Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

    Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

    ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

    ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন

    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কৰ’না মহামাৰীয়ে বিধ্বস্ত কৰিছে মহানগৰীৰ ব্যৱসায়

publisher by publisher
June 21, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
গোলাঘাটত কোৱাৰেন্টাইনত থকা ২১ জনৰ শৰীৰত ক’ভিড১৯
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

তলাবন্ধৰ পাছত এইবাৰ দ্ৰুতহাৰত বৃদ্ধি পোৱা কনটেইনমেন্ট জ’নৰ সংখ্যাই বিধ্বস্ত কৰিছে মহানগৰীৰ ব্যৱসায় বানিজ্য ৷ফলত হতাশ হৈ পৰিছে ব্যৱসায়ীসকল ৷ বিশেষকৈ তলাবন্ধৰ নীতি নিৰ্দেশনা শিথিল হ’লেও মহানগৰীত দ্ৰুতহাৰত বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰ লগে লগে মহানগৰীত বৃদ্ধি পাইছে কনটেইনমেন্ট জ’নৰ সংখ্যা ৷ কিন্তু তলাবন্ধৰ নীতি নিৰ্দেশনা শিথিল হোৱা সত্বেও কনটেইনমেন্ট জ’নৰ অন্তৰ্ভুক্ত হোৱা বাবে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখিবলগীয়া হোৱাত ব্যৱসায়ীসকলৰ অধিকাংশই বিগত তিনিমাহ ধৰি পৰিশোধ কৰিব পৰা নাই বিদ্যুতৰ বিলৰ পৰা আৰম্ভ কৰি ঘৰৰ ভাড়া বা কৰ্মচাৰীৰ বেতন। ইয়াক লৈ মহানগৰীৰ ব্যৱসায়ীসকল অধিক উদ্বিগ্ন হৈ পৰিছে ৷

ADVERTISEMENT

দৈনিক অগ্ৰদূতৰ আগত এই কথা সদৰী কৰি তলাবন্ধৰ সময়ত সদৌ গুৱাহাটী ব্যৱসায়ী সন্থাই গঠন কৰা নিৰীক্ষণ কমিটীৰ সাধাৰণ সম্পাদক নটৰাল শৰ্মাই কয় “কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত প্ৰধানমন্ত্ৰীয়ে যোৱা ২২ মাৰ্চত ঘোষণা কৰে জনতা সান্ধ্য আইন । যোৱা ২৪ মাৰ্চৰ পৰা আৰম্ভ হয় প্ৰথম পৰ্যায়ৰ তলাবন্ধ ৷ পৰৱৰ্তী সময়ত তলাবন্ধৰ নীতি নিৰ্দেশনা শিথিল হ’ল যদিও ব্যৱসায়ীসকলৰ কাৰণে স্বাভাৱিক নহ’ল পৰিবেশ। জি এছ টি ৰিটাৰ্ণে এই কথা স্পষ্ট কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে তলাবন্ধৰ সময়চোৱাত ফাৰ্মাচী আৰু গেলামালৰ দোকানক বাদ দি সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণ ৰূপে বন্ধ আছিল। তলাবন্ধ শিথিলৰ পাছত আন আন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খুলিবলৈ আৰম্ভ কৰে যদিও মহানগৰীত ইজনৰ পাছত সিজন লোক কৰ’নাত আক্ৰান্ত হৈছে ।

ইপিনে পৰিয়াল পোহপাল দিয়াটোৱে কঠিন হৈ পৰা বুলি কয় চেৰাবভাটি ক্ষুদ্ৰ ব্যৱসায়ী ৰূপেশ কৰ্মকাৰে। তেওঁ কয়”তলাবন্ধৰ পাছত দোকান খুলিবলৈ আৰম্ভ কৰিছিলো । বৰ্তমান কলেজো বন্ধ ৷ গতিকে মনোহাৰী দোকানৰ বিক্ৰী প্ৰায় শূন্য ৷তথাপি পেটৰ তাড়নাত সদায় দোকান খুলিবলৈ লোৱাৰ সময়তে ইজনৰ পিছত সিজন কৰ’নাত আক্ৰান্ত হয় ৷ পাছত প্ৰশাসনে সন্মুখৰ পথেৰে অহা যোৱা বন্ধ কৰি দিয়ে ৷ তিনি দিন হ’ল, মাত্ৰ চাৰিশ টকা বিক্ৰী হৈছে ৷ উপাৰ্জনৰ অন্য পথ নাই বুলি উল্লেখ কৰি তেওঁ কয় যে দোকানখনেই উপাৰ্জনৰ সম্বল ৷কিন্তু মাহৰ পিছত মাহ ধৰি বন্ধ থাকিলে উপাৰ্জন কেনেকৈ বাঢ়িব ৷ ঘৰভাড়া দিয়াতো অসুবিধা হৈছে ৷ বিকল্প সন্ধানৰো কোনো সুযোগ নাই বাবে গ্ৰাহকৰ অপেক্ষাত ঘন্টাৰ পাছত ঘন্টা ৰৈ থকা বুলি তেওঁ আক্ষেপেৰে কয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamASSAM FIGHTS CORONAVIRUSFIGHT AGANIST COVID-19Lockdown
publisher

publisher

Related Posts

স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী
India

September 9, 2026
অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা
India

অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

September 9, 2026
Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক
Assam

Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

September 9, 2026
ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা
Assam

ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

September 9, 2026
ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন
India

ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন

September 9, 2026
Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

September 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d