Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

    পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

    আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা

    দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ২,৩৭৫ ডিগ্রী চেলচিয়াছ উষ্ণতাত নতুন ৰূপৰ বৰফ সৃষ্টি বিজ্ঞানীৰ

    কিতাপে মানুহক অপৰাধী নকৰে!

    কিতাপে মানুহক অপৰাধী নকৰে!

    কেৱল শুই থাকোতেই হ’ব লাখপতি

    কেৱল শুই থাকোতেই হ’ব লাখপতি

    থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল

    থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কৰ’নাৰ মাজতে ৰাজ্যজুৰি বানৰ তাণ্ডৱ

publisher by publisher
May 26, 2020
in Assam, News
Reading Time: 1 min read
0
কৰ’নাৰ মাজতে ৰাজ্যজুৰি বানৰ তাণ্ডৱ
3
SHARES
34
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

প্ৰকৃতিৰ ৰুদ্ৰৰূপত নেপাল, বানত ৩১ জনৰ মৃত্যু, ৪০০ জন সন্ধানহীন

পৰিৱৰ্তন শ্ল’গান দিলেও কোনো পার্থক্য নৰখাকৈ পূৰ্বৰ চৰকাৰে সফল উত্তৰসূৰীৰ ভূমিকাত অৱতীৰ্ণ হৈছে ৰাজ্যৰ মিত্ৰজোট চৰকাৰ। সেইবাবে বাৰিষা আৰম্ভ হোৱাৰ সময়ত আৰম্ভ হৈছে মথাউৰি নিৰ্মাণ তথা মেৰামতিৰ কাম । ফলত বানৰ সমানে চলিছে মথাউৰিৰ তথা কথিত উন্নয়ন কাৰ্য । ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে ২৪ মাৰ্চৰ পৰা দেশত আৰম্ভ হোৱা তলাবন্ধৰ ফলত মথাউৰিৰ কাম বন্ধ হোৱাটো চৰকাৰখনৰ বাবে কেৱল এক অজুহাতহে হৈ পৰিছে। ফলস্বৰূপে অসমত মৌচুমীৰ প্ৰভাৱ পূৰ্ণ ৰূপত নৌ পৰোতেই বিস্তৃত অঞ্চল বানত বুৰ গৈছে ।

ADVERTISEMENT

wউল্লেখযোগ্য যে অহা ৩০ মে’ৰ ভিতৰত ৰাজ্যত থকা সকলো ক্ষতিগ্ৰস্ত মথাউৰিৰ মেৰামতি সম্পূৰ্ণ কৰিবলৈ জলসম্পদ বিভাগক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্দেশ দিছে। সেই নিৰ্দেশ বাস্তৱত ফুটুকাৰ ফেন হোৱাটো অৱধাৰিত হৈছে। অথচ বান বিধ্বস্ত ৰাজ্য খনক এই আহুকালৰ পৰা পৰিত্ৰাণ দিবলৈ নৱেম্বৰ -ডিচেম্বৰৰ পৰাই মথাউৰি নিৰ্মাণ আৰু মেৰামতি কাম আৰম্ভ কৰে হ’ব বুলি বৰ্তমান ৰাজ্য চৰকাৰ খনে প্ৰতিশ্ৰুতি দি আহিছিল। এইবাৰ আনকি মথাউৰি বোৰ পথৰূপেও গঢ়ি তোলাৰ ঘোষণা কৰা হৈছে। কিন্ত সকলো গালো বালো খোলাকটি তাল হৈ পৰা পৰিণতিত প্ৰথমটো বানতে ৰাজ্যত কে’বা লাখো লোকে ককবকাবলগীয়া হৈছে। নষ্ট হৈছে বিস্তীৰ্ণ কৃষি ভূমি , বুৰ গৈছে পুখুৰী। শ শ বিঘা ভূমিত কৰা বৰো ধানৰ খেতি এতিয়া পানীৰ তলত।

গোৱালপাৰাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত আগিয়া-কালপানী চান্দমাৰীত হাহাকাৰ

ধৰাসাৰ বৰষুণ আৰু মেঘালয়ৰ পৰা নামি অহা পানীৰ ধলে গোৱালপাৰা জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰাৰ লগতে বহু স্থানত যোগাযোগ ব্যৱস্থাও বিচ্ছিন্ন কৰিছে। জিলা প্ৰশাসনৰ তথ্য অনুসৰি গোৱালপাৰাত ৮৯ খন ৰাজহ গাঁৱৰ ২২,৫৯৩ জন লোক বানৰ কবলত পৰিছে। ইয়াৰে বালিজানা ৰাজহ চক্ৰৰ ৩৫ খন গাঁৱৰ ১৫,২৮০ আৰু লক্ষীপুৰ ৰাজহ চক্ৰৰ ৫৪ খন গাঁৱৰ ৭,৩২৩ জন লোক অধিক ক্ষতিগ্ৰস্ত হৈছে। বালিজানা ৰাজহ চক্ৰ অঞ্চলত স্থাপন কৰা ১৬ টা আশ্ৰয় শিবিৰত ৫,৬৪১ জন আৰু লক্ষীপুৰ ৰাজহ চক্ৰৰ ১৭ টা আশ্ৰয় শিবিৰত ৩,৩০০ জন লোকে আশ্ৰয় লৈ আছে। বানাক্ৰান্তৰ সংখ্যা জিলাখনত ক্ৰমান্বয়ে বৃদ্ধি হৈছে। মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা প্ৰবল সোঁতে আগিয়া আৰু কালপানী-চান্দমাৰী পঞ্চায়তৰ ২০ খনৰো অধিক গাঁও বুৰাই পেলাইছে। ইয়াৰ ফলত সৃষ্টি হৈছে সাগৰ সদৃশ পৰিৱেশৰ।

