Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নতুন দল গঠনৰ অনুমোদন আছুৰ

publisher by publisher
August 1, 2020
in Assam, News
Reading Time: 1 min read
0
নতুন দল গঠনৰ অনুমোদন আছুৰ
3
SHARES
33
VIEWS
ShareShareShareShare

সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলনৰ পটভূমিত প্ৰস্তাৱিত সদৌ অসম ছাত্ৰ সন্থাৰ নতুন ৰাজনৈতিক দল গঠন প্ৰক্ৰিয়াত আনুষ্ঠানিকভাৱে অনুমোদন দিলে আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে । অৱশ্যে আছুৰ “অৰাজনৈতিক চৰিত্ৰ” অক্ষুণ্ণ ৰাখিহে এই নতুন দল গঠন কৰিব পাৰিব বুলি কাৰ্যনিৰ্বাহকে স্পষ্ট কৰি দিয়ে । উল্লেখযোগ্য যে বিগত কে’বামাহ ধৰি আছুৰ প্ৰস্তাৱিত নতুন ৰাজনৈতিক দল গঠনৰ সন্দৰ্ভত ব্যাপক চৰ্চা অব্যাহত থকাৰ মাজতে শুক্ৰবাৰে উজানবজাৰস্থিত ছহিদ ন্যাসত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অনুষ্ঠিত হয় ।

ADVERTISEMENT

এই বৈঠকতে নতুন দল গঠনৰ সন্দৰ্ভত আগষ্টৰ প্ৰথমাৰ্ধত ৰাজ্যখনত সামাজিকভাৱে জড়িত বিশিষ্ট ব্যক্তিসকলক লৈ এক জাতীয় অভিৱৰ্তন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই অভিৱৰ্তনেই নতুন দল গঠন প্ৰক্ৰিয়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব বুলি আছু নেতৃত্বই সদৰী কৰিছে ৷ আছুৰ সভাপতি দীপাংকৰ নাথে এই সন্দৰ্ভত কয় “কৰ’নাকেন্দ্ৰিক পৰিস্থিতিৰ বাবেই এই প্ৰক্ৰিয়া কিছু লেহেমীয়া হৈছিল । কিন্তু এটা কথা ঠিক যে অসমৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ ৰাজ্যখনৰ সমস্যাৰ ওপৰত জ্ঞান থকা সামাজিক গৱেষকক লৈ গঠিত এখন সমিতিয়ে ইয়াৰ নিৰ্ণায়ক সিদ্ধান্ত গ্ৰহণ কৰিব আৰু সেই সিদ্ধান্ত মৰ্মেই ছাত্ৰ সন্থাই ভৱিষ্যতৰ দিনত আগবাঢ়িব ।

RelatedPosts

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

AJP Review Meeting :মহানগৰীৰ হোটেল লিলিত অসম জাতীয় পৰিষদৰ পৰ্যালোচনা বৈঠক

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

অৱশ্যে ছাত্ৰ সন্থাই চিৰকালৰ বাবে অৰাজনৈতিক সংগঠন হিচাপে কাম কাজ কৰি যাব ৷ জাতীয় স্বাৰ্থ সুৰক্ষিত কৰিবলৈ তেনে এক ৰাজনৈতিক শক্তি আৱিৰ্ভাৱ হোৱাত সহায় কৰিব ৷ একেদৰে আছুৰ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে ছাত্ৰ সন্থাই প্ৰত্যক্ষভাৱে ৰাজনৈতিক চিন্তা চেতনাৰ লগত কেতিয়াও জড়িত নহয় বুলি কয় উল্লেখ কৰি প্ৰস্তাৱিত দলটোৰ সন্দৰ্ভত কয় “অসমৰ জনসাধাৰণৰ চিন্তা বা আৱেগ বৰ্তমানে থকা ৰাজনৈতিক শক্তিসমূহে প্ৰতাৰণা কৰিছে ৷ তেওঁলোকৰ ভিন্ন ৰূপ জনসাধাৰণে বিগত সময়ত প্ৰত্যক্ষ কৰিছে ৷ ফলত জাতীয়তাবাদৰ আপোচবিহীন নতুন ৰাজনৈতিক পৰিৱৰ্তনৰ চিন্তা হতাশাগ্ৰস্ত জনতাৰ মনলৈ আহিছে । অসমৰ জাতীয় জীৱন সুৰক্ষিত কৰিবলৈ সঠিক সময়ত সঠিক সিদ্ধান্ত ল’ব বুলি মই বিশ্বাস কৰো  ।”

জাতিটোক আটাইতকৈ বেছি ভয়াৱহতাৰ দিশলৈ বিজেপি চৰকাৰে ঠেলি নিয়া বুলি গগৈয়ে পুনৰ মত ব্যক্ত কৰি কয় যে বিজেপিক প্ৰতিহত কৰাৰ ক্ষেত্ৰত আগন্তুক দিনত মূল বিষয় হ’ব সংশোধিত নাগৰিকত্ব আইন ৷ ইয়াৰ বিৰুদ্ধে জনসাধাৰণক সচেতনত কৰি তুলিব লাগিব ৷ এই ক্ষেত্ৰত জনতাই সঠিক সময়ত সঠিক শৰ মাৰিব আৰু জাতিয়ে ভাল উত্তৰ পাব ৷ কাৰণ জাতিৰ শত্ৰুক কেতিয়াও জাতিয়ে ক্ষমা নকৰে ৷

উল্লেখযোগ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহকত স্থান পায় সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলনকে ধৰি কে’বাটাও জলন্ত সমস্যাই ৷ শীঘ্ৰে ৰাজ্যত পুনৰ আন্দোলনকে ধৰি ৰাজ্যখনৰ সাম্প্ৰতিক সময়ত উদ্ভৱ হোৱা কে’বাটাও জলন্ত সমস্যাই৷ শীঘ্ৰে ৰাজ্যত পুনৰ শক্তিশালীৰূপত সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলন গঢ়ি তোলাৰ লক্ষ্যৰে এলানি কাৰ্যসূচী প্ৰস্তুত কৰিবলৈ এই বৈঠকত সিদ্ধান্ত লোৱাৰ সমান্তৰালভাৱে বান সমস্যা, নতুন শিক্ষা নীতি, নতুন বন জলবায়ু পৰিবেশ আইন, দিহিং পাটকাই কয়লা খনন, বাঘজানৰ অগ্নিকাণ্ড, ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণ প্ৰতিবেদন সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা বুলি আছু নেতৃত্বই সদৰী কৰিছে ৷ আনহাতে কাৰ্যনিৰ্বাহক সভাই অহা অক্টোবৰত আছুৰ পূৰ্ণাংগ অধিবেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AASUAssamLurinjyoti Gogoi
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d