Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

তলাবন্ধৰ অনুভৱ : ৰঞ্জিত শেখৰ মুছাহাৰী

publisher by publisher
May 4, 2020
in COVID-19, News
Reading Time: 1 min read
0
তলাবন্ধৰ অনুভৱ : ৰঞ্জিত শেখৰ মুছাহাৰী
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰধান পৰিচৰ্যা হৈছে সামাজিক দূৰত্ব বজাই ৰখা। তাৰ বাবে বিশ্বৰ অন্যান্য ৰাষ্ট্ৰসমূহৰ দৰে ভাৰতবৰ্ষতো চৰকাৰে তলাবন্ধ ঘোষণা কৰিব বুলি আগৰে পৰাই নিশ্চিত আছিলো। সেয়েহে দেশজুৰি তলাবন্ধ ঘোষণাত মই আচৰিত হোৱা নাছিলো। বিশ্বৰ প্রান্তে প্রান্তে মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছ নিৰ্মূলকৰণৰ বাবে এই পৰ্যন্ত উদ্ভাৱন হোৱা নাই কোনো প্ৰতিষেধক। গতিকে এই মহামাৰীৰ পৰা নিজৰ লগত সামাজক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত সামাজিক দূৰত্ব বজাই বাহিৰে অন্য কোনো বিকল্প নাই। এনে পৰিপ্ৰেক্ষিততে বৰ্তমানে দেশত উদ্ভৱ হোৱা এই পৰিস্থিতিক লৈ মই ব্যক্তিগত ভাৱে আতংকিত হোৱা নাই। স্বাভাৱিকভাৱে এই পৰিৱেশৰ মুখামুখি হ’ব পৰাকৈ নিজকে পূৰ্বৰে পৰা সাজু ৰাখিছিলো। গতিকে এই সময়ছোৱাত ব্যক্তিগতভাৱে মই কোনো অসুবিধা পোৱা নাই।

ADVERTISEMENT

অৱশ্যে আগৰ পৰা মই বিনা কাৰণত  ঘৰৰ বাহিৰলৈ ওলোৱাৰ অভ্যাস কম। তলাবন্ধৰ সময়ছোৱাত বাহিৰলৈ যোৱাৰ অভ্যাস নাইকিয়া হোৱা বুলি কলেও অত্যুক্তি কৰা নহ’ব। মোৰ দৰে জ্যেষ্ঠ নাগৰিক সকলে হয়তো স্বাভাৱিক সময় আৰু তলাবন্ধৰ সময়ছোৱাত বিশেষ কোনো পাৰ্থক্য পোৱা নাই। কিন্তু দৈনিক উপাৰ্জনেৰে পৰিয়াল পোহপাল দিয়া শ্ৰমজীৱী লোকসকলৰ লগতে সঘনে হাস্পতাললৈ যাবলগীয়া ৰোগীসকলৰ বাবে এই সময় বৰ কঠোৰ সময়। এই সময়ছোৱাত হয়তো সেইসকল লোকে কিছু কষ্টৰ সন্মুখীন হৈছে। কিন্তু কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰাৰ স্বাৰ্থত সেইসকল লোকেও এই কষ্ট বিনাবাক্যে মানি লৈছে। তলাবন্ধ সঠিকভাৱে মানি চলিব পাৰিলে আমি অতি সোনকালে উভতাই পাম আমাৰ স্বাভাৱিক সময়। এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰা বাবে তলাবন্ধৰ সময়ছোৱাত মই বিশেষ অসুবিধা অনুভৱ কৰা নাই।

