Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

তলাবন্ধৰ অনুভৱ: ড° নগেন শইকীয়া

publisher by publisher
May 3, 2020
in COVID-19, News
Reading Time: 1 min read
0
তলাবন্ধৰ অনুভৱ: ড° নগেন শইকীয়া
15
SHARES
151
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

আমাৰ জীৱনত তলাবন্ধ আগতে নোহোৱা এটা নতুন অভিজ্ঞতা । বিভিন্ন প্ৰকাৰৰ অসুয়া-অশান্তিয়ে পৃথিৱীত মাজে মাজে নানা ধৰণৰ আহুকাল সৃষ্টি কৰি আহিছে। পৃথিৱীত যুদ্ধ-বিগ্রহো হৈছে, কিন্তু এইবাৰ কৰ’না বিষাণুৱে যিটো অৱস্থাৰ সৃষ্টি কৰিছে সমগ্র পৃথিৱীজুৰি এনেকুৱা অভিজ্ঞতা পৃথিৱীৰ বোধকৰো কেতিয়াও হোৱা নাছিল। এই বিষাণুৱে লাখ লাখ মানুহক ইতিমধ্যে আক্ৰান্ত কৰিছে আৰু প্ৰায় এক লাখ মানুহে প্ৰাণ হেৰুৱাইছে। ভাৰতবৰ্ষতো বিশেষকৈ মহাৰাষ্ট্ৰত ইয়াৰ প্ৰভাৱ বেছি আৰু দেখিছো যে আমাৰ অসমতো এজনৰ মৃত্যু ঘটিছে আৰু বাকী কে’বাজনো আক্ৰান্ত হৈ আছে। ইতিমধ্যে ভাৰত চৰকাৰে বান্ধি দিয়া যিটো নিয়ম আজি প্ৰায় এমাহ পাৰ হৈ গৈছে, সেই নিয়ম অনুসৰি আমি প্ৰত্যেকে নিজৰ ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিব লাগে আৰু মানুহৰ লগত দেখা-সাক্ষাৎ কৰিলেও নিজৰ মুখমণ্ডল ঢাকি কমেও তিনি ফুট আঁতৰৰ পৰা কথা-বতৰা পাতিব লাগে। এনেকুৱা এক অভিজ্ঞতা আমাৰ কাৰো নাছিল, হোৱা নাই আৰু হোৱাটো আমি নিবিচাৰো।

ADVERTISEMENT

এই তলাবন্ধৰ সময়ছোৱাত আমাৰ বহুতৰ বাবে এটা সহ্য কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি কৰিছে। মই নিজে এই সময়ছোৱাত খুব বেছি অশান্তি অনুভৱ কৰিছো এনে নহয়, কিন্তু মনৰ ভিতৰতে শংকা এটা সদায় আছে। সেই শংকা হ’ল কেনেবাকৈ ভাইৰাছে যদি আমাক কাৰোবাক আক্ৰমণ কৰে। আমিতো প্ৰত্যেকে তাৰ বলি হ’ব লাগিব। সেইবাবে, যিমান পাৰো, যিমানখিনিলৈকে পাৰো সিমানখিনিলৈকে নিয়ম অনুসৰি তলাবন্ধৰ যিটো অৱস্থা, সেইটো গ্ৰহণ কৰিছো আৰু গ্ৰহণ কৰিবলৈ যত্ন কৰি আহিছো। ইতিমধ্যে এই সময়ছোৱাত মই কিছু কাম হাতত লৈছো, যাতে মোৰ সময়খিনি মই সেই কামত ব্যয় কৰিব পাৰো। চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছৰ পৰা মই প্ৰত্যেকদিন এক নিৰ্দিষ্টসময়ৰ পৰা এক নিৰ্দিষ্ট সময়লৈ কিছু লিখা-মেলা, লিখা-পঢ়া কৰি আহিছো। গতিকে মোৰ নিয়মিত এটা কাৰ্যসূচীয়েই হৈ আহিছে। সেইবাবে মই খুব শান্তি পাইছো বুলি ক’ব নোৱাৰো, কিন্তু সময় যে নাযায় নোপোৱাই হৈছে তেনে নহয়, বৰঞ্চ মোক আৰু যেন সময় লাগে তেনেকুৱা ভাব কেতিয়াবা হয়। এই সময়ত মই বুজৰবৰুৱাৰ বিষয়ে এখন নতুন গ্ৰন্থ ৰচনাৰ বাবে পৰিকল্পনা কৰি ইতিমধ্যে কিছু আগবাঢ়িছো।

