ দেহত ধৰা পৰিছে কৰ'না ভাইৰাছৰ উপস্থিতি। আক্রান্তসকলৰ ...

Read moreDetails
Page 8 of 11 1 7 8 9 11