তলাবন্ধৰ সময়ছোৱাতো মই নিজকে দৈনন্দিন কামত পূৰ্বৰ দৰে ব্যস্ত ৰাখিছো। প্ৰতিদিনে পুৱা ব্যায়াম আৰু প্ৰণায়াম কৰাটো মোৰ পুৰণি অভ্যাস। তলাবন্ধৰ সময়ছোৱাতো নিয়মিতভাৱে প্ৰতিদিনে পুৱা ব্যায়াম আৰু প্ৰণায়াম কৰো । ইয়াৰ পাছতে ই-মেইল সমূহ চাই ইয়াৰ উত্তৰ দিয়াৰ পাছত স্থানীয় আৰু ৰাষ্ট্ৰীয় কাকত-আলোচনী সমূহত চকু ফুৰাও। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পাছত কিছু সময় জিৰণি লৈ পিছবেলা ৱাছিংটন প’ষ্ট, ‘ডেইলী ষ্টাৰ’, দ্য ডেইলী মেইন লণ্ডনকে ধৰি ভালেসংখ্যক আন্তঃ ৰাষ্ট্ৰীয় কাকত আলোচনী নিয়মিত ভাৱে পঢ়াটো মোৰ আন এক পুৰণি অভ্যাস। ইয়াৰ পাছতে সন্ধিয়া ছয় বজাৰ পৰা মমোৰ বাসগৃহ চৌহদতে প্রায় ৪৫ মিনিট সময় ধৰি নিয়মিতভাৱে খোজ কাঢ়ো। সেয়ে মই নিজকে শাৰীৰিক আৰু মানসিক ভাৱে যথেষ্ট সুস্থ অনুভৱ কৰো। মধুমেহ ৰোগকে ধৰি প্ৰয়োজনীয় ঔষধ সমূহো নিয়মিতভাৱে পাই আহিছো।

এই সময়ছোৱাত মই কষ্ট অনুভৱ কৰা নাই। বৰঞ্চ মোৰ ভালহে লাগিছে। তলাবন্ধৰ বাবে শান্ত সমাহিত হৈ পৰিছে চৌদিশৰ পৰিৱেশ। ইয়াৰ বাবে তলাবন্ধৰ সময়ছোৱাত চহৰতো অযথা হুলস্থুলীয়া পৰিৱেশ নাই। ইয়াৰ বাবে তলাবন্ধৰ সময়ছোৱাত দিনে নিশাই শুনিবলৈ পাইছো চৰাই চিৰিকটিৰ মাত। মোৰ গাঁওখনত যেনেকৈ গাড়ী ঘোঁৰাৰ শব্দ নাই, তলাবন্ধৰ সময়ছোৱাত চহৰতো অযথা হুলস্থুলীয়া পৰিৱেশ নাই। তলাবন্ধৰ সময়ছোৱাত গাঁৱত আছো নে চহৰত আছো, তাৰ পাৰ্থক্য নোহোৱা হৈ পৰিছে। শান্তভাৱে চলি আছে সকলো। পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ বেছিভাগ মানুহে ৰেস্তোৰাতে খাই ভাল পায়। এইবোৰ দেখি শুনি আমাৰ সমাজতো কম বেছি পৰিমাণে তেনে এক পৰিৱেশ গঢ়ি নুঠা নহয়। এনেয়ে হোটেল ৰেস্তোৰাত খোৱা, ছবিগৃহত গৈ ছবি উপভোগ কৰাৰ যে প্ৰয়োজন যে নাই, সেয়া তলাবন্ধৰ সময়ছোৱাত প্ৰমাণিত হৈছে। এতিয়া সকলোৱে ঘৰতে খোৱা বোৱা কৰিছে। ইয়ে প্রতিজন মানুহকে নিৰোগী হোৱাতো সহায় কৰিছে। মই ভাবো এই প্ৰক্ৰিয়াই আমাৰ মাজত সহনশীলতা বৃদ্ধি কৰিব। তলাবন্ধ যিমান সময়লৈকে থকা দৰকাৰ আছে, তেতিয়ালৈকে অব্যাহত থকাটো মই বিচাৰো। কাৰণ এই মহামাৰীৰ পৰা তলাবন্ধইহে আমাক সকলোকে ৰক্ষা কৰিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-10Ranjit Shekhar Mooshahary
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d