কেনে আছে ক’ভিড-১৯ ত আক্ৰান্ত লোকসকল? কেনেধৰণে চলিছে তেওঁলোকৰ চিকিৎসা? আয়ুৰ্বেদিক চিকিৎসালয়ত কৰ’নাত আক্ৰান্ত লোকসকলক মানসিকভাবে সবল কৰি ৰখাৰ বাবে প্ৰশংসনীয় পদক্ষেপ গ্ৰহন কৰিছে কৰ্তব্যৰত চিকিৎসা কৰ্মীসকলে ৷ চিকিৎসক জয়ন্ত শৰ্মাৰ নেতৃত্বত চলা এই পদক্ষেপক সকলোৱে আদৰি লৈছে ৷
ADVERTISEMENT




























