ADVERTISEMENT

Tag: Nagaon

চোৰাং গৰু সৰবৰাহৰ কৰিডৰত পৰিনত হৈছে নগাঁও

বিভিন্ন প্ৰান্তত বৰ্তমানেও অব্যাহত আছে অবৈধ গৰুৰ সৰবৰাহ৷ ইয়াক কেন্দ্ৰ কৰি গঢ়ি উঠিছে গৰুৰ এক বৃহৎ ছিণ্ডিকেট‌। সমগ্ৰ নগাঁও এতিয়া ...

Read more

ফুলশয্যাৰ নিশা সন্ধানহীন হোৱা কইনা অচেতন অৱস্থাত উদ্ধাৰ মুকলি পথাৰত

ফুলশয্যাৰ নিশাই এগৰাকী কইনা সন্ধানহীন হোৱা আৰু পুৱতি নিশা এখন মুকলি পথাৰত অচেতন অৱস্থাত উদ্ধাৰ হোৱা এক ঘটণাই নগাঁও জিলাৰ কুঁজীডাহত ...

Read more

নগাঁৱত নিষিদ্ধ ড্ৰাগছ্‌ ব্যৱসায়ত লিপ্ত দম্পতীসহ তিনিজনক গ্ৰেপ্তাৰ

নিষিদ্ধ ড্ৰাগছ্‌ ব্যৱসায়ৰ বিৰুদ্ধে পৃথক অভিযানত নগাঁও আৰক্ষীয়ে দম্পতীসহ তিনিজনক গ্ৰেপ্তাৰ কৰিছে । এই অভিযানত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নগদ ধনৰ ...

Read more

নগাঁৱত বেংক বিষয়াৰ আত্মহত্যাক লৈ চাঞ্চল্য

এগৰাকী বেংক বিষয়াৰ আত্মহত্যাক লৈ নগাঁৱত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। মণিপুৰৰ যুৱক তথা ভাৰতীয় ষ্টেট বেংকৰ নগাঁৱৰ খুটিকটীয়া শাখা বিষয়া ...

Read more

শ্ৰী কৃষ্ণ ৰাসলীলা উপলক্ষে ক’ভিড প্ৰট’কল মানি গাঁৱে-ভূঞে চলিছে প্ৰস্তুতি

সমাগত ৰাস মহোৎসৱ । ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ ৰাইডঙ্গীয়াতো এতিয়া চলিছে ৰাসৰ পূর্ণ প্ৰস্তুতি। যাৰ বাবে ব্যস্ত হৈ ...

Read more

হাতীখলিত” হাতীবন্ধু “ৱে কৰা ধাননীত জাক জাক বনৰীয়া হাতীঃ স্বস্তিৰ নিশ্বাস কৃষকৰ

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই অহা হাতী মানুহৰ সংঘাতৰ সময়তে নগাঁৱৰ স্বেচ্ছাসেৱী সংগঠন হাতী বন্ধুৱে লৈছে বিশেষ পদক্ষেপ ৷ হাতী আৰু ...

Read more

মুখা শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস নগঞা এগৰাকী শিল্পীৰ

নগাঁও জিলাৰ হাতীচোঙৰ ব্ৰাহ্মণগাঁৱৰ মুখা শিল্পী অজিত বৰাৰ ব্যতিক্ৰমী পদক্ষেপে সম্প্ৰতি এতিয়া চৰ্চা লাভ কৰিছে ৷ মুখা শিল্পক বিশ্ব দৰবাৰত ...

Read more

নগাঁৱৰ ডিউ কেয়াৰ নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি : এজনক আটক

এগৰাকী মহিলা ৰোগীক এক্স-ৰে কক্ষত শ্লীলতা হানিৰ চেষ্টা চলোৱাৰ অভিযোগ তুলি ৰোগীৰ স্বামী সহ আন আত্মীয়ই নগাঁও চহৰৰ ডিউ কেয়াৰ ...

Read more
Page 13 of 20 1 12 13 14 20