Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আৰক্ষীৰ ভানত বহিয়েই ‘Jaane Tu… Ya Jaane Na’ৰ দৃশ্য পুনৰ সৃষ্টি ইমৰান খানৰ

    দিল্লী আৰক্ষীৰ বিৰুদ্ধে মিছা প্ৰচাৰৰ অভিযোগ CJP আহ্বায়ক অভিজিৎ দীপকেৰ পৰিয়ালৰ

    মুকলি কৰি দিলে CJPৰ তিনি নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাঙ্কাক

    বৰআগ্রা বাপুজী প্রাথমিক বিদ্যালয়ত কণ কণ ছাত্র-ছাত্ৰীৰ ব্যতিক্ৰমী ‘শনিবৰীয়া বজাৰ’

    জ্ঞানেশক আঁতৰ নকৰালৈ নিতৌ যন্তৰ মন্তৰলৈ সমদল উলিয়াব চিজেপিয়ে

    পথত লোৰ জোং স্থাপন কৰিও বাধা প্রতিবাদকাৰীক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হ’ল ১৪ টা বিলুপ্তপ্ৰায় নল গাহৰি

publisher by publisher
May 18, 2020
in Assam, News
Reading Time: 1 min read
0
মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হ’ল ১৪ টা বিলুপ্তপ্ৰায় নল গাহৰি
16
SHARES
155
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

বিশ্বৰ বন্য জীৱকুলৰ ভিতৰত গাহৰিৰ দুষ্প্ৰাপ্য, ক্ষুদ্ৰতম তথা বিলুপ্তপ্ৰায় প্ৰজাতি নল গাহৰিৰ (Pygmy Hog) পৃথিৱীৰ ভিতৰতে অন্যতম উপযোগী বসতিস্থল আছিল মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷ নব্বৈৰ দশকৰ মাজৰ সময়ছোৱাৰ পূৰ্বে কেৱল মানাহতেই যথেষ্ট সংখ্যক নল গাহৰি পোৱা গৈছিল যদিও লাহে লাহে মানাহতো ভিন্ন কাৰণত নল গাহৰিৰ সংখ্যা কমি আহিছিল ৷ পৰৱৰ্তী সময়ত পৃথিৱীৰ পৰা ক্ৰমাৎ বিলুপ্তিৰ দিশে গতি কৰা বন্যপ্ৰাণীবিধৰ সংৰক্ষণৰ উদ্দেশ্যে বন বিভাগৰ সহযোগত Pygmy Hog Conservation Programme (PHCP) ৰ জৰিয়তে মানাহৰ পৰা নি সোণাই ৰূপাই অভয়াৰণ্য, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, বৰনদী অভয়াৰণ্য আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানত নল গাহৰিৰ সংখ্যা বৃদ্ধিৰ উদ্দেশ্যে প্ৰজননৰ বিশেষ ব্যৱস্থা লোৱা হৈছিল আৰু কিছু পৰিমাণে সফলো হৈছিল ৷

ADVERTISEMENT

অৱশেষত নল গাহৰিৰ অন্যতম উপযোগী বসতিস্থল হিচাপে বিবেচিত হোৱা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পূৰ্বৰ গৰিমা ওভোতাই লৈ ৰাষ্ট্ৰীয় উদ্যানখনলৈ অনা হ’ল চৈধ্যটা নলগাহৰি ৷ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত বিশেষ সংৰক্ষণত ৰখা ৮ টা মতা আৰু ৬ টা মাইকী নলগাহৰি ১৪ আৰু ১৭ মে’ত দুটা পৰ্যায়ত মুকলি কৰি দিয়া হ’ল ৰাষ্ট্ৰীয় উদ্যানখনৰ ভূঞাপাৰা ৰেঞ্জৰ বিশেষ ঘাঁহনি অঞ্চলত ৷ অৱশ্যে এই বিলুপ্ত নলগাহৰিৰ সংখ্যা সম্প্ৰতি মানাহত দুশৰ ওচৰে-পাজৰে থকা বুলি ধাৰণা কৰা হৈছে ৷ উল্লেখযোগ্য যে Tall Alluvial Grass নামৰ ঘাঁহনি অঞ্চল হৈছে নলগাহৰিৰ বসতিস্থান, যি ঘাঁহনি অঞ্চল মানাহৰ বিশেষকৈ ভূঞাপাৰা ৰেঞ্জত বিস্তৃত এলেকাজুৰি আছে ৷ কালি অৰ্থাৎ ১৭ মে’ত মুঠ চৈধ্যটাৰ ভিতৰত বাকী থকা সাতটা নলগাহৰি মুকলি কৰি দিয়াৰ সময়ত উপস্থিত থাকে ৰাজ্যৰ অতিৰিক্ত প্ৰধান মুখ্য বন আৰু বন্যপ্ৰাণী সংৰক্ষক এম কে যাদৱ, মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মা, উপ ক্ষেত্ৰ সঞ্চালক ৰঘূনাথ বড়ো, মানাহ ভূখণ্ডৰ প্ৰশাসক বিভূতি প্ৰসাদ লহকৰ প্ৰমুখ্যে বহু ব্যক্তি ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamManas Wildlife SanctuaryPygmy hog
publisher

publisher

Related Posts

আৰক্ষীৰ ভানত বহিয়েই ‘Jaane Tu… Ya Jaane Na’ৰ দৃশ্য পুনৰ সৃষ্টি ইমৰান খানৰ
India

October 11, 2026
দিল্লী আৰক্ষীৰ বিৰুদ্ধে মিছা প্ৰচাৰৰ অভিযোগ CJP আহ্বায়ক অভিজিৎ দীপকেৰ পৰিয়ালৰ
India

দিল্লী আৰক্ষীৰ বিৰুদ্ধে মিছা প্ৰচাৰৰ অভিযোগ CJP আহ্বায়ক অভিজিৎ দীপকেৰ পৰিয়ালৰ

October 11, 2026
মুকলি কৰি দিলে CJPৰ তিনি নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাঙ্কাক
India

মুকলি কৰি দিলে CJPৰ তিনি নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাঙ্কাক

October 11, 2026
বৰআগ্রা বাপুজী প্রাথমিক বিদ্যালয়ত কণ কণ ছাত্র-ছাত্ৰীৰ ব্যতিক্ৰমী ‘শনিবৰীয়া বজাৰ’
Assam

বৰআগ্রা বাপুজী প্রাথমিক বিদ্যালয়ত কণ কণ ছাত্র-ছাত্ৰীৰ ব্যতিক্ৰমী ‘শনিবৰীয়া বজাৰ’

October 11, 2026
জ্ঞানেশক আঁতৰ নকৰালৈ নিতৌ যন্তৰ মন্তৰলৈ সমদল উলিয়াব চিজেপিয়ে
India

জ্ঞানেশক আঁতৰ নকৰালৈ নিতৌ যন্তৰ মন্তৰলৈ সমদল উলিয়াব চিজেপিয়ে

October 11, 2026
পথত লোৰ জোং স্থাপন কৰিও বাধা প্রতিবাদকাৰীক
India

পথত লোৰ জোং স্থাপন কৰিও বাধা প্রতিবাদকাৰীক

October 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d