পশ্চিম নলবাৰীত ভয়াবহ বানৰ আশংকা

বৃহত্তৰ পশ্চিম নলবাৰী অঞ্চল যিকোনো মুহূৰ্তত প্ৰলয়ংকৰী বানৰ কবলত পৰাৰ আশং‌কা তীব্ৰতৰ হৈছে। প্ৰৱল বানৰ অঞ্চলটোৰ হাতীপোটাত বুঢ়াদিয়া নদীৰ মথাউৰিৰ বৃহৎ অংশ ছিঙি নিয়াত আমনি, শুকেকুছি, কঠলা, পখুৰা, শোলমৰা, লখোপুৰ, বৰবিলা, হেলচা, দাহুদি, চাৰাব‌ড়ি আদিকে ধৰি ২০ খন গাঁও প্ৰবল বানৰ কবলত পৰিছে।

নোৱাৰ পানীয়ে ভাঙিলে মথাউৰি

ইপিনে, ওদালগুৰি জিলাৰ কলাইগাঁৱৰ শিঙৰীমাৰী গোবিন্দপুৰত নোৱা নদীৰ মথাউৰি চিঙি যোৱাত কলাইগাঁৱৰ বৃহত্তৰ অঞ্চল জলমগ্ন হৈ পৰিছে। এতিয়া মথাউৰি ভাঙি পৰাৰ ফলত সেই স্থানৰ সমীপতে থকা কমেও ৬০ টা পৰিয়ালৰ ঘৰ-দুৱাৰ পানীয়ে বুৰাই পেলায়। উল্লেখ্য যে বিগত বৰ্ষত এই মথাউৰিটো মেৰামতি কৰা হৈছিল। কিন্তু মেৰামতিৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ ফলত পুনৰ যোৱা নিশা এটা অংশ ভাঙি যায়। বাঢ়নী পানীয়ে মঙলদৈ ভূটীয়া চাংপথ বুৰাই পেলোৱাৰ লগতে শ শ বিঘা খেতি পথাৰত থকা শস্যও নষ্ট কৰি পেলায় ।

মুখ্যমন্ত্ৰীৰ গৃহ পঞ্চায়তৰ বহু গাওঁ প্লাবিত

মূষলধাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত ডিব্ৰুগড় জিলাৰ চাবুৱাস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ পঞ্চায়ত বিন্ধাকটাৰ কে’বাখনো গাঁও জলমগ্ন হৈছে। মিৰিগাঁও, টেঙাবাৰী, গেৰেকী নেপালী, ৰংমলা, দধিয়া আইচুং চাপৰি, মহমৰা আদি পানীত বুৰ গৈছে। ডিব্ৰু ছৈখোৱা অভয়াৰণ্যৰো বিস্তীৰ্ণ অঞ্চল বানত প্লাবিত হৈছে। উদ্যানখনৰ ২০ টা বনৰীয়া ঘোঁৰা যোৱাকালি বাঢ়নী পানীত উটি যায় যদিও ৰাইজৰ প্ৰচেষ্টাত ঘোঁৰা কেইটা উদ্ধাৰ কৰি পুনৰ উদ্যানলৈ পঠিয়াই দিয়া হয়। বানৰ সমানে খহনীয়াও অব্যাহত থকাত চাবুৱা ৰাজহ চক্ৰৰ অন্তৰ্গত মিৰিগাঁও প্ৰাথমিক বিদ্যালয় খন ডিব্ৰু নদীত জাহ যোৱাৰ উপক্ৰম হৈছে। তিনিচুকীয়াৰ গুইজানকে ধৰি ন ন অঞ্চল বানত বুৰ গৈছে। ডিব্ৰু নদীৰ বাঢ়নী পানীয়ে গুইজান নতুন গাওঁ সংযোগী নতুন পকী পথটো বুৰাই পেলাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCovid-19Flood
publisher

publisher

Related Posts

Assam

September 14, 2026
Heroin and Yaba Teblet Seized in Cachar:কাছাৰত পৃথক পৃথক ড্ৰাগছ বিৰোধী অভিযানত উদ্ধাৰ হ’ল হেৰ’ইন আৰু ইয়াবা টেবলেট

যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনৰ উন্নীতকৰণৰ বাবে আঠ লাখ টকাৰ অনুদান গৌৰৱ গগৈৰ
Assam

যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনৰ উন্নীতকৰণৰ বাবে আঠ লাখ টকাৰ অনুদান গৌৰৱ গগৈৰ

September 14, 2026
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু
Assam

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

September 14, 2026
আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা
Assam

আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা

September 13, 2026
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ২,৩৭৫ ডিগ্রী চেলচিয়াছ উষ্ণতাত নতুন ৰূপৰ বৰফ সৃষ্টি বিজ্ঞানীৰ
International

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ২,৩৭৫ ডিগ্রী চেলচিয়াছ উষ্ণতাত নতুন ৰূপৰ বৰফ সৃষ্টি বিজ্ঞানীৰ

September 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d