তদুপৰি মোৰ যিটো লাইব্ৰেৰী, সেইটোত প্ৰায় ৩০ হেজাৰতকৈ বেছি কিতাপ আছে। তাৰে বহুসংখ্যক কিতাপ যেনেভাৱে ৰাখিব লাগে তেনেভাবে ৰাখিব পৰা নাই। গতিকে মোৰ যিগৰাকী ছোৱালীয়ে সহায় কৰি দিয়ে তেওঁ নিজেও এগৰাকী কবি। তেওঁ মোক সহায় কৰি দিছে আৰু মই সেই কিতাপবিলাক ঠিক ঠাক কৰি ৰখাত লাগি গৈছো। গতিকে মোৰ সেইখিনি অবাবত গৈছে বুলি মই ভাবিব পৰা নাই। সময় যেন মোক আৰু লাগে এনে যেন অনুভৱ হৈছে । কিন্তু এই অৱস্থাটো নিবিচাৰো । কাৰণ মই মুকলিকৈ ক’তো ওলাই যাব নোৱাৰো বা কোনো বন্ধু-বান্ধৱৰ ঘৰলৈ যাব নোৱাৰো। একমাত্ৰ ফোনটোৱেই একমাত্ৰ যোগাযোগৰ মাধ্যম আৰু মোৰ লাইব্ৰেৰীটোতেই গোটেই দিনতো কাম কৰাৰ স্থান। এনেভাৱে মই মোৰ সময় অতিবাহিত কৰিছো । মই আশা কৰিছো যে চৰকাৰে যিবোৰ নিয়ম বান্ধি দিছে সেইবোৰ সম্পূৰ্ণকৈ ৰক্ষা কৰিলে আমি বহু পৰিমাণে ৰক্ষিত হৈ থাকিম আৰু আমি বেমাৰৰ বিষাণুৰ পৰা মুক্ত হৈ থাকিব পাৰিম। কিন্তু ক’ব নোৱাৰো, কাৰণ এতিয়া বাতৰি কাকতত খবৰ ওলাইছে যে আগৰ যিবোৰ লক্ষণ সেইবোৰ নেদেখুৱাকৈ কোনো মানুহৰ গাত গমন কৰিছে আৰু সেই মানুহে কোৱাৰেণ্টাইনলৈ যাবলগীয়া হৈছে।

এই আহুকলীয়া যিটো অসুখ গোটেই পৃথিৱীজুৰি হৈছে সেইটোৰ সোনকালে ওৰ পৰক, তাক অন্তৰৰ পৰা কামনা কৰিছো আৰু মই সকলোকে অনুৰোধ কৰিব খোজো যে আমাৰ কষ্ট হৈছে, বিশেষকৈ মই দেখিছো যে শ শ মানুহ নিবনুৱা হৈছে, শ শ মানুহৰ অন্ন, সংস্থাপনৰ বাবে যিখিনি দৰকাৰ সেইখিনি হেৰুৱাই পেলাইছে। এইবোৰ কথা যেতিয়া বাতৰি কাকতত পঢ়োঁ তেতিয়া মনটো বৰ উদ্বিগ্ন হয়, বৰ বেজাৰ লাগে। তথাপি আমি আনক সহায় কৰিব লাগিব, ওচৰ চুবুৰীয়াক আৰু তেনে যিমানখিনি মানুহ আছে তেওঁলোকক যিমানপাৰো , নিজৰখিনিৰ পৰা সহায় কৰিবলৈ যত্ন কৰিব লাগিব। মই আন কাকো একো সহায় কৰিব পৰা নাই। কিন্তু যিখিনি পেঞ্চন পাওঁ, খুব বেছি পেঞ্চন নহয়, দুটা পেঞ্চন লগ লাগি প্ৰায় পয়ত্ৰিশ হেজাৰ টকা হয়। সেইখিনি ধন, এইমাহৰ ধন, মই অসম আৰোগ্য নিধিলৈ দান কৰিছো।

মই নিজে অসুখীয়া মানুহ। বাইপাছ কৰাৰ পাছৰে পৰা মই দিনটো ১৫ কি ২০ টা দৰব খাই থাকিব লাগে ইটোৰ পাছত সিটোকৈ। গতিকে সেই কেইটা পইচাৰে মোক নাটে। মোৰ গৃহিণীও অসুস্থ। তথাপি তাৰ পৰাই এইখিনি দি মনটো মই সন্তুষ্ট কৰিবলৈ যত্ন কৰিছো। ইয়াতকৈ কি ক’ম । সকলোৰে মই শুভ কামনা কৰিছো। সোনকালে এই পৰিৱেশৰ অন্ত পৰক। অশান্তি লাগি আছে। সেই অশান্তি এতিয়া দুখৰ কাৰণ হৈ পৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamASSAM FIGHTS CORONACovid-19Dr. Nagen SaikiaFIGHT AGAINST COVID-19Lockdown
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d