Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

    Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

    Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰাজ্যত ৭০ শতাংশ হ্ৰাস সুৰা বিক্ৰী

publisher by publisher
June 13, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
কৰ’না সংক্ৰমণৰ পৰিপেক্ষিতত সুৰাৰ হোম ডেলিভাৰীৰ কথা বিবেচনা কৰিব পাৰিব ৰাজ্যই
1
SHARES
10
VIEWS
ShareShareShareShare

কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্য অব্যাহত থকা তলাবন্ধৰ সুযোগতে ৰাজ্যত লুন্ঠনৰ বাট মুকলি কৰিলে সুৰা ব্যৱসায়ী চক্ৰই । এই ক্ষেত্ৰত গোপন বুজাবুজিৰে সুৰা ব্যৱসায়ী চক্ৰক সহযোগ কৰিছে আবকাৰী বিভাগৰ একাংশ শীৰ্ষ বিষয়াই । ফলত তলাবন্ধৰ বাবে ৰাজ্যৰ ৰাজকোষত সৃষ্টি হোৱা ঘাটি পূৰণৰ বাবে ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সৃষ্টি হৈছে জটিলতাৰ ৷ ৰাজ্যিক কেবিনেটে যোৱা আঠ মে’ত গ্ৰহণ কৰা সিদ্ধান্তক অংগুষ্ঠ প্ৰদৰ্শন কৰি সুৰা কোম্পানীসমূহে নিজৰ খেয়াল খুচিমতে সুৰাৰ দাম বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিততে এনে অৱস্থাৰ সৃষ্টি হৈছে । আবকৰী বিভাগৰ এক সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে তলাবন্ধৰ বাবে ৰাজ্যৰ ৰাজকোষত ব্যাপক নেতিবাচক প্ৰভাৱ পৰাৰ পৰিপ্ৰেক্ষিততে দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসম চৰকাৰেও ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে সুৰাৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ কৰ আৰোপ সিদ্ধান্ত গ্ৰহণ কৰে ।

ADVERTISEMENT

যোৱা ন’ মে’ত ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগৰ প্ৰধান সচিব অবিনাশ যোশীয়ে ই এক্স ২৫০/২০১৯/৪৭ নম্বৰযোগে এই সম্পৰ্কত প্ৰকাশ কৰে এখন ৰাজপত্ৰ ৷ এই কৰ সুৰাৰ সৰ্বোচ্চ খুচুৰা মূল্যৰ ওপৰতহে ধাৰ্য কৰা হয় । ৰাজহ সংগ্ৰহ সঠিকভাৱে সম্পন্ন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আবকাৰী বিভাগে দুদিনৰ বাবে ৰাজ্যৰ সকলো সুৰা বিপনী বন্ধ ৰাখি সুৰা বিপনী আৰু বণ্ডেড বেৰহাউচত মজুত সুৰাৰ তথ্য সংগ্ৰহ কৰাৰ উপৰি সুৰা কোম্পানীসমূহক নতুন লেবেলিঙৰ ব্যৱস্থা কৰাৰ সুযোগ প্ৰদান কৰে ৷ ইয়াৰ সুযোগতে সুৰাৰ কোম্পানীসমূহে সুৰাৰ দাম ৩৪ শতাংশৰ পৰা ৯০ শতাংশ পৰ্যন্ত বৃদ্ধি কৰে ৷ এই বৰ্ধিত মূল্যৰ ওপৰত চৰকাৰে ধাৰ্য কৰা অতিৰিক্ত ২৫ শতাংশ কৰসহ খুচুৰা মূল্য প্ৰায় দুগুণলৈ বৃদ্ধি পোৱাৰ ফলত ৰাজ্যত সুৰাৰ বিক্ৰী হ্ৰাস পায় ।আবকাৰী বিভাগৰ একাংশ শীৰ্ষ বিষয়াই ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তৰ সুযোগ লৈ এনেদৰে মূল্যবৃদ্ধিৰে গ্ৰাহকৰ ওপৰত মাধমাৰ দিবলৈ সুৰা কোম্পানীসমূহক সহযোগ কৰা বুলি সূত্ৰটোৱে আঙুলিয়াই দিয়ে ৷

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamCovid-19Lockdown
publisher

publisher

Related Posts

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী
News

May 5, 2026
Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ
News

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

May 5, 2026
Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ
News

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

May 5, 2026
Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d