Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Padmashri Gopiram Bargayan Budhabhakat passes away:সত্ৰীয়া সংস্কৃতিৰ কাণ্ডাৰী পদ্মশ্রী গোপীৰাম বৰগায়ন বুঢ়াভকতৰ প্ৰয়াণ

    Kamakhya Train Station:সাতখন ট্ৰাকৰে চোৰে লুটি নিলে কামাখ্যা জংছনত মজুত কৰা এলুমিনিয়ামৰ তাঁৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Guwahati Beltala basistha murder update:পুৱতি নিশা জিএমচিলৈ নিয়াৰ পথত আৰক্ষীৰ জিম্মাতে মৃত্যু পত্নী হত্যাত অভিযুক্ত ৰামানুজৰ

    Death penalty for rape and murder of children:চাৰি বছৰীয়া কন্যা শিশুৰ ধৰ্ষণ-হত্যাৰ অপৰাধীক মৃত্যুদণ্ড

    অপছন্দৰ বাতৰি প্ৰচাৰ কৰা সংবাদগোষ্ঠীক চৰকাৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: পাঠক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

প্ৰসংগ কৰ’নাঃ চিকিৎসক, প্ৰাক্তন অধক্ষ্যসহ মৃত পাঁচ

publisher by publisher
July 14, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
ক’ৰনাৰ ধ্বংসলীলাত মৃত্যুৰ হাৰে হৃদয় কঁপাইছে শ্মশান তত্বাৱধায়কৰ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

অসমত কৰ’নাৰ সংহাৰী ৰূপে উদ্বেগজনক পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে পুনৰ পাঁচজন লোক কৰ’নাত মৃত্যু হয় । ইয়াৰ ভিতৰত জি এম চিৰ চকুৰোগ বিশেষজ্ঞ ডা° জাহান ইকবাল আহমেদৰ মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা ডা° আহমেদ প্ৰথমজন চিকিৎসক । তদুপৰি মৃত্যুৰ পূৰ্বৰ ঘটনাৰাজিও চাঞ্চল্যকৰ ৷ মহানগৰীৰ বাঘবাৰীৰ বাসিন্দা ডা° আহমেদ বিগত কে’বাদিনো ধৰি জ্বৰ আৰু কাহত ভূগি আছিল ৷ ঘৰতে তেওঁ ইয়াৰ চিকিৎসাও কৰিছিল ৷

ADVERTISEMENT

ইয়াৰ পিছত সোমবাৰে তেওঁ উশাহ লোৱাত কষ্ট অনুভৱ কৰে ৷ পৰিয়ালৰ লোকে তেওঁক জি এম চি চিকিৎসালয়লৈ আনে যদিও তাৰ পূৰ্বেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ তেওঁৰ মৃত্যুৰ লক্ষণবোৰ কৰ’নাৰ লগত মিল থকাত মৃতদেহৰ পৰা নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হয় । নিশা অহা ফলাফল অনুসৰি স্বাস্থ্য বিভাগে চিকিৎসকজন কৰ’নাত আক্ৰান্ত বুলি নিশ্চিত কৰে ৷ চিকিৎসকজন ক’ৰ পৰা কেনেকৈ কৰ’নাত আক্ৰান্ত হ’ল সেয়া নিশ্চিত হোৱা নাই ।

ইপিনে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে যে সোমবাৰৰ দিনটোত ডা° আহমেদৰ উপৰি কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা আন লোককেইজন হ’ল ক্ৰমে গোলাঘাটৰ উত্তম দাস(৩১), কামৰূপ মহানগৰৰ কেশৱ কুমাৰ বৰুৱা(৬২) আৰু মহানগৰৰে কাৰ্তিক কলিতা(৩০) ৷ ইয়াৰ উপৰি মঙলদৈত মৃত্যু হোৱা দুনী কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শৰৎ চহৰীয়া (৬১)ৰো কৰ’নাত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হয় ৷ আনহাতে ৰাজ্যত পুনৰ ১০০১ জনৰ শৰীৰত ধৰা পৰিছে কৰ’না ভাইৰাছৰ উপস্থিতি ৷ ইয়াৰে ৫১৩ জন গুৱাহাটীৰ । আনহাতে ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ১৭,৮০৭ জন৷সুস্থ হৈছে ১১,৪১৬ জন,চিকিৎসাধীন হৈ আছে ৬৩৪৮ জন আৰু মৃত্যু হৈছে ৫২ জনৰ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCORONAVIRUSCovid-19
publisher

publisher

Related Posts

Padmashri Gopiram Bargayan Budhabhakat passes away:সত্ৰীয়া সংস্কৃতিৰ কাণ্ডাৰী পদ্মশ্রী গোপীৰাম বৰগায়ন বুঢ়াভকতৰ প্ৰয়াণ
Assam

September 15, 2026
Kamakhya Train Station:সাতখন ট্ৰাকৰে চোৰে লুটি নিলে কামাখ্যা জংছনত মজুত কৰা এলুমিনিয়ামৰ তাঁৰ
Assam

Kamakhya Train Station:সাতখন ট্ৰাকৰে চোৰে লুটি নিলে কামাখ্যা জংছনত মজুত কৰা এলুমিনিয়ামৰ তাঁৰ

September 15, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
Assam

Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

September 15, 2026
Guwahati Beltala basistha murder update:পুৱতি নিশা জিএমচিলৈ নিয়াৰ পথত আৰক্ষীৰ জিম্মাতে মৃত্যু পত্নী হত্যাত অভিযুক্ত ৰামানুজৰ
Assam

Guwahati Beltala basistha murder update:পুৱতি নিশা জিএমচিলৈ নিয়াৰ পথত আৰক্ষীৰ জিম্মাতে মৃত্যু পত্নী হত্যাত অভিযুক্ত ৰামানুজৰ

September 15, 2026
Death penalty for rape and murder of children:চাৰি বছৰীয়া কন্যা শিশুৰ ধৰ্ষণ-হত্যাৰ অপৰাধীক মৃত্যুদণ্ড
Assam

Death penalty for rape and murder of children:চাৰি বছৰীয়া কন্যা শিশুৰ ধৰ্ষণ-হত্যাৰ অপৰাধীক মৃত্যুদণ্ড

September 15, 2026
অপছন্দৰ বাতৰি প্ৰচাৰ কৰা সংবাদগোষ্ঠীক চৰকাৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: পাঠক
Assam

অপছন্দৰ বাতৰি প্ৰচাৰ কৰা সংবাদগোষ্ঠীক চৰকাৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: পাঠক

September 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d