Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কলকাতাৰ পৰা অহা অকলশৰীয়া এগৰাকী যুৱতী চ্যুতাপেলা গেটৰ সমীপত উদ্ধাৰ

publisher by publisher
July 4, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
তামুলপুৰত তথ্য বিভ্ৰান্তিৰ কাৰণে আতংকৰ পৰিস্থিতি
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

গোটেই নিশা অকলেই থাকিল দিছৈ ভেলী বনাঞ্চলৰ মাজৰ মৰিয়নি-মোককচাং পথৰ দাঁ‌তিত কৰ’না আতংকই সৃষ্টি কৰা এক ভয়াবহ ছবি উন্মোচিত হ’ল মৰিয়নিৰ সমীপৰ অসম নগালেণ্ড সীমান্তৱৰ্তী নিউ সোনোৱালৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত । সম্পূৰ্ণ এটা নিশা অকলশৰীয়া এগৰাকী যুৱতী বনাঞ্চলখনৰ মাজেৰে যোৱা মৰিয়নি-মোককচাং পথৰ দাঁ‌তিৰ এটা পুলত বহি কটাবলগীয়া হোৱা ঘটনাই অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

ADVERTISEMENT

ঘটনাৰ বিৱৰণী মতে, নগালেণ্ডৰ মোককচাং জিলাৰ মাংক’লেম্বা আৰক্ষী থানাৰ অন্তৰ্গত লোংনাক নামৰ অঞ্চলৰ নেপালী সম্প্ৰদায়ৰ যুৱতীগৰাকী কলকাতাৰ দমদম বিমান বন্দৰৰ এটা ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মসূত্ৰে আছিল । কিন্তু দেশৰ সাম্প্ৰতিক পৰিস্থিতি আৰু তলাবন্ধৰ ফলত উক্ত ব্যৱসায়ীক প্ৰতিষ্ঠানখনি বন্ধ হৈ পৰাত যুৱতীগৰাকী তাতেই আৱদ্ধ হৈ থাকিবলগীয়া হয় । অৱশেষত আনল’ক-২ ৰ আৰম্ভণিতে যোৱা ২ জুলাইত যুৱতীগৰাকী বিমানযোগে যোৰহাটলৈ আহে । কিন্তু আহি পোৱাৰ পিছতেই আৰম্ভ হ’ল অথন্তৰ । বিমানবন্দৰৰ পৰা নিয়ম অনুসৰি স্বাৱৰ নমুনা সংগ্ৰহৰ বাবে লৈ যোৱা হয় আৰু তাতেই বহু পলম হৈ যায় ।

ইফালে, চৰকাৰৰ শেহতীয়া নিৰ্দেশ অনুসৰি অকলশৰীয়া যুৱতী বা মহিলাৰ যাৱতীয় তথ্যপাতি সংগ্ৰহ কৰাৰ অন্তত ষ্টাম্প মাৰি ‘হোম কোৱাৰেন্টাইন’ৰ বাবে পঠিয়াই দিয়া হয় । সেই অনুসৰি মাৰাথা লিম্বু নামৰ প্ৰায় ২০ বছৰীয়া যুৱতীগৰাকীকো নিশা ৯ মান বজাত হোম কোৱাৰেন্টাইনৰ ষ্টাম্প মাৰি পঠিয়াই দিয়া হয় । কিন্তু বহিঃৰাজ্যৰ যুৱতীগৰাকী যোৱাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। শেষত যুৱতীগৰাকীৰ পিতৃৰ চিনাকি সূত্ৰে যোৰহাটৰ এখন ব্যক্তিগত এম্বুলেন্স ৩০০০ টকাত ভাড়া কৰি নগালেণ্ডৰ চ্যুতাপেলা গেটৰ সমীপলৈ আহে। সিফালৰ পৰা যুৱতীগৰাকীৰ পিতৃ চলমন লিম্বুও আহে যাতে যুৱতীগৰাকীক গেটৰ পৰা লৈ যাব পাৰে । কিন্তু নগালেণ্ড চৰকাৰৰ নিয়মমতে কোনো বহিঃৰাজ্যৰ পৰা অহা লোক চ্যুতাপেলাইদি নগালেণ্ডত সোমাব নোৱাৰে । ডিমাপুৰ হৈ সোমাব পাৰিব আৰু তাত কোৱাৰেন্টাইনত থাকিব লাগিব । ইফালে, নিশা ১২ মান বজাত যুৱতীগৰাকীক নমাই এম্বুলেন্সখনো গুছি যায় । অসহায় যুৱতীগৰাকী এতিয়া কেনিও যাব নোৱাৰা হ’য় ।

