ADVERTISEMENT

Tag: Covid-19

অসম আৰক্ষীত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ, ডেৰ শতাধিক আক্ৰান্ত

শেহতীয়াকৈ কৰ’নাৰ সংক্ৰমণ দ্ৰুতহাৰত বৃদ্ধি পাইছে গুৱাহাটী মহানগৰীত । প্ৰশাসনৰ বিষয়া কৰ্মচাৰী, চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু আৰক্ষীৰ মাজত কৰ’নাৰ আক্ৰান্তৰ সংখ্যা ...

Read moreDetails

পশ্চিম কাৰ্বি আংলঙত ব্যাপকভাৱে ক’ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম কাৰ্বি আংলঙতো ভয়াবহ ৰূপ ধাৰণ কৰিছে ক'ভিড-১৯ মহামাৰীয়ে । দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ক'ভিড-১৯ত ...

Read moreDetails

কৰ’না আতংকৰ পৰিপ্ৰেক্ষিতত ৩১ জুলাইলৈ বন্ধ থাকিব আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা

কৰ'না মহামাৰীৰ ভয়াবহতালৈ লক্ষ্য কৰি ৩১ জুলাইলৈ বন্ধ থাকিব আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা। ভাৰতীয় অসামৰিক বিমান পৰিবহণ নিগমৰ সঞ্চালক প্ৰধানে শুকুৰবাৰে ...

Read moreDetails

চিৰাং জিলাৰ জিলা উপায়ুক্তৰ চৰকাৰী বাস ভৱনত ‘কন্টেইনমেন্ট জ’ন’ ঘোষণা

চিৰাং জিলাৰ সদৰ কাজলগাঁৱস্থিত জিলা উপায়ুক্তৰ চৰকাৰী বাস ভৱনত জিলা উপায়ুক্তৰ পৰিবাৰ আৰু কন্যা ক'ভিড-১৯ ৰোগত আক্ৰান্ত হোৱাৰ পাছত কালি ...

Read moreDetails

মোক কিয় দহ দিন কৰ’না ৰোগীৰ মাজত ৰখা হ’ল ?

ৰাজ্যৰ অন্যতম ক'ভিডৰ চিকিৎসালয় মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ ভিতৰতৰ পৰা কৰ’না ‘আক্ৰান্ত’ৰ ৰোগীয়ে কৰা ভিডিঅ’এ ক'ভিড পৰীক্ষাৰ ক্ষেত্ৰত সৃষ্টি হোৱা ...

Read moreDetails

কলকাতাৰ পৰা অহা অকলশৰীয়া এগৰাকী যুৱতী চ্যুতাপেলা গেটৰ সমীপত উদ্ধাৰ

গোটেই নিশা অকলেই থাকিল দিছৈ ভেলী বনাঞ্চলৰ মাজৰ মৰিয়নি-মোককচাং পথৰ দাঁ‌তিত কৰ'না আতংকই সৃষ্টি কৰা এক ভয়াবহ ছবি উন্মোচিত হ'ল ...

Read moreDetails
Page 133 of 249 1 132 133 134 249