■কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ বল্লমগুৰি গাঁৱৰ এজন যুৱক কৰ’নাত আক্ৰান্ত হৈছে।
ADVERTISEMENT
■আক্ৰান্ত লোকজন আনছুৰ আলী সেখৰ পুত্ৰ আচান আলী(১৮)।পশ্চিমবংগত কাম কৰিবলৈ গৈছিল যুৱকজন।
■যুৱকজনক গোসাইগাৱৰ বল্লমগুৰি গাৱৰ আই টি আই কোৱাৰেণ্টাইন গৃহত ৰখা হৈছিল।
Alert ~ One person from Kokrajhar dist, with a travel history of Cooch Behar in West Bengal, has tested positive for #COVID19.
↗️Total #COVID19 patients in Assam now stands at 44.
↗️Active cases 11
↗️Discharged 32
↗️Death 1Update at 9.05 pm / May 5#AssamCovidCount
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) May 5, 2020