সিফালে যুৱতীগৰাকীৰ পিতৃক নগা আৰক্ষীয়ে গেট পাৰ হোৱাতো দূৰৈৰ কথা গাড়ীৰ পৰাই নামিবলৈ নিদিলে । অৱশেষত উপাইবিহীন যুৱতীগৰাকীয়ে নিজৰ সা-সামগ্ৰীসহ পাহাৰৰ কিছু নামনিলৈ আহি মৰিয়নি মোককচাং পথৰ দাঁ‌তিৰ এটা পুলৰ ওপৰতে বহি পৰে আৰু ওৰেটো নিশা তেনেদৰেই কটায় । অত্যন্ত জয়াল আৰু নাহৰফুটুকী আদিৰ বিচৰণথলী দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ মাজত পথৰ দাঁ‌তিত নিশা এইদৰে এগৰাকী অকলশৰীয়া যুৱতী বহি থকা দেখি নগালেণ্ডলৈ নিত্য ব্যৱহাৰ্য সামগ্ৰী কঢ়িয়াই আহ-যাহ কৰা ট্ৰাক সমূহৰ চালক হেণ্ডিমেনে দেখি সকলোৱে ৰৈ ৰৈ চাই যোৱা বুলিও যুৱতীগৰাকীয়ে জানিবলৈ দিয়ে । কিন্তু যুৱতীগৰাকী থকা স্থানৰ পৰা সামান্য আঁ‌তৰত নিউ সোনোৱাল খণ্ড বন বিষয়াৰ কাৰ্যালয় আৰু অসম আৰক্ষীৰ সীমান্ত নীৰিক্ষণ চকী অৱস্থিত যদিও কোনো এজনেও তাত খবৰ এটা দিয়াৰ প্ৰয়োজনবোধ নকৰিলে ।

পিছদিনা পুৱা কোনো লোকে দেখা পাই স্থানীয় গাওঁৰক্ষী বাহিনী, সচেতন যুৱক, সীমান্ত নিৰীক্ষণ চকী, মৰিয়নিৰ সংবাদকৰ্মী আদিক খবৰ দিয়াৰ পিছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে । সকলোৱে বুজাই বঢ়াই যুৱতীগৰাকীক নিউসোনোৱালৰ খণ্ড বন বিষয়া কাৰ্যালয়ৰ ওচৰলৈ লৈ অনা হয় । অত্যন্ত ভয়াৰ্ত হৈ পৰা যুৱতীগৰাকীক ওচৰৰে পৰিয়ালে খাদ্যৰ ব্যৱস্থা আদি কৰি দিয়ে । মৰিয়নিৰ আৰক্ষী আৰু প্ৰশাসনে নগালেণ্ডৰ প্ৰশাসনৰ লগত যোগাযোগ কৰে যদিও কোনো সঁ‌হাৰি নাপালে । অৱশেষত মৰিয়নিৰ একাংশ সংবাদকৰ্মীৰ সহযোগত মৰিয়নিৰ ৰাজহ চক্ৰ বিষয়া আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই মৰিয়নিৰে এটা ল’জত কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰি দিয়ে ।

বহিঃৰাজ্যৰ পৰা অহা এইগৰাকী অকলশৰীয়া যুৱতীগৰাকীক লৈ মৰিয়নিৰ আৰক্ষী আৰু প্ৰশাসনো বিমোৰত পৰে । কিন্তু কাৰ হেমাহি বা অৱহেলাৰ বাবে এগৰাকী অকলশৰীয়া যুৱতী তাকো বহিঃৰাজ্যৰ পৰা আহি এইদৰে এটা নিশা বিপজ্জনকভাৱে পথৰ দাঁ‌তিত কটাবলগীয়া হ’ল সেইয়াহে বিচাৰ্য্যৰ বিষয় । সমগ্ৰ ঘটনাটোৱে মৰিয়নিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । কৰ’নাৰ নামত হোৱা আতংকই এতিয়া কিমান ভয়াবহ ৰূপ ধাৰণ কৰিছে সেয়া এই ঘটনাই প্ৰমাণ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCovid-19Lockdown
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
International

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d