মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট, কেন্দ্ৰীয় ৰাজ্যিকমন্ত্ৰী ৰতন লাল কাটাৰিয়া আৰু মন্ত্ৰী ৰিহণ দৈমাৰীৰ স’তে ভিডিঅ’ কনফাৰেন্সৰ যোগেৰে “জল জীৱন মিছন, অসম”ৰ বিষয়ে সামগ্ৰিক অগ্ৰগতিৰ সন্দৰ্ভত আলোচনা কৰে ৷ উল্লেখযোগ্য যে চলিত বিত্তীয় বৰ্ষৰ ভিতৰতে এই মিছনৰ অধীনত ৰাজ্যৰ ১৩.১৫ লাখ পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে ৷
ADVERTISEMENT





























