Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Heroin seized in Majuli:সত্রভূমি মাজুলীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আটক দুই দুৰ্ধৰ্ষ ড্রাগছ পেডলাৰ

    Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

    Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান

    Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক

    স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী

    অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ভয়ংকৰ গণ সংক্ৰমণৰ দিশে নগাওঁ

publisher by publisher
July 4, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
কৰ’না ভীতিয়ে পৰিৱৰ্তন কৰিছে মনোজগত,আচৰণ পৰিৱৰ্তন
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Nagaon MP By Election:উপ-নির্বাচনক লৈ তৎপৰ নগাঁও জিলা প্রশাসন

কৰ’না ভাইৰাছৰ গণ সংক্ৰমনৰ আশংকা ক্ৰমশঃ বৃদ্ধি পাইছে মধ্য অসমৰ প্ৰধান জিলা নগাঁৱত। দুই গৰাকী ন্যায়িক দণ্ডাধীশ, তিনি গৰাকী আদালতৰ কৰ্মচাৰী, স্বাস্থ্য বিভাগৰ তিনি গৰাকী চাফাই কৰ্মীকে ধৰি ভ্ৰমণ বৃত্তান্ত নথকা কে’বাজনো লোক কৰ’নাত আক্রান্ত হোৱাত কৰ’না ভাইৰাছৰ গণ সংক্ৰমণ হোৱাৰ আশংকাত অধিক ঘনীভূত হৈ পৰিছে নগাওঁ জিলাত। কালি সন্ধিয়া আৰু আজি বিয়লিৰ ভিতৰত জিলাখনত নতুনকৈ ৪৯ গৰাকী লোক ক’ভিড -১৯ পজিটিভ ধৰা পৰে। ইয়াকে লৈ জিলাখনত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৮০৪ লৈ বৃদ্ধি পায় ।

ADVERTISEMENT

নগাওঁ জিলা স্বাস্থ্য বিভাগৰ এক সূত্ৰই জনোৱা মতে, নতুনকৈ আক্রান্ত হোৱা এই লোকসকলৰ ভিতৰত ৬ জন ভ্ৰমণ বৃত্তান্ত নথকা লোকো আছে। এতিয়ালৈকে জিলাখনত ভ্ৰমণ বৃত্তান্ত নথকা কৰ’নাত আক্রান্ত লোকৰ সংখ্যা ২০ জনৰো অধিক হ’ব। দ্রুতগতিত কৰ’না ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত নগাওঁ জিলাৰ জনসাধাৰণ চিন্তিত হৈ পৰিছে। সামাজিক সংক্ৰমণৰ আশংকা বৃদ্ধি হৈছে যদিও একাংশ লোকে সামাজিক দূৰত্ব উলংঘা কৰি বজাৰ-সমাৰ আদিত অভাৱনীয়ভাৱে ভিৰ কৰা পৰিলক্ষিত হৈছে। জিলা খনৰ দহ শতাংশ লোকেও পৰিধান কৰা নাই মাস্ক । ভ্ৰমণ বৃত্তান্ত নথকা কৰ’নাত আক্রান্ত লোক হোম কোৱাৰেণ্টাইনত থকাৰ সময়ত বিভিন্ন লোকৰ সংস্পৰ্শলৈ আহিছে । যাৰবাবে জিলাখনত এতিয়া গণ সংক্ৰমণ হোৱাৰ সম্ভাৱনাই দেখা দিছে।

আনহাতে আজি জিলাখনত কৰ’নাত আক্রান্ত হৈ সুস্থ হৈ উঠা তিনিজন লোকক ঘৰলৈ যাবলৈ স্বাস্থ্য বিভাগে অনুমতি প্ৰদান কৰিছে। ইয়াকে লৈ জিলাখনত কৰ’নাত আক্রান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা ৪৯৩ জনলৈ বৃদ্ধি পালে। আনহাতে আজি নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হস্পিতালত ১০৭ গৰাকী, কন্দলি আদৰ্শ প্ৰাথমিক চিকিৎসালয়ত ৩৭ গৰাকী, উজৰা গাওঁ আদৰ্শ চিকিৎসালয়ত ২২, মোৱামাৰী আদৰ্শ চিকিৎসালয়ত ৩৫ গৰাকী আৰু চিমনাবস্তি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৩৭ গৰাকী লোক কৰ’নাত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCORONAVIRUSCovid-19Nagaon
publisher

publisher

Related Posts

Heroin seized in Majuli:সত্রভূমি মাজুলীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আটক দুই দুৰ্ধৰ্ষ ড্রাগছ পেডলাৰ
Assam

September 9, 2026
Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে
Assam

Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

September 9, 2026
Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান
Assam

Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান

September 9, 2026
Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক
Assam

Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক

September 9, 2026
স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী
India

স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী

September 9, 2026
অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা
India

অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d