Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

তথ্য লুকুওৱাসকলক শেষ সকীয়নি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

publisher by publisher
April 5, 2020
in COVID-19, News
Reading Time: 1 min read
0
তথ্য লুকুওৱাসকলক শেষ সকীয়নি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

দেশৰ অন্যান্য ৰাজ্যৰ দৰে অসমতো কৰ’না ভাইৰাছ সংক্ৰমণৰ মূল উৎস হৈ পৰা নিজামুদ্দিনৰ তবলিগি জামাতলৈ যোৱা লোকসকলৰ পৰা প্ৰয়োজনীয় সহযোগিতা লাভ কৰা নাই ৰাজ্যৰ স্বাস্থ্য বিভাগে | অথচ বিষয়টো অতি স্পৰ্শকাতৰ হোৱা বাবে কোনো লোককে তথ্য গোপন নকৰি স্ব-ইচ্ছাৰে ওলাই আহিবলৈ চৰকাৰে বাৰম্বাৰ আহ্বান জনাই আহিছে | আনকি জামাতলৈ যিসকলে বিভিন্নজনক প্ৰেৰণত নেতৃত্ব লৈছিল তেওঁলোকেও এই ক্ষেত্ৰত  কোনো সহযোগিতা আগবঢ়োৱা নাই | ইয়াৰ পৰিপ্ৰেক্ষিততে চৰকাৰে অৱশেষত কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আগবাঢ়িছে| শনিবাৰে এনে সকীয়নি দি ইয়াত এক সংবাদমেলত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘আমি দেওবাৰ পৰ্যন্ত ৰ’ম | দেওবাৰ ভিতৰত যদি মানুহবোৰ ওলাই নাহে তেনেহ’লে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব | আনি আৰক্ষীক জনাই দিম যে স্বাস্থ্য বিভাগে আৰু পৰা নাই | গতিকে আৰক্ষীয়ে চাব লাগে | মই অতি দুখেৰে কওঁ যে নিজামুদ্দিনৰ জামাতলৈ যোৱা লোকসকলৰ পৰাই পৰিস্থিতিয়ে নাটকীয় ৰূপ লৈছে | খবৰ পাইছো,  বহুত মানুহ তালৈ গৈছিল | কিন্তু তেওঁলোকে নিজে আমাৰ লগত যোগাযোগ নকৰে | বিচাৰি বিচাৰি স্বাস্থ্য বিভাগৰ লোকে গৈ সুধিলেহে সঁচা কথাটো কয় | প্ৰথমটে সঁচা কথাটোৱেই ক’ব নোখোজে | আমি নিজামুদ্দিনৰ কেচ শেষ কৰিব পৰা নাই | ই চলি থাকিব |’ এই ক্ষেত্ৰত নিজামুদ্দিনলৈ  মানুহ প্ৰেৰণ কৰা তথা লৈ যোৱাৰ দায়িত্ব লোৱা ৰাজ্যিক আৰু জিলা স্তৰৰ আমিৰসকলৰ পৰাও স্বাস্থ্য বিভাগে সহযোগিতা নোপোৱা বুলি মন্ত্ৰীজনে আক্ষেপ কৰে | এই ক্ষেত্ৰত তেওঁ কয়, ‘ আমি আমিৰসকলক শেষবাৰৰ বাবে অনুৰোধ কৰিছো,  মানুহৰ তালিকাখন আপোনালোকে নিজে আমাক দিয়ক | আমি এই অনুৰোধ আগতেও জনাইছো যদিও সহযোগিতা পোৱা নাই | আমি উপায়ুক্ত, আৰক্ষী অধীক্ষকসকলক তেওঁলোকৰ জিলাত থকা আমিৰৰ লগত প্ৰাৰম্ভিক কথা-বতৰা পাতিব কৈছো | আমাক তেওঁলোকে তালিকা দিয়া উচিত | শেষবাৰৰ বাবে আমাৰ এই অনুৰোধ | দক্ষিণ শালমাৰাৰ পৰা বৰাক হৈ লখিমপুৰ পাইছে ক’ভিড-১৯এ | গোটেই অসম ছানি ধৰিছে | মানুহবোৰক অনুৰোধ কৰিছো,  আপোনালোকে বাহিৰৰ কথাত বিশ্বাস নকৰিব | খোৱা-বোৱা বেয়া, চিকিৎসা ভাল নহয় আদি অপপ্ৰচাৰ চলিছে | কিন্তু আমি প্ৰকৃততে ৰোগীসকলক কি ধকণে ব্যৱহাৰ কৰিছো সেই সত্যটো জনা উচিত | মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত থকা ৰোগীসকলক একোটাকৈ ম’বাইল ফোন দিছো | তেওঁলোকে ঘৰলৈ ফোন কৰিব পাৰিছে | বাহিৰৰ পৰা অহা মানসিক বিশেষজ্ঞই তেওঁলোকক পৰামৰ্শ দিছে | কাছাৰত পদ্মশ্ৰী ডা:কান্নানৰ দৰে চিকিৎসকক ৰোগীয়ে কাষত পাইছে | আমি প্ৰত্যেকেজন মানুহকে পেচেন্ট হিচাপে বিচাৰিছো | গতিকে, যিসকলে আমাক এতিয়াও সহযোগ কৰা নাই তেওঁলোক ওলাই আহক |’

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM FIGHTS CORONAVIRUSCovid-19Himanta Biswa Sarma
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d