Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

পদব্ৰজে যোৱা বিহাৰৰ শ্ৰমিকক আটক কৰি কোৱাৰেন্টাইন গোসাঁইগাঁৱত 

publisher by publisher
April 29, 2020
in COVID-19, News
Reading Time: 1 min read
0
পদব্ৰজে যোৱা বিহাৰৰ শ্ৰমিকক আটক কৰি কোৱাৰেন্টাইন গোসাঁইগাঁৱত 
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

এমাহৰ অধিক সময় ধৰি তলাবন্ধৰ অব্যাহত থকা সময়ত বহিঃৰাজ্যৰ শ্ৰমিক তথা আন কামত নিয়োজিতসকলক চৰকাৰৰ তৰফৰ পৰা খাদ্য আৰু আশ্ৰয় প্ৰদানৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰচাৰ চলোৱা হৈছে যদিও বাস্তৱত ইয়াৰ বিপৰীত দৃশ্যহে পৰিলক্ষিত হৈছে ৷নিজ গৃহৰ পৰা বহিঃৰাজ্যত গৈ কাম কৰা সাধাৰণ লোকে তলাবন্ধৰ পাছৰে পৰা সকলো উপাৰ্জন হেৰুৱাই এক দুৰ্বিষহ পৰিস্থিতিত দিন কটাই আছে যদিও চৰকাৰীভাৱে এই সকল লোকে কোনো ধৰণৰ সহায় পোৱা নাই। এই কথাটোৰ পুনৰ সত্যতা প্ৰতিপন্ন হ’ল অসম বংগ সীমান্তৰ শিমুলটাপুত ।
তলাবন্ধৰ পাছৰে পৰা গুৱাহাটীত ঠেলা ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা প্ৰায় ১৬ গৰাকী লোকে পাঁচদিন পূৰ্বে খোজকাঢ়ি বিহাৰৰ দ্বাৰভাংগ জিলাৰ নিজগৃহৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰে ।এনেদৰে পদব্ৰজে গৈ লোকসকল আজি পুৱতি নিশা কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম বংগ সীমান্তৱৰ্তী শিমুলটাপুত আহি পশ্চিমবংগ সীমাত আহি প্ৰৱেশ কৰাৰ লগে লগে বংগ আৰক্ষীক আৰক্ষীয়ে লাঠিৰে কোবাই অসমলৈ খেদি পঠিয়াই ৷ইয়াৰ পিছত গোসাঁইগাঁও মহকুমা প্ৰশাসনৰ হস্তক্ষেপত এই লোকসকলক শিমুলটাপুত আৰক্ষী চকীৰ তত্ত্বাৱধানত কোৱাৰেন্টাইনত ৰখাৰ ব্যৱস্থা কৰে।
আনহাতে একে পৰিস্থিতিৰ সন্মুখীন হয় মেঘালয়ৰ বিভিন্ন স্থানত দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা বিহাৰৰ ৬০ গৰাকী লোক ৷এই লোকসকলৰ ভিতৰত চাৰিজন লোকক বংগ আৰক্ষীয়ে আটক কৰি ,স্বাস্থ্য পৰীক্ষা কৰোৱাই বংগৰ বাৰোভিছাত কোৱাৰেন্টাইনত ৰখা হয়। আনহাতে বাকী ৫৬ জন লোকক মহকুমা প্ৰশাসনে কোৱাৰেন্টাইনত ৰখাৰ ব্যৱস্থা কৰে। উল্লেখযোগ্য যে গুৱাহাটীৰ পৰা অহা শ্ৰমিকসকল বিহাৰৰ দ্বাৰভংগ জিলাৰ আৰু মেঘালয়ৰ পৰা অহা সকল বিহাৰৰ খাগৰিয়া আৰু সমস্তিপুৰ জিলাৰ ৷
তলাবন্ধৰ ফলত উপাৰ্জনহীন হৈ পৰাত এই লোকসকল মালিকে ঘৰৰ পৰা উলিয়াই দিয়ে ৷সম্প্ৰতি তলাবন্ধ বলবৎ হৈ থকা সময়ত এই লোকসকলে কেনেদৰে অসম বংগ সীমান্তত আহি উপস্থিত হ’ব পাৰিলে এই প্ৰশ্ন উত্থাপন কৰিছে স্বয়ং মহকুমা প্ৰশাসনৰ শীৰ্ষ প্ৰশাসনে। মেঘালয়ৰ সীমা অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰাৰ পাছত অসম বংগ সীমান্ত লৈ অহাৰ সময়ত বাকী জিলা প্ৰশাসনে কিয় তেওঁলোকক আটক কৰি কোৱাৰেন্টাইন নকৰিলে বুলি প্ৰশ্ন কৰে মহকুমা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে ৷সম্প্ৰতি বিহাৰৰ চৰকাৰৰ স’তে যোগাযোগ কৰি এওঁলোকক বাহন যোগে স্বগৃহলৈ পঠোৱাৰ বাবে বিহাৰৰ শ্ৰমিকসকলে অসম চৰকাৰৰ ওচৰত দাবী জনাইছে ৷
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ASSAM CORONA VIRUSCORONAVIRUSCovid-19INDIA CORONA VIRUSLockdown
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d