■ ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পোৱা কৰ’নাৰ সংক্ৰমণৰ মাজতে এক সুখবৰ।
■ অৱশেষত ৰাজ্যৰ সকলোতকৈ কনিষ্ঠতম কৰ’নাত আক্রান্ত হোৱা ৩ মহীয়া স্বৰ্ণিল জ্যোতি শৰ্মা আৰু মাতৃ হিৰণ্ময়ী শর্মাই কৰ’নাক পৰাজিত কৰিবলৈ সক্ষম হয় ।
■ দেওবাৰে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ পৰা তেঁওলোকক ডিচাৰ্জ দিয়া হয় দুয়োকে।
ADVERTISEMENT





























