ADVERTISEMENT

Tag: Covid-19

বৰ্তমান সময়ত পৃথিৱীৰ ভিতৰতে সবাতোকৈ সুৰক্ষিত স্থান এন্টাৰ্কটিকা

বৰ্তমান সময়ত পৃথিৱীৰ ভিতৰতে আটাইতকৈ সুৰক্ষিত স্থান হৈছে এন্টাকৰ্টিকা ৷ কৰ’না ভাইৰাছৰ দ্বাৰা বৰ্তমানো সম্পূৰ্ণভাৱে মুক্ত হৈ আছে পৃথিৱীৰ মেৰু ...

Read moreDetails

‘কনটেইনমেন্ট জ’ন’ত ২৪ ঘণ্টাই পহৰাৰ ব্যৱস্থা

সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ'না ভাইৰাছ(ক'ভিড -১৯)ৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত প্ৰশাসনে নিৰ্ধাৰণ কৰা 'কনটেইনমেন্ট জ'নত' থাকিবলগীয়া হৈছে ৰাজ্যৰ বিভিন্ন ...

Read moreDetails

কৰ’নাৰ প্ৰভাৱত ৩১ মাৰ্চলৈ বৃদ্ধি চলিত শিক্ষা বৰ্ষৰ সময়সীমা

চলিত শিক্ষা বৰ্ষৰ সময়সীমা ২০২১ ৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰিলে ৰাজ্য চৰকাৰে । ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ...

Read moreDetails

কৰ আদায়ত সকাহঃ আগন্তুক তিনিমাহলৈ ভৱিষ্যতনিধিৰ ধন হ্ৰাস

কৰ’না ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ দেশজুৰি দীঘলীয়া তলাবন্ধৰ ফলত ব্যক্তিগত প্ৰতিষ্ঠান অথবা তাত কৰ্মৰত কৰ্মচাৰীয়ে দেশৰ ঠায়ে ঠায়ে বৃহৎ আৰ্থিক সংকটৰ ...

Read moreDetails

কৰ’নাৰ মাধমাৰঃ এপ্ৰিললৈ আঢ়ৈ কোটিয়ে সংস্থাপন হেৰুৱালে আমেৰিকাত

বিশ্বৰ সৰ্বশক্তিমান ৰাষ্ট্ৰ আমেৰিকা এতিয়া গভীৰ সংকটত ৷ কৰ’নাই চাৰিওদিশৰ পৰা দেশখনক সৰ্বস্তৰত উশাহ ল’ব নোৱাৰাকৈ চেপি ধৰিছে । যদিও ...

Read moreDetails

কৰ’নাত আক্ৰান্তৰ সংখ্যাৰে চীনৰ পাছতে স্থান অধিকাৰ ভাৰতৰ

ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ভাৰতত অহা ১৮ মে’ৰ পৰা আৰম্ভ হ’ব চতুৰ্থ পৰ্যায়ৰ তলাবন্ধ । ইতিমধ্যে দেশে তলাবন্ধ ৫০ ...

Read moreDetails

গুৱাহাটী মহানগৰীত পুনৰ ১৫ জনৰ শৰীৰত কৰ’না ভাইৰাছৰ অৱস্থিতি

অসমত প্ৰতিটো মুহূৰ্ততে পৰিৱৰ্তন হৈছে কৰ’নাৰ প্ৰেক্ষাপট ৷ ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পালে ৭৯ জনলৈ ৷ আজি ...

Read moreDetails
Page 177 of 249 1 176 177 178 249