Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

লখিমপুৰৰ শিমলুগুৰিত ব্ৰইলাৰ পালন কৰা যুৱকক শংকৰ সংঘৰ পৰা বহিস্কাৰ

publisher by publisher
June 28, 2020
in Assam, News
Reading Time: 1 min read
0
লখিমপুৰৰ শিমলুগুৰিত ব্ৰইলাৰ পালন কৰা যুৱকক শংকৰ সংঘৰ পৰা বহিস্কাৰ
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

যি সময়ত সংস্থাপন বিছাৰি বহি:ৰাজ্যলৈ ঢাপলি মেলিছে অসমৰ শ শ নিৱনুৱা যুৱকে ঠিক সেই সময়তে ব্ৰইলাৰ পালনেৰে স্বাৱলম্বী হোৱাৰ মন মেলি সমাজৰ পৰা এঘৰীয়া হ’ব লগা হৈছে লখিমপুৰ জিলাৰ শিমলুগুৰিৰ এজন শিক্ষিত নিৱনুৱা যুৱকৰ পৰিয়াল । যুৱকজনৰ নাম সুনীল বৰা । বিহপুৰীয়া সমষ্টিৰ শিমলুগুৰিৰ সৰুল’ৰা বৰাৰ পুত্র সুনীল বৰাই চৰকাৰী চাকৰিৰ আশা বাদ দি এবছৰ পূৰ্বে বহিৰাজ্যলৈ গৈছিল কৰ্মসংস্থাপন বিছাৰি । কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত দেশজুৰি চলি থকা তলাবন্ধৰ মাজতে ঘৰলৈ ঘূৰি আহিছিল যুৱকজন । ঘৰলৈ আহিয়েই ঘৰৰ পৰা কিছু নিলগত মোমায়েকৰ মাটিত আৰম্ভ কৰে এখন ফাৰ্ম । প্ৰিমিয়াম কোম্পানীৰ সাহাৰ্য লৈ মোমায়েকৰ পুতেকৰ সহযোগত আৰম্ভ কৰা ফাৰ্ম খনৰ জৰিয়তে স্বাৱলম্বী হৈ আগবাঢ়িব খোজা যুৱক জনৰ সমুখলৈ নামি আহিল এক দুৰ্যোগ ।কাৰণ, ব্ৰইলাৰ পোহাৰ অপৰাধত সুনীলৰ পৰিয়ালটোক এঘৰীয়া কৰিলে সমাজে ।

ADVERTISEMENT

শ্ৰীমন্ত শংকৰদেৱ শংঘৰ লখিমপুৰ জিলাৰ কমলপুৰ প্ৰাথমিক শাখাই এঘৰীয়া কৰিলে পৰিয়ালটোক । ইতিমধ্যে যোৱা ২৬ জুনৰ দিনা কমলপুৰ প্ৰাথমিক শাখাৰৰ তৰফৰ পৰা সুনীলৰ পিতৃ সৰুলৰা বৰাক এখন পত্ৰ যোগে সমাজৰ পৰা এঘৰীয়া কৰাৰ কথা অৱগত কৰে । এই খবৰৰ পিছতে পৰিয়ালটোলৈ নামি আহে ঘোৰ অন্ধকাৰ । সমাজৰ পৰা এঘৰীয়া কৰাৰ বেদনাত আক্ৰান্ত হৈ পিতৃ সৰুলৰা বৰা বাকৰুদ্ধ হৈ পৰে । আনহাতে এই ঘটনাই তিলমানো বিচলিত কৰিব নোৱাৰা সুনীলে শ্ৰীমন্ত শংকৰদেৱ সংঘক প্ৰত্যাহ্বান জনাই দুগুণ উৎসাহেৰে আগবাঢ়ি যাব খোজে । পৰৱৰ্তী সময়ত আইনৰ সহায় লোৱাৰো হুংকাৰ দিয়ে সুনীলে । এতিয়া প্ৰশ্ন হয় সমাজৰ বাধা অতিক্ৰমি কোম্পানীৰ সহযোগত সম্পূৰ্ণ নিজা প্ৰচেষ্টাত সংস্থাপনৰ বাট মুকলি কৰা সুনীল বৰা নামৰ যুৱক জনৰ প্ৰতি ৰাজ্যৰ বিয়াগোম পশুপালন বিভাগৰ সু-দৃষ্টি পৰিবনে?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamLAKHIMPUR
publisher

publisher

Related Posts

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম
International

নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

August 30, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d