Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আৰক্ষীৰ ভানত বহিয়েই ‘Jaane Tu… Ya Jaane Na’ৰ দৃশ্য পুনৰ সৃষ্টি ইমৰান খানৰ

    দিল্লী আৰক্ষীৰ বিৰুদ্ধে মিছা প্ৰচাৰৰ অভিযোগ CJP আহ্বায়ক অভিজিৎ দীপকেৰ পৰিয়ালৰ

    মুকলি কৰি দিলে CJPৰ তিনি নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাঙ্কাক

    বৰআগ্রা বাপুজী প্রাথমিক বিদ্যালয়ত কণ কণ ছাত্র-ছাত্ৰীৰ ব্যতিক্ৰমী ‘শনিবৰীয়া বজাৰ’

    জ্ঞানেশক আঁতৰ নকৰালৈ নিতৌ যন্তৰ মন্তৰলৈ সমদল উলিয়াব চিজেপিয়ে

    পথত লোৰ জোং স্থাপন কৰিও বাধা প্রতিবাদকাৰীক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

তলাবন্ধ-সান্ধ্য আইন আশীৰ্বাদ হৈছে ছিণ্ডিকেট চক্ৰৰ

publisher by publisher
May 20, 2020
in COVID-19, News
Reading Time: 1 min read
0
তলাবন্ধ-সান্ধ্য আইন আশীৰ্বাদ হৈছে ছিণ্ডিকেট চক্ৰৰ
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

ছিণ্ডিকেটমুক্ত অসম গঢ়াৰ পদক্ষেপ গ্ৰহণৰ কথা সততে দাবী কৰি অহা বিজেপি চৰকাৰৰ কাৰ্যকালত তলাবন্ধ আৰু সান্ধ্য আইন অব্যাহত থকাৰ সময়তে শাসক পক্ষৰ পৃষ্ঠপোষকতাত বৃহৎ কয়লা ছিণ্ডিকেট গঢ়ি উঠিছে ৷ সুদীৰ্ঘ কাল ধৰি মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ পাটকাই পাহাৰত ৰেট হ’ল “মাইনিঙ”ৰ জৰিয়তে ছিণ্ডিকেট চক্ৰই কয়লা খনন কৰি মাৰ্ঘেৰিটা তিনিচুকীয়াৰ মাজেৰে বহিঃৰাজ্যৰ লগতে বিদেশলৈ ট্ৰাক ট্ৰেইলৰৰ জৰিয়তে সৰবৰাহ অব্যাহত ৰাখিছে । পাটকাইৰ বুকুত অবৈধভাৱে কয়লা ডি’পসমূহত মজুত কৰি সেই কয়লা সৰবৰাহ অব্যাহত ৰাখিছে মাফিয়া চক্ৰই। এই অবৈধ খননত নিয়োজিত কৰা হয় বহিঃৰাজ্যৰ পৰা আমদানি কৰা শ্ৰমিক ৷ এই কাৰ্যত সময়ে সময়ে শ্ৰমিকৰ মৃত্যুৰ লগতে বিভিন্ন ঘটনা সংঘটিত হয় যদটও সিংহভাগ ঘটনাই পোহৰলৈ নাহে।

ADVERTISEMENT

স্থানীয় সূত্ৰত প্ৰকাশ যে নামটক,নামদাং আদি অঞ্চলত বৰ্তমানেও অব্যাহত আছে ব্যাপক খনন ৷ এই খনন মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ পৃষ্ঠপোষকতা দীৰ্ঘদিন ধৰি চলি আহিছে ৷ দিছপুৰ স্বয়ং মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সেউজ সংকততে এইদৰে কয়লাৰ অবৈধ খনন আৰু সৰবৰাহ অব্যাহত থকা বুলিও অভিযোগ আছে । অন্যথা বিনা বাধাই ৰাজ্যখনৰ পূবৰ পৰা পশ্চিমলৈ হেজাৰ হেজাৰ ট্ৰাকত কিদৰে কয়লা সৰবৰাহ সম্ভৱ হ’ব পাৰে বুলিও প্ৰশ্নৰ অৱতাৰণা হৈ আছে । লক্ষ্যণীয়ভাৱে সাম্প্ৰতিক তলাবন্ধৰ সমান্তৰালভাৱে নৈশ সান্ধ্য আইনৰ সুযোগ গ্ৰহণ কৰি মাৰ্ঘেৰিটাৰ লেখাপানী, টিপং, নামদাং, লিডু, আৰধানা আদি অঞ্চলৰ পৰা দৈনিক শ শ অবৈধ কয়লাভৰ্তি ট্ৰাকৰ সৰবৰাহ অব্যাহত ৰাখিছে মাফিয়া চক্ৰই ।

মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ নিৰ্দেশত মাৰ্ঘেৰিটা আৰু লিডু আৰক্ষী থানাই এই অবৈধ ব্যৱসায়ৰ সকলো ব্যৱস্থা কৰি দিয়ে ৷কয়লাভৰ্তি ট্ৰাকখনে ৪০ হেজাৰ টকা আদায় দি এক বিশেষ “ট’কেন” সংগ্ৰহ কৰিহে ৰাষ্ট্ৰীয় ঘাইপথৰে কয়লা সৰবৰাহ কৰিব পাৰে ।এই হালধীয়া ৰঙৰ ট’কেন আৰক্ষীৰ জৰিয়তে সংগ্ৰহ কৰিব লাগে ব্যৱসায়ীসকলে। বিধায়ক শৰ্মাৰ সোঁৱে বাঁৱে থকা একাংশ নেতা পালিনেতাই এই সমগ্ৰ ব্যৱস্থা পৰ্যবেক্ষণ কৰে। তলাবন্ধৰ দিনকেইটাত নিশা প্ৰায় ১১ বজাৰ পাছত শাৰী শাৰী কয়লাভৰ্তি ট্ৰাক তিনিচুকীয়াত প্ৰবেশ কৰি নিৰ্দিষ্ট গন্তব্য স্থানলৈ প্ৰবেশ কৰে । মাজে মাজে বহু কয়লা ট্ৰাকে নিৰ্দিষ্ট সময়ত তিনিচুকীয়া পাৰ হ’ব নোৱৰাত মাকুম পানীতোলা সংযোগী বাইপাছতে আৱদ্ধ হৈ পৰে যদিও এই ক্ষেত্ৰত তিনিচুকীয়া আৰক্ষী প্ৰশাসনেও চকু মুদা কুলিৰ ভাও ধৰে ৷ যোৱা এটা সপ্তাহত সাত শতাধিক কয়লাভৰ্তি ট্ৰাক নিশাৰ ভাগত তিনিচুকীয়াৰ বাইপাছেৰে পাৰ গৈছে ৷ যিহেতু কয়লা ৰপ্তানি কেৱল ৰেলৰ জৰিয়তে অব্যাহত আছে তেনেস্থলত এইদৰে শ শ ট্ৰাকত অবৈধভাৱে কয়লা সৰবৰাহ হোৱাৰ ফলত দৈনিক কোটি টকাৰ ৰাজহ চৰকাৰে হেৰুৱাই আহিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamLockdown
publisher

publisher

Related Posts

আৰক্ষীৰ ভানত বহিয়েই ‘Jaane Tu… Ya Jaane Na’ৰ দৃশ্য পুনৰ সৃষ্টি ইমৰান খানৰ
India

October 11, 2026
দিল্লী আৰক্ষীৰ বিৰুদ্ধে মিছা প্ৰচাৰৰ অভিযোগ CJP আহ্বায়ক অভিজিৎ দীপকেৰ পৰিয়ালৰ
India

দিল্লী আৰক্ষীৰ বিৰুদ্ধে মিছা প্ৰচাৰৰ অভিযোগ CJP আহ্বায়ক অভিজিৎ দীপকেৰ পৰিয়ালৰ

October 11, 2026
মুকলি কৰি দিলে CJPৰ তিনি নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাঙ্কাক
India

মুকলি কৰি দিলে CJPৰ তিনি নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাঙ্কাক

October 11, 2026
বৰআগ্রা বাপুজী প্রাথমিক বিদ্যালয়ত কণ কণ ছাত্র-ছাত্ৰীৰ ব্যতিক্ৰমী ‘শনিবৰীয়া বজাৰ’
Assam

বৰআগ্রা বাপুজী প্রাথমিক বিদ্যালয়ত কণ কণ ছাত্র-ছাত্ৰীৰ ব্যতিক্ৰমী ‘শনিবৰীয়া বজাৰ’

October 11, 2026
জ্ঞানেশক আঁতৰ নকৰালৈ নিতৌ যন্তৰ মন্তৰলৈ সমদল উলিয়াব চিজেপিয়ে
India

জ্ঞানেশক আঁতৰ নকৰালৈ নিতৌ যন্তৰ মন্তৰলৈ সমদল উলিয়াব চিজেপিয়ে

October 11, 2026
পথত লোৰ জোং স্থাপন কৰিও বাধা প্রতিবাদকাৰীক
India

পথত লোৰ জোং স্থাপন কৰিও বাধা প্রতিবাদকাৰীক

October 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d