Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 ৰাজ্যৰ উপায়ুক্ত-আৰক্ষী অধীক্ষকসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ভিডিঅ’ কনফাৰেন্স

publisher by publisher
July 9, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
 ৰাজ্যৰ উপায়ুক্ত-আৰক্ষী অধীক্ষকসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ভিডিঅ’ কনফাৰেন্স
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

■ প্রধানমন্ত্ৰীৰ ফ্লেগশ্বিপ কাৰ্যসূচীসমূহৰ লগতে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক তথা উন্নয়নমূলক আঁচনিসমূহৰ ৰূপায়ণৰ কাম যাতে ক’ভিড-১৯ ৰ অজুহাতত বাধাগ্ৰস্ত নহয়, সেয়া সুনিশ্চিত কৰিবলৈ তেওঁ জিলা প্ৰশাসনসমূহক নিৰ্দেশ দিয়ে।
■ ৰাজ্যখনত কৃষি আৰু আনুষংগিক খণ্ডৰ কাম-কাজ ক্ষিপ্ৰতাৰে আগবঢ়াই নিয়াৰ লগতে বৃহৎ আৰু ক্ষুদ্ৰ চাহ বাগিচা সমূহৰ কাম কাজ সুচাৰুৰূপে পৰিচালনাত যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়, তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ তেওঁ উপায়ুক্তসকলক আহ্বান জনায়।
■ ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে যিকোনোধৰণৰ পদক্ষেপ লোৱাৰ পূৰ্বে মুখ্য সচিবৰ লগতে সংশ্লিষ্ট জিলাৰ দায়িত্বত থকা মন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হ’বলৈ তেওঁ জিলা উপায়ুক্তসকলক আহ্বান জনায়।
■ ক’ভিডৰ সমান্তৰালভাৱে অন্যান্য ৰোগত ভোগা ৰোগীসকলেও যাতে প্ৰয়োজনীয় চিকিৎসাৰ পৰা কোনোপধ্যেই বঞ্চিত হ’বলগা নহয়, সেয়া তাৎক্ষণিক ভাৱে সুনিশ্চিত কৰাৰ বাবে তেওঁ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকক নিৰ্দেশ দিয়ে।
■ নগাঁৱৰ দৰে কেবাখনো জিলাত সম্প্ৰতি ব্যাপক মাত্ৰাত জনসমাগম হোৱালৈ আঙুলিয়াই স্বাস্থ্যবিধি উলংঘা কৰা এনে লোকৰ বিৰুদ্ধে কঠোৰ হ’বলৈ আৰক্ষী অধীক্ষসকলক নিৰ্দেশ দিয়ে।
■ ৰাজ্যৰ প্ৰতিখন জিলাতে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী প্ৰকল্প ‘জলজীৱন মিছন’ৰ কাম-কাজ দ্ৰুততৰ কৰি তুলিবলৈ নিৰ্দেশ দিয়ে।
■ ৰাজ্যৰ জীৱ-বৈচিত্ৰ্যৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে বৃক্ষৰোপনৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি এই বাৰিষাৰ ভিতৰতে ৰাজ্যখনৰ প্ৰতিখন জিলাতে ব্যাপক মাত্ৰাত গছপুলি ৰোপনৰ লগতে তাৰ উপযুক্ত তদাৰকীৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী উপায়ুক্তকে নিৰ্দেশ দিয়ে।
■ জিলাসমূহৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত খালি হৈ থকা পদসমূহ শীঘ্ৰে পূৰণৰ ব্যৱস্থা কৰা আৰু অহা নৱেম্বৰৰ ভিতৰত ৫৪ হাজাৰ থলুৱাক মাটিৰ পট্টা প্ৰদানৰ ব্যৱস্থা কৰাৰ কাম ক্ষিপ্ৰগতিত আগুৱাই নিবলৈ উপায়ুক্ত সকলক নিৰ্দেশ দিয়ে।
■ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত আয়োজিত আজিৰ ভিডিঅ’ কনফাৰেন্সত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষিকেশ গোস্বামী, আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া আৰু স্বাস্থ্য বিভাগৰ সচিব সমীৰ কুমাৰ সিনহা।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCovid-19LockdownSarbananda Sonowal
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d