Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মাজুলীৰ নদীপৰীয়া ৭৩ গাঁৱৰ দহ সহস্ৰাধিক পৰিয়াল বানত আক্ৰান্ত

publisher by publisher
July 11, 2020
in Assam, Flood, News
Reading Time: 1 min read
0
মাজুলীত মথাউৰিৰ বহিঃ অংশৰ ৫৬ গাঁও বানৰ কবলত, কৰতিপাৰত ১ আশ্ৰয় শিবিৰ মুকলি, বান পৰিস্থিতি পৰ্যালোচনা উপায়ুক্তৰ, সস্তম জিলা প্ৰশাসন
2
SHARES
20
VIEWS
ShareShareShareShare

শুক্ৰবাৰে দুপৰীয়াৰে পৰা মাজুলীত বিপদসীমাৰ ওপৰেৰে বোৱা ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে জিলাখনৰ ৭৩খন গাঁও প্লাৱিত কৰিছে । বছৰৰ এই দ্বিতীয়টো বানত এই পৰ্যন্ত জিলাখনৰ ১০,২৬৫টা পৰিয়ালৰ ৫১,৯৫৮ গৰাকী লোক প্ৰভাৱিত হৈছে । ব্ৰহ্মপুত্ৰৰ লগতে সোৱণশিৰিৰ জলস্তৰো ক্ৰমশঃ বৃদ্ধি পোৱাৰ ফলত আঁহতগুৰি, দক্ষিণ আঁহতগুৰি, কৰতিপাৰ, দক্ষিণপাট আৰু দক্ষিণ কমলাবাৰী গাঁও পঞ্চায়ত এলেকাত বানৰ প্ৰকোপ বৃদ্ধি পাইছে । ইতিমধ্যে মাজুলী জিলা প্ৰশাসনে শুক্ৰবাৰৰ বিয়লিৰে পৰাই জিলা দুৰ্যোগ প্ৰশমন ব্যৱস্থাক সম্পূৰ্ণ সস্তম কৰি বান দুৰ্গত লোকৰ উদ্ধাৰ আৰু সাহাৰ্য অভিযান ক্ষিপ্ৰ কৰি তুলিছে ।

ADVERTISEMENT

উপায়ুক্ত বিক্ৰম কৈৰীয়ে নিজে শেহতীয়া বান-পৰিস্থতিৰ ওপৰত সম্পূৰ্ণ নজৰ ৰাখি থকাৰ লগতে কাৰ্যবাহী দণ্ডাধীশসকলকো ভাগে ভাগে বান-প্ৰভাৱিত স্পৰ্শকাতৰ এলেকাসমূহলৈ প্ৰেৰণ কৰি বন্যাৰ্ত পৰিয়ালসমূহক তাৎক্ষণিক ভাৱে সহায় উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰিছে। একেদৰে, জিলা প্ৰশাসনে নিয়াৰীকৈ বান সাহাৰ্য অভিযান চলাব পৰাকৈ জিলাখনক পাঁচটা বান-মণ্ডলত বিভক্ত কৰি প্ৰতিটো মণ্ডলতে দায়িত্ব দিয়া মাণ্ডলিক (জ’নেল) বিষয়াসকলৰ লগতে তেওঁলোকক সহযোগ কৰাৰ দায়িত্বত থকা খণ্ড (ছেক্টৰ) বিষয়াসকলেও নিজ নিজ এলেকাত বান-দুৰ্গত লোকৰ উদ্ধাৰ আৰু সাহাৰ্য আভিযানৰ নেতৃত্ব দিছে। আজি বিয়লি পৰ্যন্ত জিলা প্ৰশাসনে বানত গৃহ জলমগ্ন হোৱা লোকসকৱৰ বাবে মুঠ ছটা আশ্ৰয় শিবিৰ মুকলি কৰিছে ।

RelatedPosts

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

প্ৰশাসনে ক’ভিড-১৯ প্ৰট’কল অনুসৰণ কৰি মুকলি কৰা এই বান-সাহাৰ্য শিবিৰ কেইটাত এতিয়ালৈকে মুঠ ১৬৬গৰাকী বান-দুৰ্গত লোকে আশ্ৰয় গ্ৰহণ কৰিছে। আঁহতগুৰি গাঁও পঞ্চায়ত এলেকাত মুকলি কৰা কৰা দুটা শিবিৰতে ১০৯গৰাকী লোকক প্ৰশাসনে আশ্ৰয় প্ৰদান কৰিছে। ইয়াৰে আঁহতগুৰি হাইস্কুলৰ শিবিৰত ৬৯গৰাকী আৰু পশ্চিম আঁহতগুৰি হাইস্কুলৰ শিবিৰত ৪০গৰাকী লোক আছে। একেদৰে, কৰতিপাৰ হাইস্কুলৰ শিবিৰত ২৪গৰাকী, মেৰাগড় মিছামাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ শিবিৰত ২০গৰাকী, এৰি চাপৰিৰ চামগুৰি প্ৰাথমিক বিদ্যালয়ৰ শিবিৰত ৬গৰাকী আৰু কটকীচুক প্ৰাথমিক বিদ্যালয়ৰ শিবিৰত ৭গৰাকী বন্যাৰ্তই আশ্ৰয় গ্ৰহণ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamMAJULI
publisher

publisher

Related Posts

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d