Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

যুৱমৰ্চাৰ ভাৰ্চুৱেল কনফাৰেন্সত মুখ্যমন্ত্ৰীৰে মত বিনিময়

publisher by publisher
July 24, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
যুৱমৰ্চাৰ ভাৰ্চুৱেল কনফাৰেন্সত মুখ্যমন্ত্ৰীৰে মত বিনিময়
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

বৰ্তমান কভিডৰ এনে জটিল পৰিস্থিতিৰ লগত সংগতি ৰাখি বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ত কাৰ্যকর্তা সকলক উৎসাহিত কৰিবৰ বাবে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ স’তে ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক বিষয়ববীয়া আৰু জিলা সভাপতি সকলৰ এখন ভিডিঅ’ কনফাৰেন্সৰ আয়োজন কৰা হয় । এই কনফাৰেন্সৰ জৰিয়তে যুৱ কাৰ্যকৰ্তাসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তাৰোপৰি তেখেতে বৰ্তমানৰ এন ডি এ নেতৃত্বাধীন চৰকাৰখনে অসমৰ প্ৰধান সমস্যা বানপানীৰ স্থায়ী সমাধানৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে বিশেষভাৱে কিছু পদক্ষেপ হাতত লোৱাৰ কথাও উল্লেখ কৰে ৷ সেই উদ্দেশ্যেৰে কেন্দ্ৰীয় চৰকাৰে ‘NORTH EAST WATER MANAGEMENT AUTHORITY’ গঠন কৰাৰ কথাও দোহাৰে ৷

ADVERTISEMENT

তাৰোপৰি প্ৰায় ৫০০০ কিঃমিঃ দৈৰ্ঘ্যৰ মথাউৰি সমূহৰ ওপৰত বিশেষ পদ্ধতিৰে পথ নিৰ্মাণৰ জৰিয়তে যাতায়ত ব্যৱস্থা সুচল কৰাৰ লগতে গ্ৰাম্য ৰাইজৰ অৰ্থনৈতিক, সামাজিক সুৰক্ষাৰ কথাও উল্লেখ কৰে আৰু এই সম্পৰ্কে অতি শ্ৰীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাত মিলিত হোৱাৰ আশ্বাস দিয়ে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে আজিৰ এই ভাৰ্চুৱেল সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ সাধাৰণ সম্পাদক তথা মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া ৷ অতি ব্যস্ততাৰ মাজতো যুৱমৰ্চাক মাগদৰ্শন কৰিবলৈ যুৱমৰ্চাই অনুষ্ঠিত কৰা এই ভাৰ্চুৱেল কনফাৰেন্সৰ প্ৰতি সহাঁৰি জনাই যুৱ কাৰ্যকৰ্তাসকলক সম্বোধন কৰাৰ কাৰণে মুখ্যমন্ত্ৰীৰ লগতে সাংসদ গৰাকীকো ধন্যবাদ জ্ঞাপন কৰে যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মনে ৷

তাৰোপৰি এই কনফাৰেন্সতে তলাবন্ধৰ প্ৰথম সময়ছোৱাৰ পৰা কৰ’না, বানপানীকে ধৰি আন সমস্যাসমূহত যুৱ মৰ্চাৰ সদস্যসকলে যি তৎপৰতাৰে বিভিন্ন কাৰ্যপন্থা হাতত লৈছিল তাৰো এক সমীক্ষা দাঙি ধৰা হয়। প্ৰথম তলাবন্ধৰ পৰা বৰ্তমানলৈকে যুৱমৰ্চাই সমগ্ৰ ৰাজ্যতে ২০,৮,৪৩২ খন মাস্ক, প্ৰায় ১০,৫,০০০ লিটাৰ চেনিটাইজাৰ, আৰ্তজন বা পদপথৰ বাসিন্দাক ৬২,৪২৩ টা খাদ্যৰ টোপোলা আৰু প্ৰায় ১৪০২৩৭ লোকলৈ ৰেচনৰ সামগ্ৰী আগবঢ়ায় ৷ তাৰ উপৰিও এই সময়ছোৱাত যুৱ মৰ্চাই বহিঃ ৰাজ্যত থকা অসমীয়া লোকসকলৰ সুবিধাৰ্থে দুটা হেল্পলাইন নম্বৰৰ জৰিয়তে সেৱা আগবঢ়োৱাৰ কথাও উল্লেখ কৰে ৷

যুৱমৰ্চাৰ পাঁচ সহস্ৰাধিক ভলণ্টিয়াৰে এই জটিল সময়খিনিক ৰাইজৰ লগতে প্ৰশাসনকো বিভিন্ন ক্ষেত্ৰত সহায় কৰাৰ লগতে ১৭, ৪৭২ জনতকৈ অধিক যুৱ কাৰ্যকৰ্তাই পি এম কেয়াৰলৈ সাহাৰ্য আগবঢ়ায় । সংকটৰ এই জটিল সময়ত যুৱমৰ্চাৰ ৫২৪ জন কাৰ্যকৰ্তাই ৰক্তদানেৰে বহুজনক সহায় কৰে ৷ এটাৰ পাছত আন এটা সমস্যাৰে জৰ্জৰিত হোৱা ৰাজ্যখনত বিপদৰ এই মূহূৰ্তত প্ৰতি ক্ষেত্ৰতে যুৱমৰ্চাই ৰাইজৰ কাষত থাকি এনেদৰে সেৱা আগবঢ়োৱা কাৰ্যক প্ৰশংসা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCovid-19Sarbananda Sonowal
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
International

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d