Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰাজ্য চৰকাৰে নতুন ৰিলিফ মেনুৱেল অনুসৰি সাম্প্ৰতিক বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

publisher by publisher
May 29, 2020
in Assam, News
Reading Time: 1 min read
0
ৰাজ্য চৰকাৰে নতুন ৰিলিফ মেনুৱেল অনুসৰি সাম্প্ৰতিক বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

  • গোৱালপাৰা জিলাৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷
  • আজি সোনোৱালে গোৱালপাৰা জিলা ভ্ৰমণ কৰি আগিয়া বালিজানা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় আৰু দ্বাৰকা প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা অস্থায়ী শিবিৰ পৰিদৰ্শন কৰে ৷
  • মুখ্যমন্ত্ৰী সোনোৱালে কয় “ৰাজ্য চৰকাৰে নতুন ৰিলিফ মেনুৱেল”অনুসৰি ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি মোকাবিলা কৰিব ৷”
  • গোৱালপাৰাৰ আশ্ৰয় শিবিৰত সকলো ধৰণৰ পৰ্যাপ্ত সুবিধাৰ যোগান ধৰিবলৈ সোনোৱালে জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে ৷
  • চিকিৎসকসকলে আশ্ৰয় শিবিৰসমূহ ভ্ৰমণ কৰি স্বাস্থ্যৰ বুজ ল’ব লাগিব ৷
  • ক’ভিড১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব বাহাল ৰখাটো জিলা প্ৰশাসনে সুনিশ্চিত কৰিব লাগিব ।
  • এই সময়ছোৱাত সোনোৱালে সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ো ভ্ৰমণ কৰে ৷ আৰু পৰিস্থিতিৰ বুজ লয় ৷
  • সোনোৱালে আজি বানে সম্পূৰ্ণভাৱে উটুৱাই দিয়া আগিয়া লক্ষীপুৰ সংযোগী ১২ নং ৰাজ্যিক ঘাইপথৰ অংশটোও পৰিদৰ্শন কৰে ৷
  • লগতে পথটো মেৰামতিৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে ৷
  • জিলাখন ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীয়ে আজি দুধনৈস্থিত আৰ্য়ুবেদিক চিকিৎসালয়ত স্থাপন কৰা কোৱাৰেন্টাইন চেন্টাৰসমূহ পৰিদৰ্শন কৰে ৷
  • চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকসকললৈ মুখ্যমন্ত্ৰীয়ে চাৰি লাখ টকাৰ চেক আগবঢ়াই ৷
  • উল্লেখযোগ্য যে ৰাজ্যৰ ১১ খনকৈ জিলা বানে প্ৰভাৱিত কৰিছে।
  • গোৱালপাৰা জিলাৰ তিনিটাকৈ ৰাজহ চক্ৰৰ প্ৰায় ২ লাখ লোক বিশেষভাবে ক্ষতিগ্ৰস্ত হৈছে ৷
  • বৰ্তমান পৰিস্থিতিৰ পৰা জনসাধাৰণক সকাহ দিবলৈ সকলোৱে “টীম” হিচাপে কাম কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান কৰে ৷
  • লগতে সাংবাদিকসকলকো জনসচেতনতা সৃষ্টিৰ ক্ষেত্ৰত বিশিষ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCovid-19FloodGOALPARASarbananda Sonowal
publisher

publisher

Related Posts

নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন
Assam

October 4, 2026
মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ
Assam

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

October 4, 2026
পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল
Assam

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

October 4, 2026
CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ
India

CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

October 4, 2026
বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

October 4, 2026
পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা
International

পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d