Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত CJPৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ পূৰ্বেই ইউটিউবাৰ ধ্ৰুৱ ৰাঠীক আটক

    ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে

    হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ

    সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle Spirituality

publisher by publisher
December 25, 2023
in Horoscope
Reading Time: 1 min read
0
Horoscope:দিনটোৰ ৰাশিফল
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

দিনটোৰ ৰাশিফল

দিনটোৰ ৰাশিফল

দিনটোৰ ৰাশিফল

Horoscope:দিনটোৰ ৰাশিফল

মেষ: নিজ কামত কৃতকাৰ্যতাৰ কাৰক। নিজৰ প্ৰতি নিষ্ঠা বাঢ়িব। দাম্পত্যত নিৰাশ হোৱাৰ যোগ। বিদ্যাত মনোযোগ। ব্যৱসায়ত অর্থ বিনিয়োগ কৰোতে সাবধান। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ১।

ADVERTISEMENT

বৃষ: আর্থিকত অনুকূল নহয় যদিও ভয়ৰো কাৰণ নাই। নতুন দ্রব্য ক্ৰয় কৰিব পাৰে। বিদ্যাত একো বাধা নাই। নতুন নিযুক্তিৰ বাবে যোগাযোগত শুভ ফল পাব। শুভ ৰং কমলা। শুভ সংখ্যা ৩।

মিথুন: আজিৰ দিনটো খুব আশাপ্রদ দেখা যায়। কর্মক্ষেত্ৰত আশা কৰা মতে, ফল পাব। প্রাপ্যাদি থাকিলে চেষ্টা কৰাটো উচিত হ’ব। নতুন কামৰ চেষ্টাত দূৰ যাত্রা। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৫।

কর্কট: ৰাজনীতিত থকাবোৰৰ উদ্বেগ বৃদ্ধি। আর্থিক আয়তকৈ ব্যয় বেছি হ’ব। আকস্মিকভাৱে ধন প্রাপ্তিৰ চেষ্টাত কোনোৱে সফল হ’ব। ব্যৱসায়ীসকলৰ মন অস্থিৰ হ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৬।

সিংহ: শৰীৰ খুব ভাল বুলিব নোৱাৰি। তথাপি মজলীয়াভাৱে দিনটো পাৰ হ’ব। বাহিৰলৈ যোৱাৰ সম্ভাৱনা। সৰু-সুৰা আঘাতৰ বাবে সতর্ক হওক। প্রেমত উৎসাহ। শুভ ৰং কমলা। শুভ সংখ্যা ৮।

কন্যা: ঘৰুৱা পৰিৱেশ সিমান প্রতিকূল নহ’ব। শাৰীৰিক সামান্য উন্নত। পঢ়া- শুনাত থকা সকলে বিশেষ যত্ন কৰক। ব্যৱসায়ত বাধা নাই। প্রেমত বেয়া দেখা নাযায়। শুভ ৰং বগা। শুভ সংখ্যা ২।

তুলা: আর্থিকত কষ্ট দেখা যায়। প্রাপ্য ধনাদিৰ বাবে চেষ্টা থকাটো উচিত। আজি নহ’লেও দুদিনমানলৈ অপেক্ষা কৰক। শৰীৰ ভালে ৰাখক। ভ্রমণত আহুকাল। দাম্পত্যত শুভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৪।

বৃশ্চিক: সাহসিকতাৰে কৰ্মত আগুৱাৰ চেষ্টা কৰক। কর্মক্ষেত্ৰত যোগ্যতা ৰখাৰ চেষ্টা কৰক। খেলি-মেলিৰে দিনটো পাৰ হ’ব পাৰে। বিদ্যাত শুভ। উদ্বেগ আদিৰ কিছু সমাধানৰ আশা। শুভ ৰং ক’লা। শুভ সংখ্যা ৬।

ধনু: আয় বৃদ্ধি আৰু বৈষয়িক উন্নতিৰ শুভ যোগ। কর্মজীৱনৰ আৰম্ভ আৰু পাৰিবাৰিক স্বচ্ছলতা। সামাজিক কামত খ্যাতিলাভ। শাৰীৰিক শুভ। শুভ ৰং বগা। শুভ সংখ্যা ৮।

মকৰ : বিদ্যাত মধ্যম। দিনটোত আপোনাৰ মনৰ অৱস্থা ভাল নাথাকিব পাৰে। পত্নীৰ মতামতক প্রাধান্য দিলে লাভৱান হ’ব। শুভ ৰং হালধীয়া শুভ সংখ্যা ৯।

কুম্ভ: ব্যৱসায়ীসকল সতর্ক থাকক। কর্মক্ষেত্ৰত বাধাৰ মাজেদি সফলতা পাব শৰীৰৰ প্ৰতি চিন্তা কৰাটো দৰকাৰ। ঘৰুৱা মতান্তৰ। যোগ্যজন পুৰস্কৃত হোৱাৰ যোগ। শুভ ৰং বগা। শুভ সংখ্যা ১।

মীন: কর্মক্ষেত্রত যোগ্যতা বজায় ৰখাৰ চেষ্টা কৰক। কাৰোবাৰ বাবে মনত দুখ পাব পাৰে। ভাই-ভনীৰ বিয়াৰ কথাত সখী হ’ব। আর্থিক দিশত সতর্ক হওক। ভ্রমণ পাৰিলে স্থগিত ৰাখক। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ২।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Horoscope
publisher

publisher

Related Posts

Today’s Horoscope:দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

October 10, 2026
Today’s Horoscope:দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

October 9, 2026
Today’s Horoscope:দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

October 8, 2026
Today’s Horoscope:দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope:দিনটোৰ ৰাশিফল

October 7, 2026
Today’s Horoscope: দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope: দিনটোৰ ৰাশিফল

October 6, 2026
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

October 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d