- ৰাজ্যবাসীৰ কাৰণে সুখবৰ ৷
- কৰ’নাত আক্ৰান্ত হৈ ঘৰলৈ উভতিল ২৯,০৮০ জন লোক ৷
- কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৯,২৩০ জন লোক।
- ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ৩৮,৪০৭ জন লোক।
- মৃত্যু হৈছে ৯৪ জনৰ ৷
- টুইটাৰযোগে এইকথা জনালে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

ADVERTISEMENT





























